• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উৎকোচ লোৱাৰ অভিযোগত ডিব্ৰুগড়ত হাতেলোটে গ্ৰেপ্তাৰ পৰিবহন কাৰ্যালয়ৰ কৰ্মচাৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2022 7:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ এটা দলে বুধবাৰে এক অভিযান চলাই ডিব্ৰুগড় জিলা পৰিবহন কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক দিতিমনি গগৈ আৰু দালাল পংকজ শইকীয়াক গ্ৰেপ্তাৰ কৰে।

নিৰ্দিষ্ট তথ্যৰ ওপৰত অভিযান চলাই ভিজিলেন্স আৰু এন্টি ক’ৰাপশ্যনৰ দলটোৱে পৰিকল্পনা মতে জাল পেলাই পংকজ শইকীয়াক ৭০০ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ সময়ত হাতেলোটে কৰায়ত্ত কৰে।

অভিযোগ অনুসৰি শইকীয়াই পথ কৰ অফলাইন পৰিশোধৰ সুবিধা কৰি দিয়াৰ বাবে গগৈৰ হৈ উৎকোচ গ্ৰহণ কৰিছিল।

Apply Now

লগতে পঢ়ক: অসমৰ কি আহে যায়! কেন্দ্ৰৰ হিন্দী আগ্ৰাসনৰ বিৰুদ্ধে তামিলনাডু বিধানসভাত প্ৰস্তাৱ; বিজেপিৰ ৱাক আউট

বিশেষ ডিজিপি (আইন-শৃংখলা) জিপি সিঙে টুইটযোগে কয়, “আজি @DIR_VAC_ASSAM এটা দলে পথ কৰ পৰিশোধৰ সুবিধা কৰি দিয়াৰ বাবে অভিযোগকাৰীৰ পৰা সন্দেহযুক্ত বিষয়াৰ হৈ উৎকোচৰ ধন গ্ৰহণ কৰাৰ পিছত ডিব্ৰুগড়ৰ ডিটিঅ’ কাৰ্যালয়ৰ পৰা পংকজ শইকীয়া (দালাল) আৰু কনিষ্ঠ সহায়ক দিতিমনি গগৈক গ্ৰেপ্তাৰ কৰে।”

Today, a Team from the @DIR_VAC_ASSAM trapped red-handed & arrested Sri Pankaj Saikia@Gogoi (tout) & Smt Ditimoni Gogoi,Jr Asstt in DTO Office Dibrugarh after he accepted bribe money on behalf of suspect officer from the complainant for facilitating ofline payment of Road Tax. pic.twitter.com/AEp7GAbRHF

— GP Singh (@gpsinghips) October 19, 2022

তেওঁলোকৰ বিৰুদ্ধে সংশ্লিষ্ট ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

September 20, 2026 1:05 pm
ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

September 20, 2026 12:12 pm
বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

September 20, 2026 11:09 am
বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026 9:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

হঠাৎ ঘূৰিল জাহাজ, আমেৰিকাৰ যুঁজাৰু বিমানৰ সঁজুলি গৈ পৰিল চীনৰ হাতত? তদন্ত আৰম্ভ, ওলাল প্ৰতিবেদন

September 20, 2026 1:05 pm
ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

ছুইডেনৰ সাংসদ হ’ল মহাৰাষ্ট্ৰৰ মন্ত্ৰীৰ ভতিজী; আহমেদনগৰত কটাইছিল কৈশোৰ কাল

September 20, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd