• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত চোৰাং চিকাৰী আটক; উদ্ধাৰ হস্তনিৰ্মিত ৰাইফল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 10, 2021 1:24 pm

1 min read

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত চোৰাং চিকাৰী আটক; উদ্ধাৰ হস্তনিৰ্মিত ৰাইফল
107
VIEWS
Share on FacebookShare on Twitter

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত বুধবাৰে বন বিভাগৰ হাতত তিনিগৰাকী চোৰাং চিকাৰী আটক হয়।

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ আমটেকা অঞ্চলত হাতেৰে নিৰ্মিত ৰাইফলৰ সৈতে চোৰাং চিকাৰী তিনিগৰাকী আটক হয় বুলি বন বিভাগে জানিবলৈ দিয়ে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই বন বিভাগৰ দলটোৱে চোৰাং চিকাৰীৰ দলটোক আটক কৰিবলৈ সক্ষম হয়।

আটক হোৱা চোৰাং চিকাৰী তিনিগৰাকী হৈছে ক্ৰমে মনেশ্বৰ বসুমতাৰী(৩০), ফাইলাও বসুমতাৰী(২৮) আৰু খনজিৎ গয়াৰী(৩৫)।

আটক হোৱা আটাইকেইগৰাকী চোৰাং চিকাৰীৰ ঘৰ আমগুৰি আৰক্ষী চকীৰ অন্তৰ্গত মালিভিটা অঞ্চলত বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ।

উল্লেখযোগ্য যে, চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত ক্ৰমে চোৰাং চিকাৰীয়ে খোপনি পুতিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

চোৰাং চিকাৰীবোৰে হাতী দাতৰ লগতে বিভিন্ন জীৱ-জন্তুৰ অংগ-প্ৰত্যংগৰ ব্যৱসায়ত জড়িত হৈ থাকে।

Recent News

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজ্বলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজ্বলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

IMG-20210301-WA0015(1)

সদৌ অসম প্ৰশিক্ষণ প্ৰাপ্ত গৃহৰক্ষী সন্থাৰ ৪৮ ঘন্টীয়া অসহযোগ আন্দোলন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd