• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পাশৱিক! : পাঁচ সন্তানৰ মাতৃক গণধৰ্ষণ; মদ্যপান কৰা ১৭ গৰাকী লোকৰ বিৰুদ্ধে অভিযোগ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 10, 2020 2:03 pm

2 min read

images
1.5k
VIEWS
Share on FacebookShare on Twitter

এগৰাকী ৩৫ বছৰীয়া ৫ সন্তানৰ মাতৃক ১৭ জনকৈ লোকে গণধৰ্ষণ কৰাৰ এক পাশৱিক ঘটনা পোৰহলৈ আহিছে।

ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডৰ দুমকা জিলাৰ মুফাচচিল থানাৰ অন্তৰ্গত এক এলেকাত।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে যোৱা মংগলবাৰে ৰাতি স্বামীৰ সৈতে বজাৰৰ পৰা ওভতি অহাৰ সময়তে সংঘটিত হয় গণধৰ্ষণ কাণ্ডটো।

স্থানীয় বজাৰৰ পৰা স্বামীৰ সৈতে ঘৰলৈ ওভতি আহি থকাৰ সময়তে ১৭ জন লোকে স্বামীক বান্ধি লৈ মহিলাগৰাকীক ধৰ্ষণ কৰে। লোককেইজনে মহিলাগৰাকীৰ স্বামীৰ ওপৰতো নিৰ্যাতন চলোৱা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

“মহিলাগৰাকীৰ জবানবন্দীৰ মতে ৰাতি বজাৰৰ পৰা ওভতি অহাৰ সময়তে অভিযুক্তকেইজনে এই ঘটনাটো সংঘটিত কৰে। মহিলাগৰাকীৰ স্বামীক বন্দী কৰি অভিযুক্তকেইজনে আক্ৰমণো কৰে।” ডিআইজি সুদৰ্শন মণ্ডলে সংবাদ মাধ্যমৰ আগত কয়।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে বুধবাৰে মহিলাগৰাকীয়ে আৰক্ষী থানাত উপস্থিত হৈ অভিযোগ দাখিল কৰিছে। অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। আৰক্ষীয়ে ইতিমধ্যে এজন লোকক চিনাক্ত কৰি আটক কৰিবলৈ সক্ষম হৈছে।

নিৰ্যাতিতা মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে বুলিও প্ৰকাশ কৰিছে আৰক্ষীয়ে।

আনহাতে আৰক্ষীয়ে অভিযোগ লাভ কৰিলেও ঘটনাটোৰ তদন্ত অতি সতৰ্কতাৰে আৰম্ভ কৰা বুলি জনাইছে। মহিলাগকাৰীৰ জবানবন্দীত অসংগতি আছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।

“আমি গাঁওবাসীক ধৰি ধৰি এই সম্পৰ্কে প্ৰশ্ন কৰিছো। মহিলাগৰাকীয়ে জবানবন্দী সলাইছে। তেওঁলোকৰ গাঁৱলৈ গৈ প্ৰশ্ন কৰোতে পাঁচজন লোকে গণধৰ্ষণ কৰা বুলি প্ৰকাশ কৰিছে মহিলাগৰাকীয়ে।” ডিআইজি মণ্ডলে সংবাদ মাধ্যমৰ আগত কয়।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd