• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেৰিছত অন্তিম ইভেণ্টত স্বৰ্ণ জয়েৰে অলিম্পিকৰ পদক তালিকাত চীনক অতিক্ৰমি শীৰ্ষত আমেৰিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2024 8:35 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেৰিছ অলিম্পিকৰ অন্তমিটো ইভেণ্ট আছিল মহিলা বাস্কেটবলৰ ফাইনেল। আয়োজক দেশ ফ্ৰান্সৰ বিৰুদ্ধে কঠোৰ যুঁজৰ অন্তত আমেৰিকাই সোণৰ পদক লাভ কৰে। সেই স্বৰ্ণজয়েৰে পদকৰ তালিকাত চীনক পৰাস্ত কৰে। যদিও দুয়োখন দেশৰ সোণৰ পদকৰ সংখ্যা সমান, তথাপিও অধিক ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবেই আমেৰিকা শীৰ্ষত থাকে।

অলিম্পিকত পদকৰ তালিকাত সাধাৰণতে সৰ্বাধিক সোণৰ পদক লাভ কৰা দেশখনেই শীৰ্ষত থাকে। যদি দুখন দেশে একে পৰিমাণৰ সোণৰ পদক পায়, তেতিয়া কোনে বেছি ৰূপ পালে সেইটো চোৱা হয়। ৰূপৰ সংখ্যা বেছি থকাটোৱে শীৰ্ষত স্থান লাভ কৰে। সেইদৰে, সোণ আৰু ৰূপ সমান হ’লে কোনে বেছি ব্ৰঞ্জৰ পদক লাভ কৰে তাৰ ভিত্তিত ৰেংকিং কৰা হয়।

পেৰিছত আমেৰিকাই ৪০টা সোণ, ৪৪টা ৰূপ আৰু ৪২টা ব্ৰঞ্জৰ পদক লাভ কৰি মুঠ ১২৬টা পদক লাভ কৰে। চীনেও ৪০টা সোণৰ পদক লাভ কৰে। কিন্তু ৰূপৰ সংখ্যা (২৭) আমেৰিকাৰ তুলনাত কম। ২৪ গৰাকীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে। মুঠ পদক ৯১ টা।

Apply Now

লগতে পঢ়কঃ অহা ১ ছেপ্টেম্বৰৰ পৰা ব্লেকলিষ্টেড হ’ব এইসমূহ চিম কাৰ্ড; প্ৰৱৰ্তন কৰা হৈছে ট্ৰাইৰ নতুন নিয়ম

তৃতীয় স্থানত জাপানে ২০টা সোণ, ১২টা ৰূপ আৰু ১৩টা ব্ৰঞ্জৰ পদক লাভ কৰে। চতুৰ্থ স্থানত থকা অষ্ট্ৰেলিয়াই ১৮টা সোণ, ১৯টা ৰূপ আৰু ১৬টা ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিকৰ ইতিহাসত দেশখনৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰে। পঞ্চম স্থানত থাকে আয়োজক দেশ ফ্ৰান্স। দেশখনে ১৬ টা সোণ, ২৬ টা ৰূপ আৰু ২২ টা ব্ৰঞ্জৰ পদক লাভ কৰে।

দেওবাৰে আমেৰিকাই ৩৮টা সোণৰ পদক লাভ কৰি আঁতৰি যায়। চীনতকৈ (৩৯) এটা সোণত পিছ পৰি আছিল। দেওবাৰে মহিলা ভাৰোত্তোলনত চীনে আন এক সোণৰ পদক লাভ কৰে। চাইক্লিষ্ট তথা শেষবাৰৰ বাবে সোণৰ পদক বিজয়ী জেনিফাৰ ভেলেণ্টে আমেৰিকাৰ হৈ ৩৯ সংখ্যক সোণৰ পদক লাভ কৰে। ফলত শেষ আশা আছিল মহিলা বাস্কেটবলৰ দল।

১৯৯৬ চনৰ পৰা আমেৰিকাই একেৰাহে মহিলা বাস্কেটবলত সোণৰ পদক লাভ কৰিছে। ফলত সকলোৱে ধৰি লৈছিল যে দেওবাৰেও সহজেই জয়ী হ’ব। কিন্তু নহয়। ফ্ৰান্সে আৰম্ভণিৰ পৰা শেষলৈকে কঠোৰ যুঁজ দিছিল। এসময়ত এনে লাগিছিল যেন অঘটন ঘটাই তেওঁলোকেই স্বৰ্ণ জয় কৰিব। শেষ মুহূৰ্তত আমেৰিকাই বিজয় সাৱ্যস্ত কৰিলে। তেওঁলোকৰ হৈ পৰিল ৪০ টা সোণৰ পদক।

লগতে পঢ়কঃ ‘দেশলৈ উভতিম, আমেৰিকাৰ ষড়যন্ত্ৰতে বাংলাদেশত অশান্তি’; মৌনতা ভংগ শ্বেখ হাছিনাৰ

পেৰিছত ভাৰতে ৭১ নম্বৰত স্থান লাভ কৰিছে। যদি ৱিনেশ ফ’গাটে ৰূপৰ পদক পায় তেন্তে ৬৮ নম্বৰলৈ উঠিব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd