• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাকিস্তানৰ কৰাচী বিমানবন্দৰৰ সমীপত বিস্ফোৰণ; নিহত দুই চীনা নাগৰিক, আহত কমেও ১০ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2024 12:03 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

13
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ কৰাচীৰ জিন্না আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত সংঘটিত বিস্ফোৰণত দুজন চীনা নাগৰিক নিহত হোৱাৰ লগতে কমেও ১০ জন আহত হয়। স্থানীয় সময় অনুসৰি যোৱা নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই বিস্ফোৰণ।

বিগত কেইবছৰমানৰ পৰা পাকিস্তানত চীনৰ প্ৰকল্পৰ সৈতে জড়িত সাধাৰণ নাগৰিকক আক্ৰমণ কৰি অহা বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে।

পাকিস্তানত থকা চীনৰ দূতাবাসে এই ঘটনাক ‘সন্ত্রাসবাদী আক্রমণ’ বুলি অভিহিত কৰিছে৷ স্থানীয় পাকিস্তানী শ্ৰমিকসকলো হতাহতৰ ভিতৰত আছে বুলি তেওঁলোকে জানিবলৈ দিয়ে।

Apply Now

সোমবাৰে বিএলএই এক বিবৃতিত কয় যে তেওঁলোকে “চীনা অভিযন্তা আৰু বিনিয়োগকাৰীৰ উচ্চ পৰ্যায়ৰ বহৰ”ক লক্ষ্য কৰি লৈছে। ইয়াৰ বাবে তেওঁলোকে ‘বাহনত চলা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ’ (কাৰ বোমা) ব্যৱহাৰ কৰিছিল।

লগতে পঢ়কঃ বায়ুসেনাৰ অনুশীলন চাবলৈ বিষম পৰিণতি! কমেও পাঁচজনৰ মৃত্যু, ২০০ৰো অধিক অসুস্থ

চীনৰ দূতাবাসে কয় যে এই অভিযন্তাসকল চীনৰ পুঁজিৰে কৰা প’ৰ্ট কাছিম পাৱাৰ জেনেৰেশ্যন কো লিমিটেডৰ কৰ্মচাৰী, যিয়ে কৰাচীৰ ওচৰৰ প’ৰ্ট কাছিমত কয়লা চালিত দুটা বিদ্যুৎ কেন্দ্ৰ নিৰ্মাণৰ কাম কৰি আছে। পাকিস্তানৰ বেলুচিস্তানত কেইবাটাও আন্তঃগাঁথনি আৰু শক্তি প্ৰকল্পৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা চীন-পাকিস্তান ইকনমিক কৰিডৰ (চিপিইচি)ৰ অংশ এই বিদ্যুৎ কেন্দ্ৰ।

বেলুচিস্তান লিবাৰেশ্যন আৰ্মী (বিএলএ) আৰু অন্যান্য বেলুচ জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি স্বাধীন ৰাষ্ট্ৰৰ দাবীত বিদ্ৰোহ চলাই আহিছে। বি এল এয়ে নিয়মিতভাৱে অঞ্চলটোৰ চীনা নাগৰিকক লক্ষ্য কৰি লয়। তেওঁলোকে দাবী কৰে যে বিদেশী বিনিয়োগকাৰীৰ জৰিয়তে উৎপন্ন হোৱা ধনৰ উচিত অংশ বেলুচ বাসিন্দাসকলে লাভ কৰা নাই।

চীনৰ দূতাবাসে চীনৰ নাগৰিকসকলক সজাগ হ’বলৈ পৰামৰ্শ দি কয় যে তেওঁলোকে এই আক্ৰমণৰ সম্পূৰ্ণ তদন্ত কৰি “হত্যাকাৰীক কঠোৰ শাস্তি” দিব।

ইফালে, পাকিস্তানে চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ বাবে নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰিছে।

লগতে পঢ়কঃ বিজেপি শাসিত ত্ৰিপুৰাত দুই ফৈদৰ মাজত ৰক্তাক্ত সংঘৰ্ষ, প্ৰশাসনৰ নিষেধাজ্ঞা জাৰি

সিন্ধৰ গৃহমন্ত্ৰী জিয়াউল হাছান লাঞ্জাৰে কয় যে ইম্প্ৰভাইজড বিস্ফোৰক যন্ত্ৰৰ বাবেই এই বিস্ফোৰণ সংঘটিত হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে ২০২২ চনৰ এপ্ৰিল মাহত  কৰাচী বিশ্ববিদ্যালয়ৰ কনফুচিয়াছ ইনষ্টিটিউটৰ ওচৰত বিএলএ-ৰ আত্মঘাতী আক্ৰমণত তিনিজন চীনা শিক্ষক আৰু এজন পাকিস্তানী চালকৰ মৃত্যু হৈছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

October 27, 2026 4:34 pm
দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 27, 2026 2:55 pm
ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

October 27, 2026 2:49 pm
‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

‘সাহস আছে যদি পঞ্জীয়ন কৰক’! আৰএছএছৰ পুঁজিৰ উৎস আৰু স্বচ্ছতাক লৈ গুৰুতৰ অভিযোগ প্ৰিয়ংক খৰ্গেৰ

October 27, 2026 2:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

October 27, 2026 4:34 pm
দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 27, 2026 2:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd