• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চি সম্পৰ্কত পুনৰ সৰৱ ৰাষ্ট্ৰসংঘৰ তিনিগৰাকী বিশেষ প্ৰতিবেদক

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2018 7:58 am
National Register of Citizens released in Assam

এন আৰ চিত নাম বিচাৰি সংখ্যালঘু সম্প্ৰদায়ৰ লোক। ফটো : ইণ্ডিয়ান এক্সপ্ৰেছৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰসংগত ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদকে ভাৰত চৰকাৰলৈ দ্বিতীয়খন পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত আন্তৰ্জাতিক সংস্থাটোৰ তিনিগৰাকী বিশেষ প্ৰতিবেদকে এনআৰচিকলৈ উদ্ভৱ হোৱা পৰিস্থিতি ৰাজহুৱা কৰাৰো সকীয়নি দিছে।

ৰাষ্ট্ৰসংঘৰ সংখ্যালঘু পৰিক্ৰমা তথা ধৰ্মৰ স্বাধীনতা বিষয়ৰ তিনিগৰাকী বিশেষ প্ৰতিবেদকে ভাৰত চৰকাৰলৈ এই পত্ৰখন প্ৰেৰণ কৰিছে। ইয়াৰ পূৰ্বে যোৱা জুন মাহত প্ৰথমখন পত্ৰ প্ৰেৰণ কৰিছিল যদিও ভাৰত চৰকাৰে সেই পত্ৰৰ উত্তৰ দিয়া নাছিল।

Apply Now

যোৱা ১৩ ডিচেম্বৰত পুনৰ প্ৰেৰণ কৰা পত্ৰখনত তেওঁলোকে বিদেশী ন্যায়াধীকৰণ আৰু ডিটেনশ্যন কেম্পসমূহৰ কাৰ্যকলাপ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকে ন্যায়াধীকৰণৰ বিচাৰকসকলক বাচ-বিচাৰ নকৰাকৈ নিযুক্তি দিয়াৰ অভিযোগ তোলাৰ লগতে ন্যায়াধীকৰণ আৰু ডিটেনশ্যন কেম্পসমূহৰ জৰিয়তে বাংলাভাষী মুছলমানসকলৰ ওপৰত ভাৰত চৰকাৰে আতিশয্য চলোৱাৰো অভিযোগ উত্থাপন কৰিছে।

আনহাতে, পত্ৰখনত শেহতীয়াকৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে এনআৰচিত দাবী-আপত্তিৰ বাবে নিৰ্দ্ধাৰণ কৰা ৩১ ডিচেম্বৰৰ সময়সীমা সন্দৰ্ভতো তেওঁলোকে আপত্তি দৰ্শাইছে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  অন্তিমটো খচৰাৰ কাম চলি থকাৰ সময়তেই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  পৰা এক বৃহৎসংখ্যক সংখ্যালঘু মুছলমানৰ নাম বাদ পৰাৰ আশংকাত সমগ্ৰ বিষয়টোক লৈ ভাৰত চৰকাৰৰ পৰা সবিশেষ তথ্য বিচাৰি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কীয় বিশেষ কাৰ্যপ্ৰণালী গোটে  যোৱা ১১ জুনত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজলৈ এখন পত্ৰ প্ৰেৰণ কৰি এন আৰ চি সম্পৰ্কে ভাৰত চৰকাৰৰ স্থিতি জানিব বিচাৰিছিল।

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সম্পৰ্কীয় বিশেষ কাৰ্যপ্ৰণালী গোটৰ হৈ ফাৰ্ণাণ্ড ডি  ভাৰিনে ( Fernand de Varennes), ই টেনডায়ি আচিউম E Tendayi Achiume), ডাইড কায়ে(Daid Kaye) আৰু আহমেদ শ্বাহীদে স্বাক্ষৰ পৰা পত্ৰখনত এই বুলি উল্লেখ কৰা হৈছিল যে বিদেশী ন্যায়াধিকৰণে মূলতঃ বাঙালী মুছলমানসকলক লক্ষ্য কৰি লোৱাৰ ফলত তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণৰ বাবে দিয়া নিৰ্দেশনাৰ ফলত ক্ষতিগ্ৰস্ত হৈ আহিছে।

উল্লেখ্য যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত  মুছলমান  সংখ্যালঘূৰ প্ৰতি বৈষম্যৰ সম্ভাৱনাক লৈ ৰাষ্ট্ৰসংঘ উদ্বিগ্ন হৈ পৰা কথা উনুকিয়াই এইক্ষেত্ৰত ভাৰত চৰকাৰৰ পৰা মানৱ অধিকাৰ পৰিষদৰ তৰফৰ পৰা কেতবোৰ পোনপটীয়া প্ৰশ্নৰ উত্তৰ বিচাৰিছিল।

ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা উক্ত পত্ৰখনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী  সম্পৰ্কে যিসমূহ শংকা প্ৰকাশ কৰা হৈছে সেই বিষয়ে ভাৰত চৰকাৰক মতামত জনাবলৈ কোৱাৰ উপৰি এই কথাও কোৱা হৈছিল যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ  ফলত যাতে ৰাষ্ট্ৰহাৰা লোক অথবা মানৱ অধিকাৰ উলংঘনৰ ঘটনাৰ সৃষ্টি নহয় সেই কথা ভাৰত চৰকাৰে নিশ্চিত কৰিব লাগে।

এতিয়া ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদকে ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰা দ্বিতীয়খন পত্ৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কেনে স্থিতি গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd