• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আনষ্টপেবল নিখাত: ক্ৰমাগত দ্বিতীয়টো বিশ্ব চেম্পিয়নশ্বিপ স্বৰ্ণ জয় নিখাত জাৰিনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2023 7:23 pm
Nikhat Zareen World Boxing Championships
144
VIEWS
Share on FacebookShare on Twitter

অটুট আছে ভাৰতীয় বক্সিঙৰ স্বৰ্ণিল দিন। বক্সিং ৰিঙত বিজয় ধ্বজা উৰুৱাই বিশ্বৰ বুকুত উজ্বলি উঠিছে ভাৰতীয় মহিলা বক্সাৰ। চলিত মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত শনিবাৰে দেশৰ দুগৰাকীকৈ বক্সাৰে স্বৰ্ণ জয় কৰাৰ পাছত আজি প্ৰতিযোগিতাখনত নিখাত জাৰিনে দেশক উপহাৰ দিছে তৃতীয়টো স্বৰ্ণ।

বিশ্ব চেম্পিয়নশ্বিপত নিজৰ দ্বিতীয়টো স্বৰ্ণৰ সোৱাদ লাভ কৰা জাৰিনে আজি ৫০ কিলোগ্ৰাম শাখাৰ ফাইনেলত ভিয়েটনামৰ থি থাম নুয়েনক ৫-০ ব্যৱধানত ধৰাশায়ী কৰে আৰু অক্ষুণ্ণ ৰাখে নিজ খিতাপ।

Nikhat Zareen Remember the name 🔥🥇@AjaySingh_SG l @debojo_m#itshertime #WorldChampionships #WWCHDelhi @Media_SAI @anandmahindra @IBA_Boxing @Mahindra_Auto @nikhat_zareen @Anurag_Office @MahindraRise @NehaAnandBrahma pic.twitter.com/REOnDeYDHL

— Boxing Federation (@BFI_official) March 26, 2023

এইদৰে বিশ্ব চেম্পিয়নশ্বিপত এটাতকৈ অধিক স্বৰ্ণ পদক জয় কৰা ভাৰতৰ দ্বিতীয়গৰাকী মহিলা বক্সাৰ ৰূপে পৰিগণিত হয় নিখাত। জাৰিনৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল কেৱল বক্সিং কিংবদন্তী মেৰীকমেহে।

মহিলা বক্সিং জগতৰ সম্ৰাজ্ঞীস্বৰূপ মেৰীকমে নিজ কেৰিয়াৰত ৬ টাকৈ বিশ্ব চেম্পিয়নশ্বিপ স্বৰ্ণ জয়েৰে ইতিহাস ৰচনা কৰিছিল। এতিয়া মেৰীকমৰ এই পথেৰেই পথ বুলাৰ চেষ্টাত ব্ৰতী জাৰিন।

 

Consecutive World Championships 🥇 medal for Nikhat Zareen 🇮🇳 😍🔥

Nikhat wins the bout 5️⃣-0️⃣ 🔥💪@AjaySingh_SG l @debojo_m#itshertime #WorldChampionships #WWCHDelhi @Media_SAI @anandmahindra @IBA_Boxing @Mahindra_Auto @saweetyboora @MahindraRise @NehaAnandBrahma pic.twitter.com/IIi22RFjTZ

— Boxing Federation (@BFI_official) March 26, 2023

উল্লেখ্য যে, চলিত প্ৰতিযোগিতাখনত শনিবাৰে নিতু ঘাংঘাছে ৪৮ কিলোগ্ৰাম শাখাত আৰু ছ’ইটী ব’ৰাই ৮১ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয় কৰিছিল। নিখাত, নিতু আৰু ছ’ইটীৰ পিছত এতিয়া দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈছে দেশৰ আনগৰাকী তাৰকা তথা অলিম্পিক পদক জয়ী লাভলিনাৰ ওপৰত।

কিছু সময় পিছতে ৭৫ কিলোগ্ৰাম শাখাত কেৰিয়াৰৰ প্ৰথমটো বিশ্ব চেম্পিয়নশ্বিপ স্বৰ্ণ জয়ৰ লক্ষ্যৰে অষ্ট্ৰেলিয়াৰ কেইটিন পাৰ্কাৰৰ বিপক্ষে অৱতীৰ্ণ হ’ব অসমকন্যা লাভলিনা বৰগোহাঁই।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd