• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Human-elephant conflict: কৃষ্ণাইত বনৰীয়া হাতীৰ গচকত প্ৰাণ গল আৰু এজনৰ

নীলমণি শৰ্মা,কৃষ্ণাই by নীলমণি শৰ্মা,কৃষ্ণাই
October 31, 2021 4:39 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সঁজাল ধৰা ধান খেতিত জাক জাক বন্যহস্তী ৷ উদৰ পুৰাই খাইছে ইখনৰ পিছত সিখন ধাননি পথাৰৰ পকা ধান৷ বাৰিষাৰ কঠোৰ শ্ৰমৰ অন্তত পকিবলৈ ধৰা খেতি ডৰাৰ এই অৱস্থা দেখি মূৰে কপালে হাত দিব লগা হৈছে কৃষকসকলে ৷

হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰা সময়তো নিৱৰ চৰকাৰ-প্ৰশাসন তথা বন বিভাগ৷ হাতী-মানুহৰ সংঘাত প্ৰশমিত কৰাৰ নাই কোনো আচঁনি চৰকাৰ অথবা বন বিভাগৰ ওচৰত৷ এতিয়া গোৱালপাৰাৰ জিলাৰ দহিকটা,ধাইগাও,মোৱামৰীয়া ,শিমলাবাৰী ,গুৰীয়া আদি ধৰি অৰ্ধ শতাধিক গাওঁৰ এক সুলভ দৃশ্য হৈ পৰি বন্যহস্তীৰ জাক৷

যেনিয়েই চায় তেনিয়েই জাকজাক হাতী৷ বিগত তিনিদিন ধৰি দহিকটা বনাঞ্চলত আছে বন্যহস্তিৰ এটা বৃহৎ জাক পোহৰ হোৱাৰ লগে লগে ধাননি পথাৰত চলায় তাণ্ডৱ৷প্ৰায় ২৫/৩০জনীয়া এটা হাতীৰ জাকে দিন দুপৰতে ধান খাই তহিলং কৰিছে কৃষকৰ পকিবলৈ আৰম্ভ কৰা ধান ৷

Apply Now

সাধাৰণতে বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰা বৃহৎ বনৰীয়া হাতীৰ জাকটোয়ে ৰাতিপুৱাই পথাৰত প্ৰবেশ কৰি এফালৰ পৰা খাই গছকি নষ্ট কৰিছে ধাননি পথাৰ ৷

ইফালে বন বিভাগে দিনতে গুৰি ফুটাই হাতী খেদাৰ চেষ্টা চলাইছে যদিও একো সুফল লাভ কৰা নাই ৰাইজে ৷ আনহাতে কৃষ্ণাই অঞ্চলত বিগত তিনিটা দিনত দুটাকৈ বন্যহস্তীৰ আক্ৰমণৰ ঘটনা ৷

Latest News:কামেং নৈত মাছৰ মৃত্যু, অৰুণাচল চৰকাৰে গঠন কৰিলে তদন্ত সমিতি

এদিন পূৰ্বে বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী বৃদ্ধা নিহত হোৱাৰ এটা দিন পিচতে বন্যহস্তীৰ আক্ৰমণত পুনৰ প্ৰাণ গ’ল এজন লোকৰ ৷

ধাইগাঁও মোৱামাৰীত এজাক হাতীয়ে মুক্ত বিচৰণ কৰি আছিল ৷সেই দৃশ্য চাবলৈ উক্ত ঠাইত ভিৰ কৰিছিল বহু লোকে ৷
তেনেতে জাকৰ পৰা ওলাই অহা এটা হাতীয়ে অতৰ্কিতে মানুহলৈ চোঁচা লয় আৰু এজন লোকক আক্ৰমণ কৰে ৷
হাতীৰ গচকত গুৰুতৰভাৱে আহত হোৱা ধাইগাঁও বিজয়পুৰৰ ইলথিৰা মাৰাক(থিৰা) নামৰ লোকজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথতে শেষ নিশ্বাস ত্যাগ কৰে ৷

মৃত লোকজন ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান আছিল ৷ উল্লেখ্য যে, ৰাতিপুৱাৰ পৰাই এজাক বনৰীয়া হাতীয়ে বৰঝাৰ বনাঞ্চলৰ সমীপৰ মোৱামাৰীত মুকলিভাৱে অৱস্থান কৰি আছিল ৷

সেই দৃশ্য চাবলৈ পুৱাৰ পৰাই বহু লোকে সমাবেত হৈছিল উক্ত ঠাইত ৷ তাৰ পিচতে মানুহলৈ লক্ষ্যকৰি খেদি অহা হাতীৰ আক্ৰমণত মৃত্যুক আকোঁৱালি লয় এইজন লোকে ৷

নীলমণি শৰ্মা,কৃষ্ণাই

নীলমণি শৰ্মা,কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd