• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

UN special envoy in Myanmar: গৃহযুদ্ধত জৰ্জৰিত ম্যানমাৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি; চাপত ক্ষমতাশালী সামৰিক শাসক!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 16, 2022 12:09 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

UN Special Envoy Noeleen Heyzer makes first visit গৃহযুদ্ধত জৰ্জৰিত হৈ থকাৰ সময়তে ম্যানমাৰত উপস্থিত হৈছে ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি নেলেন হাইজাৰ। অক্টোবৰত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এইটো তেওঁৰ প্ৰথম ম্যানমাৰ ভ্ৰমণ। সোমবাৰে তেওঁ যদিও ৰাজধানী নেপিড’ত উপস্থিত হৈছে, কাৰাবন্দী আং চান চু কীৰ সৈতে তেওঁ সাক্ষাৎ কৰিব পাৰিব নে নাই তাক লৈ সন্দেহ আছে।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত টাটমাদাও বা দেশৰ সামৰিক বাহিনীয়ে আং চান চু কীৰ গণতান্ত্ৰিক চৰকাৰক উৎখাত কৰে। তেতিয়াৰ পৰা শক্তিশালী সামৰিক জুন্টা চৰকাৰ ক্ষমতাত আছে। কিন্তু দেশত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে বিদ্ৰোহী সশস্ত্ৰ গোটবোৰে সেনাৰ সৈতে যুঁজ দি আছে।

লগতে পঢ়ক: Taiwan: পেলোচিৰ পিছত আমেৰিকাৰ চিনেটৰৰ টাইৱান ভ্ৰমণ; ক্ষুব্ধ চীনে পুনৰ আৰম্ভ কৰিলে সামৰিক অনুশীলন

Apply Now

এনে পৰিস্থিতিত বিদ্ৰোহ দমন কৰিবলৈ সেনাই অমানৱীয় অত্যাচাৰ চলোৱাৰ অভিযোগ কৰা হৈছে। ইয়াকে লৈ আন্তৰ্জাতিক মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।  ৰাষ্ট্ৰসংঘই মানৱতাৰ স্বাৰ্থত দেশখনত সাহায্য অভিযান চলাবলৈ বাধাহীন ভ্ৰমণৰ দাবী জনোৱাৰ মাজতে বিশেষ প্ৰতিনিধি নেলেন হাইজাৰৰ ভ্ৰমণে জুন্টা চৰকাৰৰ ওপৰত চাপ বৃদ্ধি কৰিছে।

ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰ ষ্টেপান ডুজাৰিকে বিশেষ প্ৰতিনিধি হাইজাৰৰ ভ্ৰমণ সন্দৰ্ভত এক বিবৃতি জাৰি কৰি কৈছে, “ম্যানমাৰৰ পৰিস্থিতি কেনেদৰে অৱনতি হৈছে সেয়া হাইজাৰে পৰ্যৱেক্ষণ কৰিব। নাগৰিক সমাজ, ৰাজনীতিবিদ আৰু এই যুঁজৰ দ্বাৰা ক্ষতিগ্ৰস্ত সকলো পক্ষৰ সৈতে বিতং আলোচনাৰ পিছত তেওঁ ভ্ৰমণলৈ গৈছে।‘’

লগতে পঢ়ক: FIFA Bans AIFF: ফিফাই নিষিদ্ধ কৰিলে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক; ভাৰতৰ পৰা আঁতৰিল অনুৰ্ধ-১৭ৰ মহিলা বিশ্বকাপ

অৱশ্যে ৰাষ্ট্ৰসংঘৰ মুখপাত্ৰগৰাকীয়ে হাইজাৰে কাৰাগাৰত থকা আং চান চু কীৰ সৈতে সাক্ষাৎ কৰিব পাৰিব নে নাই সেয়া স্পষ্টকৈ উল্লেখ কৰা নাই।

আং চু কী বৰ্তমান ম্যানমাৰৰ ৰাজধানী চহৰখনত বন্দী হৈ আছে। তেওঁক পূৰ্বে কেইবাটাও গোচৰত ১১ বছৰৰ কাৰাদণ্ড দিয়া হৈছিল। সোমবাৰে তেওঁক পুনৰ ছয় বছৰৰ কাৰাদণ্ড দিয়া হৈছে।

লগতে পঢ়ক: The Sun: সূৰ্যৰ বয়স এতিয়া কিমান? মৃত্যুৰ সময় কেতিয়া তাকো প্ৰকাশ কৰিলে বিজ্ঞানীয়ে

ইপিনে, পূৰ্বৰ দৰেই ম্যানমাৰ আদালতৰ সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈছে আন্তৰ্জাতিক মহল। কেইবাখনো দেশে চু কীৰ তাৎক্ষণিক মুক্তিও দাবী কৰিছে। তথাপি আন্তৰ্জাতিক চাপৰ সন্মুখত মূৰ দোৱাবলৈ আগ্ৰহী নহয় ক্ষমতাশালী জুন্টা চৰকাৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

August 30, 2026 1:34 pm
‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd