• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বৰ আটাইতকৈ বয়সস্থ জাপানী মহিলা কেন টানাকাৰ ১১৯ বছৰ বয়সত মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2022 10:34 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথিৱীৰ আটাইতকৈ বয়সস্থ জীৱিত ব্যক্তি হিচাপে প্ৰমাণ পত্ৰ লাভ কৰা জাপানৰ  মহিলা কেন টানাকাৰ মৃত্যু হৈছে। তেওঁৰ বয়স আছিল ১১৯ বছৰ।বাতৰি অনুসৰি, যোৱা সপ্তাহত পশ্চিম জাপানৰ ফুকুওকা চহৰৰ এখন চিকিৎসালয়ত বাৰ্দ্ধক্যজনিত কাৰণত তেওঁৰ মৃত্যু ঘটিছে। সেই অনুসৰি যোৱা ১৯ এপ্ৰিলত তেওঁৰ দেহাৱসান ঘটে।

১৯০৩ চনৰ ২ জানুৱাৰীত ফুকুওকা অঞ্চলত কেন টানাকাৰ জন্ম হৈছিল। শেহতীয়াকৈ তেওঁৰ স্বাস্থ্য তুলনামূলকভাৱে ভালেই আছিল আৰু তেওঁ ব’ৰ্ড গেম খেলা, অংকৰ সমস্যা সমাধান কৰাৰ লগতে তেওঁ বাস কৰা নাৰ্চিং হোমত চডা আৰু চকলেট উপভোগ কৰি সময় অতিবাহিত কৰিছিল।

টানাকাই ১৯২২ চনত হিদেও টানাকাক বিয়া কৰায়। তেওঁলোকৰ পাঁচটা সন্তান থকাৰ উপৰি তেওঁলোকৰ এজন দত্তক লোৱা সন্তানো আছিল।

Apply Now

লগতে পঢ়ক: দৰে-দামে মিলিল! টুইটাৰ এতিয়া এলন মাস্কৰ; নগদ ৪,৪৪০কোটি ডলাৰত কৰিলে ক্ৰয়

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে টানাকাক ২০১৯ চনত জীৱিত আটাইতকৈ বৃদ্ধ ব্যক্তি হিচাপে প্ৰমাণ পত্ৰ দিছিল। তেওঁৰ জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্তটো কি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত টানাকাই কৈছিল: “এতিয়া।”

বাতৰি অনুসৰি, টানাকাই ২০২১ চনৰ টকিঅ’ অলিম্পিকৰ টৰ্চ ৰিলেত হুইলচেয়াৰত অংশগ্ৰহণ কৰিব বিচাৰিছিল যদিও মহামাৰীয়ে তেওঁক তেনে কৰিবলৈ সুযোগ নিদিলে।

তেওঁ প্ৰতিদিনে পুৱা ৬ বজাত সাৰ পাইছিল আৰু আন কামবোৰ কৰাৰ মাজতে দিনটোত কেলিগ্ৰাফী (লিপি বিদ্যা) অনুশীলন কৰিছিল।

লগতে পঢ়ক: ভুৱা বাতৰি প্ৰচাৰ! ১৬টা জনপ্ৰিয় ইউটিউব চেনেল নিষিদ্ধ কৰিলে মোদী চৰকাৰে; চাওক তালিকা

টুইটাৰৰ জৰিয়তে গিনিজে টানাকাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

তেওঁ মৃত্যুৰ বাতৰিটো নিশ্চিত কৰি টুইট কৰি লিখিছে যে টানাকা এতিয়ালৈকে অভিলেখ গঢ়া দ্বিতীয়গৰাকী বৃদ্ধ ব্যক্তি।

We're sad to report that Kane Tanaka has passed away at the age of 119.

Kane was the oldest living person in the world.

— Guinness World Records (@GWR) April 25, 2022

বিশ্ব বেংকৰ তথ্য অনুসৰি, জাপানত বিশ্বৰ আটাইতকৈ অধিক বৃদ্ধ জনসংখ্যা আছে। দেশখনৰ প্ৰায় ২৮ শতাংশ লোকৰ বয়স ৬৫ বছৰ বা তাতকৈ অধিক।

গিনিজৰ ৰেকৰ্ডছৰ দ্বাৰা স্বীকৃত আটাইতকৈ পুৰণি জীৱিত ব্যক্তি আছিল ফ্ৰান্সৰ জিনে লুইজ কেলমেণ্ট। ১৯৯৭ চনত ১২২ বছৰ আৰু ১৬৪ দিন বয়সত তেওঁ মৃত্যুবৰণ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd