• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Man-Elephant conflict তীব্ৰতৰ হৈছে হাতী মানুহৰ সংঘাত; কৃষ্ণাইত বনৰীয়া হাতীৰ গচকত প্ৰাণ গ’ল আৰু এজনৰ

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
November 2, 2021 7:10 am
Screenshot_2021-10-31-14-51-19-06_f2cb81fb7cf38af7978f186f2a61634a

গুলু ফুটাই বনৰীয়া হাতী খেদাৰ চেষ্টা বন বিভাগৰ। ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Man-Elephant conflict সঁজাল ধৰা ধান খেতিত জাক জাক বন্যহস্তীৰ বিচৰণ ৷ উদৰ পুৰাই খাইছে ইখনৰ পিছত সিখন ধাননি পথাৰৰ পকা ধানবোৰ৷ বাৰিষাৰ কঠোৰ শ্ৰমৰ অন্তত পকিবলৈ ধৰা খেতি ডৰাৰ এই অৱস্থা দেখি মূৰে কপালে হাত দিব লগা হৈছে কৃষক সকলে ৷

হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰা সময়তো নিৰৰ চৰকাৰ-প্ৰশাসন তথা বন বিভাগ৷ হাতী-মানুহৰ সংঘাত প্ৰশমিত কৰাৰ নাই কোনো আচঁনি চৰকাৰ  অথবা বন বিভাগৰ ওচৰত।

এতিয়া গোৱালপাৰাৰ জিলাৰ দহিকটা, ধাইগাও, মোৱামৰীয়া , শিমলাবাৰী , গুৰীয়া আদি কৰি অৰ্ধ শতাধিক গাওঁৰ এক সুলভ দৃশ্য হৈ পৰিছে বন্যহস্তীৰ জাক৷ যেনিয়েই চায় তেনিয়েই জাক জাক হাতী৷

Apply Now

বিগত তিনিদিন ধৰি দহিকটা বনাঞ্চলত আছে বন্যহস্তীৰ এটা বৃহৎ জাক। পোহৰ হোৱাৰ লগে লগে ধাননি পথাৰত চলায় তাণ্ডৱ৷ প্ৰায় ২৫/৩০জনীয়া এটা হাতীৰ জাকে দিন দুপৰতে ধান খাই তহিলং কৰিছে কৃষকৰ পকিবলৈ আৰম্ভ কৰা ধান ৷

Also Read: Coronavirus Assam Update ৰাজ্যত নতুনকৈ কোভিডত কিমান আক্ৰান্ত হ’ল; ২৪ ঘন্টাত মৃত্যু কিমানজনৰ?

বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰা বৃহৎ বনৰীয়া হাতীৰ জাকটোৱে ৰাতিপুৱাই পথাৰত প্ৰবেশ কৰি এফালৰ পৰা খাই গচকি নষ্ট কৰিছে ধাননি পথাৰ ৷

হাতীৰ জাকে পথাৰত এনেদৰে ধান খোৱা দৃশ্য দেখি মূৰে-কঁপালে হাত দিছে খেতিয়ক ৷ ইফালে বন বিভাগে দিনতে গুলি ফুটাই হাতী খেদাৰ ব্যৰ্থ চেষ্টা চলাইছে যদিও একো সুফল লাভ কৰা নাই ৰাইজে ৷

আনহাতে, কৃষ্ণাই অঞ্চলত বিগত  তিনিটা দিনত দুটাকৈ বন্যহস্তীৰ আক্ৰমণৰ ঘটনা ৷ এদিন পূৰ্বে বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী বৃদ্ধা নিহত হোৱাৰ এটা দিন পিচতে বন্যহস্তীৰ আক্ৰমণত পুনৰ প্ৰাণ গ’ল এজন লোকৰ ৷

Also Read: ৰাষ্ট্ৰীয় কুংফুত ২৮ টা পদক লাভেৰে শ্ৰেষ্ঠ ‌দল‌ হিচাবে পৰিগণিত অসম‌‌ৰ দল

ধাইগাঁও মোৱামাৰীত এজাক হাতীয়ে মুক্ত বিচৰণ কৰি থকাৰ দৃশ্য চাবলৈ উক্ত ঠাইত ভিৰ কৰিছিল বহু লোকে ৷ তেনেতে জাকৰ পৰা ওলাই অহা এটা হাতীয়ে অতৰ্কিতে মানুহলৈ চোঁচা লয় আৰু এজন লোকক আক্ৰমণ কৰে ৷

হাতীৰ গচকত গুৰুতৰভাৱে আহত হোৱা ধাইগাঁও বিজয়পুৰৰ ইলথিৰা মাৰাক(থিৰা) নামৰ লোকজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়াৰ পথতে শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত লোকজন ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত জোৱান আছিল ৷

Also Read: NEET Result: ঘোষিত হ’ল চিকিৎসা প্ৰৱেশ পৰীক্ষা, NEET ৰ ফলাফল

উল্লেখ্য যে, ৰাতিপুৱাৰ পৰাই এজাক বনৰীয়া হাতীয়ে বৰঝাৰ বনাঞ্চলৰ সমীপৰ মোৱামাৰীত মুকলিভাৱে অৱস্থান কৰি আছিল ৷ সেই দৃশ্য চাবলৈ পুৱাৰ পৰাই বহু লোকে সমাবেত হৈছিল উক্ত ঠাইত ৷

তাৰ পিচতে মানুহলৈ লক্ষ্যকৰি খেদি অহা হাতীৰ আক্ৰমণত মৃত্যুক আকোঁৱালি লয় এইজন লোকে ৷ 

নীলমনি শর্মা, কৃষ্ণাই

নীলমনি শর্মা, কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
নদীৰ নায়ক বিট্টু তাবাহি

নদীৰ নায়ক বিট্টু তাবাহি

September 7, 2026 7:28 pm
জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

জাতিগত সংঘৰ্ষৰ পাছত মণিপুৰৰ ভোটাৰ তালিকাত ব্যাপক পৰিৱৰ্তন; ছিকিমকে ধৰি বাদ পৰিল ১.৮৬ লাখ নাম

September 7, 2026 6:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

মা দুৰ্গাৰ ১১ খন হাত! বিতৰ্কিত বিজ্ঞাপনক লৈ উত্তাল পশ্চিমবংগ, ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

September 7, 2026 9:44 pm
ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: অসমত বলৱৎ হ’ব ‘সেউজ কৰ’, নৱম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ বিনামূলীয়া চাইকেল

September 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd