• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিমান বন্দৰ সম্প্ৰসাৰণৰ বাবে বাংলাদেশক প্ৰায় ১ কিলোমিটাৰ ভূমি বিচাৰি ত্ৰিপুৰাৰ অনুৰোধ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 7, 2019 5:33 pm
Biplab Kumar Deb

বিপ্লৱ কুমাৰ দেৱ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে মঙলবাৰে কয় যে ৰাজ্য চৰকাৰে ইতিমধ্যে বাংলাদেশ চৰকাৰৰ ওচৰলৈ মহাৰাজা বীৰ বিক্ৰম বিমান বন্দৰৰ ৰানৱে সম্প্ৰসাৰণৰ বাবে ভূমিৰ অনুমোদন বিচাৰি এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছে।

আগৰতলাত এখন সংবাদমেল সম্বোধন কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে কয় যে বিমান বন্দৰটো ভাৰত আৰু বাংলাদেশ সীমান্তত অৱস্থিত হোৱা বাবে বাংলাদেশৰ যাত্ৰীসকলেও ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।

Apply Now

‘‘কিন্তু ডাঙৰ বিমান অৱতৰণৰ বাবে আনি ইয়াৰ ৰানৱেটোৰ সম্প্ৰসাৰণ কৰিব লাগিব’’ দেৱে উল্লেখ কৰে।

আনহাতে, তেওঁ কেন্দ্ৰ চৰকাৰৰ ওচৰলৈও এটা প্ৰস্তাৱ প্ৰেৰণ কৰা বুলি উল্লেখ কৰি কয় যে কেন্দ্ৰ চৰকাৰে বাংলাদেশৰ সৈতে বিমান বন্দৰটোৰ সম্প্ৰসাৰণৰ বাবে ভূমি দিয়াৰ প্ৰসংগত আলোচনা কৰক।

মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিমান বন্দৰটো সম্পূৰ্ণৰূপে সম্প্ৰসাৰণ কৰিব পাৰিলে ভাৰতৰ লগতে বাংলাদেশো উপকৃত হ’ব।

তদুপৰি, প্ৰতিবছৰে বহুসংখ্যক বাংলাদেশী নাগৰিকে ত্ৰিপুৰা আৰু ত্ৰিপুৰা হৈ ভাৰতৰ অন্য প্ৰান্ত ভ্ৰমণ কৰিবলৈ যোৱাৰ প্ৰসংগ উল্লেখ কৰি দেৱে কয় যে যদিহে আমি সম্প্ৰসাৰিত ৰানৱে নিৰ্মাণ কৰিবলৈ সক্ষম হও তেতিয়া এম বি বি বিমানবন্দৰটোৰ জৰিয়তে দুয়োখন দেশৰ লাভ হ’ব।

‘‘বিমানবন্দৰটোৰ ৰানৱে নিৰ্মাণ কৰাৰ বাবে বাংলাদেশৰ ভূভাগৰ ১ কিলোমিটাৰতকৈও কম ভূখণ্ডৰ প্ৰয়োজন, যদিহে বাংলাদেশ চৰকাৰে অনুমতি দিয়ে তেন্তে বিমানবন্দৰটো সম্পূৰ্ণৰূপে হৈ উঠিব’’- বিপ্লৱ কুমাৰ দেৱে কয়।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি, এই সন্দৰ্ভত চৰকাৰে প্ৰেৰণ কৰা কাৰিকৰী প্ৰস্তাৱ এতিয়াও বাংলাদেশ চৰকাৰৰ অনুমতিৰ বাবে অপেক্ষা কৰি আছে।

ত্ৰিপুৰাৰৰ এম বি বি বিমান বন্দৰটোক আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰ্যায়লৈ উন্নীত কৰাৰ বাবে ৪৩৮ কোটি টকা ব্যয় সাপেক্ষে কাম কৰি থকা হৈছে।

প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হৈ উঠিলে আগৰতলাৰ পৰা বাংলাদেশৰ ৰাজধানী ঢাকাৰ লগতে অন্যান্য চহৰ যেনে চিতাংগঙ, ছিলেট আদিলৈ বিমান যাত্ৰা আৰম্ভ হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd