• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মূৰ পোলকা মাৰিলে নহ’ব, টকা লাগে! প্ৰাপ্য ধন বিচাৰি ইলন মাস্কৰ বিৰুদ্ধে টুইটাৰৰ প্ৰাক্তন চিইঅ’ৰ গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 11, 2023 3:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টুইটাৰৰ চিইঅ’ ইলন মাস্কৰ বিৰুদ্ধে গোচৰ। চাকৰি হেৰুওৱা শীৰ্ষ তিনিগৰাকী বিষয়াৰ সৈতে কোম্পানীটোৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালাই এই গোচৰ ৰুজু কৰে। সোমবাৰে এই গোচৰ ৰুজু কৰি তেওঁলোকে প্ৰাপ্য ধন পৰিশোধ কৰিবলৈ দাবী জনাইছে।

কোটিপতি ইলন মাস্কে যোৱা বছৰ টুইটাৰ ক্ৰয় কৰিছিল। পিছত তেওঁ কোম্পানীটোৰ চিইঅ’ৰ দায়িত্ব লয়। ভাৰতীয় মূলৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালাকে ধৰি কেইবাগৰাকীও শীৰ্ষ কাৰ্যবাহীক বৰ্খাস্ত কৰা হয়। এই তালিকাত আছিল টুইটাৰৰ প্ৰাক্তন মুখ্য আইনী বিষয়া বিজয়া গাড্ডে আৰু প্ৰাক্তন মুখ্য বিত্তীয় বিষয়া নেড চেগাল।

লগতে পঢ়ক: আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাৰ বিৰুদ্ধে ১০৫ কোটি টকা আত্মসাতৰ অভিযোগ; হ’ব পাৰে গ্ৰেপ্তাৰ

Apply Now

এতিয়া এজাহাৰ দাখিল কৰি পৰাগ, বিজয়া আৰু নেডে দাবী কৰিছে যে টুইটাৰৰ পৰা চাকৰি হেৰুৱাই গোচৰৰ তদন্ত আৰু বিচাৰৰ বাবে ধন দিবলগীয়া হৈছে। আইনগতভাৱে টুইটাৰ কৰ্তৃপক্ষই এই খৰচ বহন কৰিবলৈ বাধ্য। কিন্তু এই খৰচ আদায় দিয়া হোৱা নাই। সেয়েহে তেওঁলোকে পাবলগীয়া হিচাপত ১০ লাখ ডলাৰতকৈ অধিক ধন আদায়ৰ বাবে গোচৰ তৰে।

ইলন মাস্কে যোৱা বছৰৰ মাৰ্চ মাহত টুইটাৰ ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেই বছৰৰ ১৪ এপ্ৰিলত কোটিপতিগৰাকীয়ে টুইটাৰ সম্পূৰ্ণৰূপে ক্ৰয় কৰাৰ ৰাজহুৱা ঘোষণা কৰে। অভিযোগ আৰু প্ৰতি অভিযোগৰ হুলস্থুল, চুক্তিৰ পৰা আঁতৰি অহাৰ ঘোষণা আৰু অৱশেষত আদালতত হাজিৰ হোৱাৰ পিছত অৱশেষত অক্টোবৰ মাহত মাস্ক টুইটাৰৰ মালিক হৈ পৰে।

টুইটাৰৰ মালিকীস্বত্ব লোৱাৰ পিছত ইলন মাস্কে শীৰ্ষ কাৰ্যবাহীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ উপৰিও বিভিন্ন নতুন নিয়ম প্ৰণয়ন কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ভিতৰত আছিল গ্ৰাহকৰ বাবে মাহে ৮ ডলাৰ (৭.৯৯ ডলাৰ)ত টুইটাৰৰ ‘ব্লু টিক’ সেৱা প্ৰৱৰ্তন কৰা, কৰ্মচাৰীক অধিক সময় (১২ ঘণ্টা) কাম কৰিবলৈ কোৱা, ঘৰৰ পৰা কাম কৰি থকাসকলক অফিচলৈ আহিবলৈ নিৰ্দেশ দিয়া ইত্যাদি।

লগতে পঢ়ক: শচীন পাইলটৰ অনশন ‘দল বিৰোধী কাৰ্যকলাপ’! গেহলটৰ কাষত থিয় দি কঠোৰ বাৰ্তা কংগ্ৰেছ নেতৃত্বৰ

শেহতীয়াকৈ কৰ্মচাৰী ছাটাই কৰিও ইলন মাস্কে চৰ্চালৈ আহিছিল। টুইটাৰে ৰাজহ হ্ৰাস পোৱাৰ কাৰণে যোৱা নৱেম্বৰ মাহত একেটা পদক্ষেপতে ৩৭০০ শ্ৰমিকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। ইয়াৰ পিছতো কোম্পানীয়ে কেইবাটাও ৰাউণ্ডত কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd