• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

টীয়ক চাহ বাগিচাত বাঘৰ আক্ৰমণত গুৰুতৰভাবে আহত মহিলা

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , April 25, 2020 7:40 pm

1 min read

টীয়ক চাহ বাগিচাত বাঘৰ আক্ৰমণত গুৰুতৰভাবে আহত মহিলা
11k
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত টীয়ক টাটা এমালগেমেটেড চাহ বাগিচাত আজি বিয়লি পাত তুলি থকা অৱস্থাত এগৰাকী মহিলা বাঘৰ আক্ৰমণত আহত হয়। আহত মহিলাগৰাকী বাগিচাখনৰ খৰিপালেং বস্তিৰ বিনু মাঝি বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণ মতে টীয়ক চাহ বাগিচাৰ ১৩ নং লাইনৰ সমীপত প্ৰায় ৩০ গৰাকী মহিলা শ্ৰমিকে পাত তুলি আছিল। পাত তুলি থকা অৱস্থাতে হঠাৎ এটা নাহৰফুটুকী বাঘে মহিলা গৰাকী ওপৰত পাচফালৰ পৰা অতৰ্কিতে জপিয়াই পৰে।

কিন্তু সৌভাগ্যক্ৰমে কাষতে থকা আন শ্ৰমিকসকলে একে সময়তে খেদা মাৰি যোৱাত বাঘটোৱে মহিলা গৰাকীক এৰি চাহ গছৰ মাজত সোমাই পৰে। বাঘৰ আঁচোৰত মহিলা গৰাকী পিঠি, মূৰ আৰু কাণৰ কাষত আঘাতপ্ৰাপ্ত হয়। লগে লগে তেওঁক বাগিচাখনৰ এম্বুলেন্স যোগে টীয়ক এফ আৰ ইউ হস্পিতেললৈ অনা হয়।

ঘটনাস্থলীত উপস্থিত হোৱা ৰাইজে বাঘটোৰ সন্ধান কৰাৰ সময়ত উক্ত ঠাইত আধা খাই পৰি থকা এটা ছাগলী উদ্ধাৰ কৰিছে যদিও বাঘটোৰ কোনো সন্ধান পোৱা নাই। ঘটনাটোৱে শ্ৰমিক সকলক শংকিত কৰি তুলিছে।

Recent News

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd