• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পুলৱামা কাণ্ডৰ সমৰ্থনত ফেচবুকত ‘‘ৱেল ডান’’ লিখি আৰক্ষীৰ জিম্মাত চাহানুৰ

NE NOW NEWS এন ই নাও নিউজ
গোৱালপাৰা , February 18, 2019 10:15 pm

1 min read

পুলৱামা কাণ্ডৰ সমৰ্থনত ফেচবুকত ‘‘ৱেল ডান’’ লিখি আৰক্ষীৰ জিম্মাত চাহানুৰ

চাহানুৰ ইছলামৰ আলোকচিত্ৰ

547
VIEWS
Share on FacebookShare on Twitter

পুলৱামাত সংঘটিত  সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণৰ ঘটনাত চহিদ হোৱা ৪৪ চি আৰ পি এফ জোৱানৰ প্ৰতি দেশে গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। ছ’চিয়েল মিডিয়াটো সকলোৱে ঘটনাটোক বৰ্বৰ আখ্যা দিয়াৰ সময়তে দেশৰ দুই এজন নাগৰিকে ছ’চিয়েল মিডিয়াত সন্ত্ৰাসবাদীৰ সপক্ষে  মন্তব্য কৰি জনৰোষৰ সন্মুখীন হ’ব লগাত পৰিছে।

অসমৰ গোৱালপাৰা জিলাৰ নবাগত শিমলিতোলা গাঁৱৰ চাহানুৰ ইছলাম (২১) নামৰ এজন যুৱকে পুলৱামাত আত্মঘাতী আক্ৰমণ সংঘটিত কৰা সন্ত্ৰাবাদীজনে প্ৰচাৰ কৰা ভিডিঅ’টোৰ তলত গৈ চি আৰ পি এফৰ জোৱানক কৰা হত্যাক সমৰ্থন কৰি ‘’ৱেল ডান’’ বুলি কমেণ্ট কৰে।

এনে দেশদ্ৰোহী মন্তব্যৰ পাছতে দুধনৈৰ ডেভিদ বসুমতাৰী নামৰ এজন যুৱকে এই সম্পৰ্কে দুধনৈ আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। ডেভিদ বসুমতাৰীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিতে দুধনৈ আৰক্ষীয়ে অভিযান চলাই যুৱকজনক গ্ৰেপ্তাৰ কৰে।

ঘটনাৰ লগত সম্পৰ্ক ৰাখি দুধনৈ আৰক্ষীয়ে  ১৯/২০১৯ তাৰিখ-১৭/০২/১৯ ইউ/এচ ১২০(বি)/১৫৩/১৫৩(এ)আ পি চিৰ অধীনত যুৱকজনৰ বিপক্ষে এটা গোচৰো ৰুজু কৰিছে।

চাহানুৰ ইছলাম গোৱালপাৰা জিলাৰ নবাগত শিমলিতোলা গাঁৱৰ বাসিন্দা আলেফ আলীৰ পুত্ৰ।

 

Recent News

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd