• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সঘনাই ফৰৱাৰ্ড হোৱা মেছেজৰ ক্ষেত্ৰত নতুন ব্যৱস্থা হোৱাটছএপৰ

Nenow এন ই নাও নিউজ
গুৱাহাটী , April 7, 2020 5:23 pm

1 min read

whatsapp

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

14k
VIEWS
Share on FacebookShare on Twitter

কৰ’নাভাইৰাছৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ ৰোধ কৰাৰ বাবে হোৱাটছএপে সঘনাই ফৰৱাৰ্ড কৰা মেছেজসমূহ পুনৰ কেৱল এজনলৈকেহে এবাৰত দিব পৰাৰ ব্যৱস্থা কৰিছে।

পূৰ্বে পাঁচবাৰতকৈ অধিক ফৰৱাৰ্ড হোৱা মেছেজ এটাক সঘনাই ফৰৱাৰ্ড হোৱা মেছেজৰূপে গণ্য কৰা হ’ব।

মঙলবাৰে হোৱাটছএপে এই নতুন ফিচাৰ মুকলি কৰিছে।

সঘনে ফৰৱাৰ্ড হোৱা মেছেজ এটাৰ ওপৰত দুডাল কাঁড় চিনেৰে চিহ্নিত কৰা থাকিব।

ভুৱা খবৰ বা উৰা বাতৰি ভাইৰেল হোৱাৰ পৰা ৰোধ কৰাৰ বাবে হোৱাটছএপে এই ব্যৱস্থা মুকলি কৰিছে।

এটা মেছেজ ফৰৱাৰ্ড কৰাৰ পূৰ্বে পুনৰ এবাৰ পৰীক্ষা কৰি ল’লে ভুৱা বাতৰি বা গুজৱ কমাত সহায় কৰিব বুলি কোম্পানিটোৱে আশা প্ৰকাশ কৰে।

হোৱাটছএপৰ এই নতুন ফিচাৰ বিশ্বজুৰি মুকলি কৰা হৈছে।

উল্লেখযোগ্য যে ক’ভিড১৯ মহামাৰীৰ মাজতে অসমতো চ’চিয়েল মিডিয়াত বহু ভুৱা বাতৰি, গুজৱ প্ৰচাৰিত হৈ থকা পৰিলক্ষিত হৈছে।

অসম আৰক্ষীয়ে ইতিমধ্যে এনে বহু গুজৱ বিয়পোৱা লোকক গ্ৰেপ্তাৰ কৰিছে আৰু ভুৱা বাতৰিৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাই আহিছে।

Tags: COVID19

Recent News

a bbbjjj

পুনৰ এবাৰ গতানুগতিক নিৰ্বাচনী ইস্তাহাৰৰে নিৰ্বাচনলৈ সাজু হ’ব নেকি বিজেপি?

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

পৰিত্যক্ত অৱস্থাত মূল্যবান চৰকাৰী ভূমি; সাংস্কৃতিক প্ৰকল্প স্থাপনৰ আহ্বান টীয়কবাসীৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

সকলো বুথ পৰ্য্যায়ৰ কংগ্ৰেছ কৰ্মীয়ে নিজকে ৰিপুন বৰা বুলি ভাৱক : কংগ্ৰেছী মীৰা বৰঠাকুৰ

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

অসমৰ শেষ সীমান্ত জাগুনত স্থাপন হ’ব অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd