• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহিলাকলৈ অশালীন মন্তব্য কৰাৰ পাছত পদত্যাগ কৰিব টকিঅ’ অলিম্পিকৰ মুৰব্বীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 11, 2021 7:08 pm

1 min read

মহিলাকলৈ অশালীন মন্তব্য কৰাৰ পাছত পদত্যাগ কৰিব টকিঅ’ অলিম্পিকৰ মুৰব্বীয়ে
296
VIEWS
Share on FacebookShare on Twitter

২০২০ বৰ্ষৰ টকিঅ’ অলিম্পিকৰ মুৰব্বী য়োছিৰো মোৰিয়ে অতিশীঘ্ৰে পদত্যাগ কৰিব।

বিগত বৰ্ষত মহিলাক লৈ অশালীন মন্তব্য কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ বাবেই য়োছিৰো মোৰিয়ে পদত্যাগ কৰিবলৈ বাধ্য হৈছে বুলি জানিব পৰা গৈছে।

য়োছিৰো মোৰিয়ে বেছি সংখ্যক মহিলা থকা বৈঠক বেছি সময়লৈ চলি থাকে আৰু উক্ত বৈঠকত অধ্যক্ষ গৰাকীয়ে অধিক সময় লয় বুলি ইংগিত সূচক মন্তব্যৰে মহিলাৰ প্ৰতি অপমানভৰা বক্তব্য ৰাখিছিল।

পৰৱৰ্তী সময়ত ৮৩ বছৰীয়া মোৰিয়ে উক্ত মন্তব্যৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰিছিল যদিও পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছিল।

কিন্তু মোৰিৰ মন্তব্যৰ পাছতে সৃষ্টি হোৱা বিতৰ্কৰ পাছত শুকুৰবাৰে আনুষ্ঠানিকভাৱে মোৰিয়ে পদত্যাগ কৰাৰ সম্ভাৱনা আছে।

টকিঅ’ অলিম্পিক উদ্যোক্তা সমিতিয়ে মোৰিৰ এই মন্তব্যৰ বাবে ৫৫০০-কৈ অধিক অভিযোগ লাভ কৰিছিল বুলি প্ৰকাশ কৰে।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd