• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাৰীৰ যৌনাংগত জলকীয়া সানি নিৰ্য্যাতন: গ্ৰেপ্তাৰ হোৱা অধিকাংশই মহিলা

ৰাহুল চক্ৰবৰ্তী by ৰাহুল চক্ৰবৰ্তী
September 22, 2018 10:25 pm
প্ৰতিনিধিত্বমূলক ছবি।

প্ৰতিনিধিত্বমূলক ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোনিত জলকীয়া গুৰি সানি এগৰাকী মহিলাক নিৰ্য্যাতন কৰা ঘটনাত কৰিমগঞ্জ আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰিছে গাওঁখনৰ ১৯গৰাকীকৈ লোকক।

তাৎপৰ্য্যপূৰ্ণভাৱে আটকাধীন ১৬গৰাকীয়েই মহিলা।

Apply Now

অসম-মিজোৰাম সীমান্তৰ কৰিমগঞ্জ জিলাৰ বাজাৰিচৰা আৰক্ষী থানাৰ মাগুৰা গাঁৱত মহিলাগৰাকীয়ে জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত কৰা অভিযোগৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১২০বি, ৪৪৮, ৩৫৪বি আৰু ৩৯২ ধাৰাৰ অধীনত এক গোচৰ পঞ্জীয়ন হৈছিল।

কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে লোকসকলক গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰিছে। ‘কিন্তু তদন্তৰ পিছতহে কিহৰ বাবে ঘটনাটো ঘটিল পোহৰলৈ আহিব,’ নৰ্থ ইষ্ট নাও-ত মন্তব্য উপাধ্যায়ৰ।

লগতে পঢ়ক যৌনাংগত জলকীয়া সানি ৰাস্তাত ভ্ৰমণ কৰোৱালে মহিলাক!

মহিলাগৰাকীক নিৰ্য্যাতনৰ ভিডিঅ’ ৰাজহুৱা কৰাসকলৰ বিৰুদ্ধেও আই টি আইনৰ অধীনত ব্যৱস্থা লোৱা হ’ব বুলিও তেওঁ সদৰী কৰিছে।

আনহাতে মহিলাগৰাকীয়ে ‘অবৈধ মদ বিকা’ আৰু ‘অসামাজিক কাম-কাজ’ কৰা বুলি গাওঁখনৰ লোকসকলে প্ৰতি-অভিযোগ উত্থাপন কৰা বুলি সদৰী কৰিছে উপাধ্যায়ে।

মহিলাগৰাকীয়ে তেওঁৰ পৰা নিৰ্য্যাতনকাৰী লোকসকলে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ধন কাঢ়ি নিব খোজা বুলি অভিযোগ কৰিছিল।

১০ দিন পূৰ্বেই ঘটা ঘটনাটোৰ অভিযোগ ভুক্তভোগীয়ে স্থানীয় থানাৰ পৰিৱৰ্তে বৃহস্পতিবাৰে দাখিল কৰিব লগা হৈছিল কৰিমগঞ্জৰ জিলা আদালতত।

লগতে পঢ়ক নাৰীক জোৰ–জবৰদস্তিৰ দেশৰ শীৰ্ষস্থান অধিকাৰ অসমৰ

অভিযোগ মতে যোৱা ১০ ছেপ্তেম্বৰত কেইজনমান লোকে মহিলাগৰাকীৰ ঘৰলৈ আহি শহুৰেকৰ হাত বান্ধি লৈ মহিলাগৰাকীৰ কাপোৰ খুলি প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত তেওঁ পোৱা ধনখিনি দাবী কৰি অত্যাচাৰ কৰিছিল।

সেই অত্যাচাৰৰ বিৰুদ্ধে অভিযোগ দাখিলৰ বাবে ১১ ছেপ্তেম্বৰত স্থানীয় স্থানীয় মাগুৰা আৰক্ষী চকীলৈ যাবলৈ ওলোৱাৰ সময়তে গাঁৱৰ ৰাইজে মহিলাগৰাকীক ঘেৰি ধৰি পুনৰ নগ্ন কৰি যোনিত জলকীয়া সানি অত্যাচাৰ কৰে।

‘মই যেতিয়া মাগুৰা আৰক্ষী চকীলৈ অভিযোগ দাখিলৰ বাবে ওলালো, গাঁৱৰ ৰাইজে মোক ঘেৰি ধৰি কাপোৰ খুলি পেলায়। পিছত মতা, মাইকী সকলোৱে মিলি মোৰ যৌনাংগত জলকীয়া গুৰি সানে। মাৰ-ধৰো কৰে…কোনোবাই তাৰে ভিডিঅ’ বনায়,’ ভুক্তভোগীগৰাকীৰ মন্তব্য।

লগতে পঢ়ক বন্ধনৰ ঋণ লৈ প্ৰাণৰ সংকটত মহিলা

মহিলাগৰাকীক অত্যাচাৰ কৰা লোকসকলে থানালৈ নাযাবলৈ বুলিও মহিলাগৰাকীক সকীয়নি দিয়ে বুলি তেওঁ অভিযোগ কৰিছিল।

‘মোক সিহঁতে মনে মনে থাকিবলৈ সকীয়াই দিছিল, অন্যথা ভিডিঅ’টো ৰাজহুৱা কৰি দিব বুলি কৈছিল,’ মহিলাগৰাকীৰ অভিযোগ।

বৰাক উপত্যকাৰ কৰিমগঞ্জ জিলাৰ বাজাৰিচৰা আৰক্ষী থানাৰ মাগুৰা গাঁৱত যোৱা ১০ আৰু ১১ ছেপ্তেম্বৰতেই ঘটা ঘটনাটো ভুক্তভোগী মহিলাগৰাকীয়ে বৃহস্পতিবাৰে আদালতত অভিযোগ দিয়াতহে পোহৰলৈ আহিছিল।

ইতিমধ্যে কোনোবা লোকে ৰাজহুৱা কৰা অত্যাচাৰৰ ভিডিঅ’টো চ’চিয়েল মিডিয়াত বিয়পি পৰিছে।

ৰাহুল চক্ৰবৰ্তী

ৰাহুল চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd