• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীৰ প্ৰায় আধা! TISSৰ চাৰিটা কেম্পাছৰ পৰা ৫৫গৰাকী শিক্ষক, ৬০ গৰাকী কৰ্মচাৰীক ছাটাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2024 11:56 am
টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ গুৱাহাটী কেম্পাছ। ফটোঃ সংগ্ৰহীত।

টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ গুৱাহাটী কেম্পাছ। ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাতৰি অনুসৰি দেশৰ অন্যতম শীৰ্ষ শিক্ষা প্ৰতিষ্ঠান টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ পৰা ১০০ জন শিক্ষক-কৰ্মচাৰীক চাকৰিৰ পৰা অপসাৰণ কৰা হৈছে। এই ১০০ জন লোকক চাকৰিৰ পৰা ছাটাই কৰাৰ আঁৰৰ কাৰণ টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ ধনৰ নাটনি।

দ্য ইণ্ডিয়া এক্সপ্ৰেছৰ বাতৰি অনুসৰি শুকুৰবাৰে টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ চাৰিটা কেম্পাছৰ পৰা ১০০ৰো অধিক লোকক চাকৰিৰ পৰা অপসাৰণ কৰা হয়। ইয়াৰ ফলত শিক্ষা প্ৰতিষ্ঠানটোৰ গুৱাহাটী কেম্পাছৰ প্ৰায় আধা সংখ্যক শিক্ষক-কৰ্মচাৰীয়ে এই ছাটাইৰ তালিকাত আছে। আনহাতে, এই কেম্পাছৰ অধিকাংশ কৰ্মচাৰী এই অপসাৰণৰ সন্মুখীন হৈছে।

লগতে পঢ়কঃ বিশ্বকাপ জয়ৰ মেচতে ‘বিদায় ঘোষণা’; টী-২০ৰ পৰা অৱসৰ বিৰাট-ৰোহিতৰ

Apply Now

জনা গৈছে যে TISSয়ে শুকুৰবাৰে প্ৰতিষ্ঠানটোৰ কমেও ১০০ কৰ্মচাৰীক জনাইছে যে ২০২৪ চনৰ ৩০ জুনৰ পিছত তেওঁলোকৰ চুক্তিৰ সময়সীমা বৃদ্ধি কৰা নহ’ব। ফলত টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সৰ কমেও ১০০ জন কৰ্মচাৰী নিবনুৱা হৈ পৰে। দ্য ইণ্ডিয়া এক্সপ্ৰেছৰ তথ্য অনুসৰি ইয়াৰ ভিতৰত ৫৫ জন শিক্ষক আৰু ৬০ জন  কৰ্মচাৰী (নন টিচিং ষ্টাফ)।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি প্ৰতিষ্ঠানটোৰ অংশ হৈ থকাসকলো এই অপসাৰণৰ তালিকাত আছে। কৰ্মসংস্থাপন পোৱা সকলোৱে সংস্থাটোৰ সৈতে চুক্তিবদ্ধ হৈ কাম কৰি আছিল। তেওঁলোকৰ চাকৰিচ্যুতিৰ কাৰণ টাটা এডুকেচনেল ট্ৰাষ্টৰ ধনৰ নাটনি বুলি উল্লেখ কৰা হৈছে।

মন কৰিবলগীয়া যে এই কৰ্মচাৰীসকলৰ দৰমহা আগতে এই ট্ৰাষ্টৰ পৰাই আহিছিল। আৰু সেই পুঁজি হ্ৰাস পোৱাৰ বাবে সংস্থাটোৱে এনে পদক্ষেপ গ্ৰহণ কৰিছে। জানিব পৰা মতে, মুম্বাই কেম্পাছৰ ২০ জন, হায়দৰাবাদ কেম্পাছৰ ১৫ জন, গুৱাহাটীৰ ১৪ জন লোকক চাকৰিৰ পৰা অপসাৰণ কৰা হৈছে। খবৰ অনুসৰি তুলজাপুৰ চৌহদৰ পৰা ৬ জন লোকক চাকৰিৰ পৰা ছাটাই কৰা হৈছে। টিআইএছএছ কেম্পাছৰ বাকী শিক্ষক-কৰ্মচাৰীসকল বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি) দৰমহাত স্থায়ী অধ্যাপক সদস্য।

লগতে পঢ়কঃ অতীত IPL-ৰ মনোমালিন্য! বিশ্বকাপ জয়ৰ নায়ক হাৰ্দিকৰ গালত চুমা খাই সকলো দূৰত্ব মচি পেলালে ৰোহিতে

টিআইএছএছৰ এজন জ্যেষ্ঠ বিষয়াই কয়, ‘প্ৰতিষ্ঠানটোৱে টাটা এডুকেচন ট্ৰাষ্টৰ পৰা দৰমহাৰ বাবে অনুদান মুকলি কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। প্ৰতিষ্ঠানটোৱে আনুষ্ঠানিক চিঠিপত্ৰ আৰু টাটা এডুকেচন ট্ৰাষ্টৰ সৈতে ব্যক্তিগত বৈঠকৰ জৰিয়তে অনুদান মুকলি কৰাৰ কেইবাবাৰো চেষ্টা চলাইছে আৰু টাটা এডুকেচন ট্ৰাষ্টৰ পৰা অনুদানৰ অধিক বৃদ্ধিৰ সিদ্ধান্ত এতিয়াও লাভ কৰা হোৱা নাই।’ . 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm
১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

September 14, 2026 2:50 pm
পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm
১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd