• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২৫দিন ধৰি থানাৰ লকআপত বন্দী দুটা কুকুৰা; কিন্তু কি কাৰণে হ’ল এই বন্দীদশা?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 6, 2021 8:18 pm

1 min read

Chickens
369
VIEWS
Share on FacebookShare on Twitter

এক আজৱ ঘটনা! ২৫ দিন ধৰি থানাৰ লকআপত বন্দী হৈ আছে দুটা কুকুৰা। এই ঘটনা তেলেংগানাৰ।

বাতৰি অনুসৰি, কেইজনমান জুৱাৰীক এই কুকুৰা দুটাৰে সৈতে গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰ পাছত জুৱাৰীকেইজনে জামিন পাই গুচি গ’ল যদিও কুকুৰা দুটা থানাৰ লকআপতে থাকিল।

ৰাজ্যখনৰ খম্মম জিলাৰ মিদিগন্দা থানাৰ লকআপত কুকুৰা দুটা বন্দী হৈ আছে। যোৱা ১০ জানুৱাৰিত আৰক্ষীয়ে জুৱাৰীকেইজনকে ধৰি কুকুৰা দুটাক কৰায়ত্ত কৰি থানালৈ লৈ আনিছিল।

জানিব পৰা মতে, সংক্ৰান্তি উপলক্ষে আয়োজন কৰা হৈছিল কুকুৰা যুঁজ। তাত বাজী ধৰি খেল চলি আছিল। আৰক্ষীয়ে তাৰ পৰা ১০জন লোকক গ্ৰেপ্তাৰ কৰে। তদুপৰি, কুকুৰা দুটাকো জব্দ কৰি লৈ আনে।

বাকী জুৱাৰীসকলে জামিন লৈ ওলাই যায় যদিও কোনোৱে কুকুৰাৰ দাবী নকৰিলে। ফলত থানাতেই থাকি গ’ল কুকুৰা দুটা। আৰক্ষীয়ে লকআপতে মুৰ্গী দুটাক বন্ধ কৰি ৰাখিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই গোচৰৰ শুনানিৰ পাছতহে কুকুৰা দুটাক এৰি দিব পৰা যাব। কুকুৰা দুটাক এৰি দিয়াৰ নিৰ্দেশ হ’লে তাক নীলাম কৰা হ’ব।

দেশত বাৰ্ড ফ্লুক লৈ উদ্বিগ্নতা বৃদ্ধি পোৱাৰ সময়তে কুকুৰা যুঁজ অনুষ্ঠিত কৰাটো সঠিক হোৱা নাই বুলিয়েই বহুতেই মন্তব্য কৰিছে।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd