• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 8, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কেঞ্চাৰত আক্ৰান্ত এগৰাকী দৰিদ্ৰ মহিলাক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদানৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 11, 2021 9:05 am

1 min read

index.jpgn
201
VIEWS
Share on FacebookShare on Twitter

কেঞ্চাৰত আক্ৰান্ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ এগৰাকী মহিলাক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াবলৈ নিৰ্দেশ দিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে।

বুধবাৰে এক ৰায় যোগে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্মৌ বিচাৰপীঠে কয় যে দৰিদ্ৰতাৰ বাবে চিকিৎসা খৰচ বহন কৰিব নোৱাৰা দৰিদ্ৰ এগৰাকী মহিলা কেঞ্চাৰ ৰোগীক লক্ষ্মৌ জৰ্জছ মেডিকেল বিশ্ববিদ্যালয়ে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়াব লাগিব।

এগৰাকী ফ্ৰীলান্স সাংবাদিক তথা নিৱনুৱা যুৱকৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এলাহাবাদ ন্যায়ালয়ৰ লক্ষ্মৌ বিচাৰপীঠে লগতে আৰু কয় কেঞ্চাৰত আক্ৰান্ত মহিলাগৰাকীৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত ডাঃ ৰামমোহন লোহিয়া ইনষ্টিটিউট অৱ মেডিকেল চায়েন্স আৰু এছপিজিআইএম-এ সহযোগ আগবঢ়াব লাগিব।

ইয়াৰ লগতে অহা ২৪ মাৰ্চত মহিলাগৰাকীৰ চিকিৎসা সেৱা আগবঢ়োৱাৰ সম্পূৰ্ণ তথ্য উচ্চ ন্যায়ালয়ত দাখিল কৰিবলৈ লক্ষ্মৌ বেঞ্চৰ ন্যায়াধীশ ডি কে উপাধ্যায় আৰু মানীষ কুমাৰে চিকিৎসা প্ৰতিষ্ঠানখনৰ অধীক্ষকক নিৰ্দেশ দিছে।

উল্লেখ্য যে চৌহাৰ্ড লক্ষণপাল নামৰ এগৰাকী ফ্ৰীলান্স সাংবাদিকে তেওঁৰ মাতৃৰ কেঞ্চাৰৰ বিনামূলীয়া চিকিৎসাৰ সেৱা বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল।

সেই আবেদনৰ শুনানিৰ পিছত এলাহাবাদ উচ্চ ন্যায়ালয়ে বুধবাৰে এই ৰায় প্ৰদান কৰে।

Recent News

a rajya-sabha

ৰাজ্যসভাত বিৰোধীক আলোচনা কৰিবলৈ দিয়া নহ’ল মূল্যবৃদ্ধিৰ প্ৰসংগ,পুৰণি ঘাঁ খজুৱাই ল’লে আমেজ!

Mahanta-Jitu Goswami

কাৰ বাবে অগপই দলৰ প্ৰতিষ্ঠাপক, দুবাৰৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তৰ আসনখন এৰি দিলে জানেনে?

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

ইনষ্টাগ্ৰামলৈ উভটি আহিল ৰিয়া চক্ৰৱৰ্তী, জনালে নাৰী দিৱসৰ শুভেচ্ছা

155512718_4069084763109762_1614877952894308684_o

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনায় বোকাখাতত কোনে কোনে দাখিল কৰিলে মনোয়ন পত্র?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd