• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 2, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভাৰতসহ দক্ষিণ এছিয়াৰ টুইটাৰৰ পাব্লিক পলিচি সঞ্চালক মহিমা কৌলৰ পদত্যাগ!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 7, 2021 7:39 pm

1 min read

ভাৰতসহ দক্ষিণ এছিয়াৰ টুইটাৰৰ পাব্লিক পলিচি সঞ্চালক মহিমা কৌলৰ পদত্যাগ!
211
VIEWS
Share on FacebookShare on Twitter

ভাৰতসহ দক্ষিণ এছিয়া টুইটাৰৰ পাব্লিক পলিচি সঞ্চালক মহিমা কৌলে টুইটাৰৰ পৰা পদত্যাগ কৰিব। এই কথা ঘোষণা কৰিছে টুইটাৰ কৰ্তৃপক্ষই।

টুইটাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি ব্যক্তিগত কাৰণত টুইটাৰ বিষয়াগৰাকীয়ে পদত্যাগ কৰিছে আৰু তেওঁ অহা মাৰ্চ মাহলৈ উক্ত পদত কাৰ্যনিৰ্বাহ কৰি থাকিব।

“এই বৰ্ষটো আৰম্ভণিতে মহিমা কৌলে দক্ষিণ এছিয়া আৰু ভাৰতৰ টুইটাৰৰ পাব্লিক পলিচি সঞ্চালকৰ দায়িত্বৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল। আমাৰ টুইটাৰৰ বাবে এয়া বৃহৎ ক্ষতি। যোৱা পাঁচ বছৰে জনসম্পৰ্কৰক্ষী হিচাপে নিজৰ দায়িত্ব আৰু কৰ্ম নিষ্ঠাৰে পালন কৰা মহিমাক আমি যথেষ্ট সন্মান কৰো। তেওঁ নিজৰ ব্যক্তিগত জীৱনতো গুৰুত্ব দিয়ক। অহা মাৰ্চলৈকে তেওঁ দায়িত্ব থাকিব।” টুইটাৰৰ পাব্লিক পলিচিৰ উপ সভাপতি ম’ণিক মেকে কয়।

উল্লেখ্য যে ভাৰত হৈছে আমেৰিকা আৰু জাপানৰ পিছতে বিশ্বৰ তৃতীয় মাক্ৰ’-ব্লগিং কোম্পানীৰ বজাৰ। ভাৰতৰ আগশাৰী চলচ্চিত্ৰ তাৰকা, ক্ৰীড়াবিদ, ৰাজনৈতিক নেতাসহ কেবা মিলিয়ন লোকে টুইটাৰ ব্যৱহাৰ কৰে।

স্মৰ্তব্য যে, দিল্লী সীমান্তত অব্যাহত থকা কৃষক বিক্ষোভৰ সপক্ষে হেজষ্টেগেৰে ২৫০ টা টুইটাৰ একাউন্টত আপত্তিজনক টুইট কৰা বুলি অভিযোগ তুলি উক্ত একাউন্টসমূহ ব্লক কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে টুইটাৰ কৰ্তৃপক্ষক আহ্বান জনাইছিল।

কেন্দ্ৰ আহ্বান ৰক্ষাৰ নকৰাৰ বাবে টুইটাৰলৈ কেন্দ্ৰীয় চৰকাৰে এক কঠোৰ পত্ৰও প্ৰেৰণ কৰিছিল।

Recent News

index.jpg12

এসপ্তাহ ধৰি মৰিগাঁৱত দুই কলেজীয়া ছাত্ৰী নিৰুদ্দেশ : চাঞ্চল্যৰ সৃষ্টি সমগ্ৰ জিলাখনত

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

সাগৰত জাঁপ দিয়াৰ পাছত এইবাৰ ভাইৰেল হ’ল ৰাহুল গান্ধীৰ ‘পুশ্ব-আপ’ৰ ভিডিঅ’

https _cdn.cnn.com_cnnnext_dam_assets_210226001020-palace-of-justice-malaysia-file

সমকামীৰ যৌনতা নিষিদ্ধকৰণৰ বিৰুদ্ধে শীৰ্ষ আদালতত এগৰাকী মুছলমান সমকামীৰ ঐতিসাহিক বিজয়

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

৭৮ সংখ্যক গ’ল্ডেন গ্ল’ব বঁটা ২০২১ : উজলিল ‘নমাডলেণ্ড’ আৰু ‘বৰাত’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd