DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীৰ ৰাজপথত পাকিস্তানৰ পতাকা জ্বলাই প্ৰতিবাদ কেইবাটাও সংগঠনৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 15, 2019 7:38 pm
1.1k
VIEWS
Share on FacebookShare on Twitter

১৪ ফেব্ৰুৱাৰিত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী সংগঠন জইছ ই মহম্মদে জম্মু আৰু কাশ্মীৰৰ পুলৱামাত ভাৰতৰ চি আৰ পি এফ দলৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে গৰজি উঠিছে হিন্দু নিৰ্মাণ দল আৰু ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ সমিতি।

গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত বজৰং দলৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি নিলভ দাসৰ নেতৃত্বত দাহ কৰা হয় পাকিস্তানৰ জাতীয় পতাকা। সংগঠন দুটাই পাকিস্তানৰ জাতীয় পতাকা ৰাজপথত ভৰিৰে মোহাৰি প্ৰতিবাদ সাব্যস্ত কৰি ‘পাকিস্তান মুর্দাবাদ, সন্ত্ৰাসবাদ নিপাত যাওক, মোডী চৰকাৰ কাম নাই’ আদি  ধ্বনিৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখ উত্তাল কৰি তোলে।

ইফালে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আত্মঘাটী বোমা বিস্ফোৰণত নিহত চহিদ সকলৰ স্মৃতিত গণেশগুৰিৰ বি কে টাৱাৰৰ সমীপত পাকিস্তানৰ পতাকা দহা কৰে হিন্দু জাগৰণ মঞ্চৰ মহানগৰ সমিতিয়ে।

একেদৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদেও ১৪ জানুৱাৰিৰ দিনা পাকিস্তানী সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা এই বৰ্বৰ আক্ৰমণক ধিক্কাৰ দিয়াৰ লগতে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। সংগঠনটোৱে ২০১৯ৰ ১৪ ফেব্ৰুৱাৰিৰ দিনটো ভাৰতৰ ইতিহাসৰ বাবে ক’লা দিন হিচাপে পৰিগণিত হৈ ৰ’ব বুলি কয়।

দেশৰ নামত চহিদ হোৱা জোৱানসকলৰ ত্যাগক অথলে যাবলৈ নিদি চৰকাৰে শীঘ্ৰে পাকিস্তানক শাস্তি দিয়াৰ পোষকতা কৰে সংগঠনটোৱে।

লগতে সমগ্ৰ দেশবাশীক একত্ৰিত হৈ থিয় দিয়াৰ বাবে আহ্বান জনাই পাকিস্তানক কঠোৰ হাতেৰে দমন কৰিবলৈ প্ৰধান মন্ত্ৰী মোদীক আহ্বান জনাইছে।

Recent News

Bihar Nitish Kumar

বিহাৰত আজি শাসনলৈ ‘মহাজোঁট’ৰ নতুন চৰকাৰ: মুখ্যমন্ত্ৰী হিচাপে পুনৰ শপত ল’ব নীতিশ কুমাৰে

Rape Guwahati

গুৱাহাটীত ছয় বছৰীয়া শিশুক ধৰ্ষণ ষাঠীৰ ঊৰ্ধ্বৰ ব্যক্তিৰ: অভিযুক্তক গ্ৰেপ্তাৰ

Guwahati Murder

ছয়গাঁৱত চাঞ্চল্যকৰ কাণ্ড: চোকা অস্ত্ৰৰে আক্ৰমণ কৰি শাহু সহ দুগৰাকীক হত্যা মহিলাৰ

Akhilesh Yadav on Bihar Politics

বিহাৰৰ পৰা আৰম্ভ হৈছে ‘বিজেপি ভগাও’ শ্ল’গান: নীতিশ কুমাৰৰ সিদ্ধান্তক আদৰণি অখিলেশ যাদৱৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd