• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ মুকলিৰ দাবীত উত্তাল ধৰ্ণা কাৰ্য্যসূচী

NE NOW NEWS মানস প্রতীম গগৈ
মার্ঘেৰিটা , February 6, 2021 9:41 am

2 min read

উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ মুকলিৰ দাবীত উত্তাল ধৰ্ণা কাৰ্য্যসূচী
144
VIEWS
Share on FacebookShare on Twitter

অখিল ভাৰতীয় খাদান মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখাৰ সভাপতি ভাৰত ভূষণ বৰঠাকুৰৰ নেতৃত্বৰ উত্তৰ-পূব কয়লা ক্ষেত্ৰ প্ৰতিষ্ঠানৰ মাৰ্ঘেৰিটাস্থ  মুখ্য কাৰ্যালয়ৰ সন্মুখত উত্তৰ পূৱ কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটা মুকলিকৰণৰ দাবীত শুকুৰবাৰে ধৰ্ণা কাৰ্যসূচীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক শ্ৰমিক কৰ্মচাৰীয়ে।

উত্তৰ-পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ ভৱিষ্যতৰ সম্পৰ্কে চৰকাৰৰ তৰফৰ পৰা কোনোধৰণৰ নিশ্চয়তা প্ৰদান নকৰাৰ ফলত শ্ৰমিক সকলৰ মনত চৰম শংকাৰ সৃষ্টি হৈছে বুলি প্ৰতিবাদকাৰী সকলে উল্লেখ কৰে।

ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক খাদ্য সংশাধন মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কেন্দ্ৰীয় কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশীক  সাক্ষাৎ কৰা তথা ২০২০ বৰ্ষৰ  নবেম্বৰৰ  পৰা প্ৰতিষ্ঠানটো আৰম্ভ হোৱাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল যদিও আজি পৰ্যন্ত  উদ্যোগটোৰ উৎপাদন আৰম্ভ হোৱাৰ কোনো সম্ভাৱনীয়তা দেখা দিয়া নায়।

শুকুৰাবাৰে প্ৰতিবাদস্থলীত অখিল ভাৰতীয় খাদান মজদুৰ সংঘৰ কেন্দ্ৰীয় সম্পাদক ৰাজীৱ ৰঞ্জন সিং উপস্থিত থাকি কেন্দ্ৰ তথা ৰাজ্য চৰকাক অনতিপ্ৰলমে উত্তৰ-পূৱ কয়লা উদ্যোগ মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি দাবী জনায়।

শুকুৰবাৰে সমগ্ৰ ভাৰতবৰ্ষতে ক’ল ইণ্ডিয়াৰ সমূহ কাৰ্য্যলয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰে উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ মুকলিৰ দাবী উত্থাপন কৰা হৈছে বুলি সংবাদমাধ্যমৰ আগত সিঙে জানিবলৈ দিয়ে।

উল্লেখ যোগ্য যে, ২০১৯ বৰ্ষৰ ৩ জুনৰ পৰা উত্তৰ-পূৱ কয়ল ক্ষেত্ৰ বন্ধ হৈ আছে। ফলত সমগ্ৰ অঞ্চলটোত অৰ্থনৈতিক মন্দা অৱস্থাৰ সৃষ্টি হৈছে আৰু এনেক্ষেত্ৰত চৰকাৰ প্ৰশাসনে অনতিপ্ৰলমে উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ মুকলিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি প্ৰতিবাদকাৰী সকলে কয়।

ইতিমধ্যে, বহুকেইটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বিভিন্ন দল সংগঠনে লগতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিও স্মাৰক পত্ৰ দিয়াৰ হৈছে যদিও কয়লা ক্ষেত্ৰ মুকলি নোহোৱাত কয়লা ক্ষেত্ৰৰ শ্ৰমিক কৰ্মচাৰী অধিক ক্ষুব্ধ হৈ পৰা পৰিলক্ষিত হৈছে।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd