• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মোদীৰ ‘মন কী বাত’য়ে হেৰুৱাইছে জনপ্ৰিয়তা! য়ুটিউবত ডিছলাইকৰ জোৱাৰত কিহৰ ইংগিত?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 31, 2020 9:03 am
WhatsApp Image 2020-08-31 at 8.27.03 AM

ফটো সৌজন্য: টুইটাৰ

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ৬৮সংখ্যক ‘মন কী বাত’ত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ ওপৰত গুৰত্ব দিয়াৰ কথা প্ৰকাশ কৰিছে।

প্ৰধান মন্ত্ৰীগৰাকীয়ে লগতে শিশুসকলক অধ্যয়নৰ ক্ষেত্ৰত আগ্ৰহী কৰি তোলাৰ বাবে পুতলা ব্যৱহাৰৰ কথাও ক’লে।

Apply Now

প্ৰধান মন্ত্ৰীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতিত সেইবাবেই খেলৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলিও সদৰী কৰিছে।

পিচে, সমগ্ৰ দেশতে JEE-NEET পৰীক্ষাক লৈ যিসময়ত তীব্ৰ বিতৰ্কৰ সূচনা হৈছে, সেই সময়ত প্ৰধান মন্ত্ৰীয়ে তেওঁৰ ‘মন কী বাত’ত এই বিষয়ে এটা শব্দও উচ্চাৰণ নকৰিলে।

ইয়াকে লৈ ৰাহুল গান্ধীৰ দৰে বিৰোধী নেতাই তীব্ৰ কটাক্ষও কৰিছে। কিন্তু কেবল বিৰোধীয়েই নহয়, প্ৰধান মন্ত্ৰী মোদীৰ ‘মন কী বাত’কলৈ সাধাৰণ নাগৰিকেও প্ৰশ্ন তুলিছে।

দেওবাৰে প্ৰধান মন্ত্ৰীৰ ‘মন কী বাত’ সমপ্ৰচাৰৰ পূৰ্বেই ছচিয়েল মিডিয়াত ট্ৰেণ্ডিং হয়। এই ট্ৰেণ্ডিং আছিল JEE-NEET পৰীক্ষাক লৈ কেন্দ্ৰৰ সিদ্ধান্তৰ প্ৰতিবাদ।

আনহাতে, দেওবাৰে বিজেপিয়ে শ্বেয়াৰ কৰা য়ুটিউবত মোদীৰ ‘মন কী বাত’ৰ ভিডিঅ’ত দেখা গ’ল ডিছলাইকৰ জোৱাৰ।

দেওবাৰে য়ুটিউবত শ্বেয়াৰ কৰা ‘মন কী বাত’ৰ ভিডিঅ’ত শেহতীয়াভাৱে ৮.৬হাজাৰ লোকে লাইক কৰাৰ বিপৰীতে ডিছলাইক কৰিছে ১লাখ ১০হাজাৰ লোকে। ইমান বৃহৎ সংখ্যাত কৰা অপছন্দৰ বিষয়টোৱে স্বাভাৱিকতে বিজেপিক চিন্তাত পেলাইছে।

এটা কথা স্পষ্ট হৈ পৰিছে যে  JEE-NEET পৰীক্ষাক লৈ কেন্দ্ৰৰ সিদ্ধান্তত দেশৰ বহু শিক্ষাৰ্থীয়ে অসন্তুষ্ট আৰু দেওবাৰৰ ‘মন কী বাত’ৰ অপছন্দৰ এই জোৱাৰো তাৰেই প্ৰতিফলন বুলি বহুতেই ক’ব খোজে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

October 19, 2026 6:34 pm
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

October 19, 2026 4:44 pm
সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

সাৱধান! ৰে’লত ডাঙৰকৈ গান বাজালে ভৰিব লাগিব জৰিমনা, যাব লাগিব জে’ললৈকো

October 19, 2026 3:11 pm
১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

১৬১.২৭ কোটি টকাৰে ৩৪টা ছিগনেল জেমাৰ ক্ৰয় দিল্লী আৰক্ষীৰ, ব্যৱহাৰৰ তথ্য প্ৰকাশত অনীহা

October 19, 2026 1:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

উৎকোচ গ্ৰহণ কোনো চৰকাৰী কৰ্তব্য নহয়! ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে তদন্ত কৰিবলৈ এতিয়াৰে পৰা নালাগে পূৰ্বানুমতি

October 19, 2026 6:34 pm
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ পাছতে চৰ্চাত বিষ্ণৈ গেং: চলমানৰ পাছত এইবাৰ বিষ্ণৈ গেঙৰ টাৰ্গেটত বলীউডৰ কোন কোন তাৰকা?

October 19, 2026 4:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd