• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৰাজক! দিল্লীৰ এখন চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডত প্ৰৱেশ কৰি জামিয়াৰ ছাত্ৰলৈ গুলী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 30, 2022 10:56 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Jamia student shot at inside Delhi hospital যুদ্ধক্ষেত্ৰ হৈ পৰিল দিল্লীৰ এখন চিকিৎসালয়! তাৰপিছতে চাঞ্চল্য বিয়পি পৰে। দক্ষিণ-পশ্চিম দিল্লীৰ জামিয়া নগৰ অঞ্চলৰ এখন ব্যক্তিগত চিকিৎসালয়ত জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰক লক্ষ্য কৰি গুলীয়ায় আন এজন ছাত্ৰই। আহত ছাত্ৰজনক নমন চৌধুৰী বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে জনায় যে তেওঁলোকে বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত এটা ফোন পাইছিল যে জামিয়া মিলিয়া ইছলামিয়াৰ চৌহদত শিক্ষাৰ্থীৰ দুটা গোটৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটিছে।

লগতে পঢ়ক: ভুৱা এনকাউণ্টাৰ গোচৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত বিতং শপতনামা দাখিলত পুনৰ ব্যৰ্থ অসম চৰকাৰ

Apply Now

জানিব পৰা মতে, সেই সংঘৰ্ষ বিশ্ববিদ্যালয়খনৰ পুথিভঁৰালৰ ভিতৰত সংঘটিত হৈছিল। সেই সময়ত উত্তৰ প্ৰদেশৰ মিৰাটৰ পৰা অহা নমন চৌধুৰী আঘাতপ্ৰাপ্ত হয়। তেওঁক ততাতৈয়াকৈ হোলি ফেমিলি চিকিৎসালয়লৈ লৈ যোৱা হয়।

হাস্পাতলত নৌমান আলী নামৰ এজন ছাত্ৰ তেওঁক চাবলৈ আহে। তেওঁ নমনৰ বন্ধু। সেই সময়তে আন এজন ছাত্ৰ জালালে চিকিৎসালয়ৰ জৰুৰীকালীন ৱাৰ্ডৰ ভিতৰতে তেওঁৰ ওপৰত গুলীচালনা কৰে। লগে লগে চাৰিওফালে হাহাকাৰ লাগে।

আৰক্ষীয়ে জনোৱা মতে আলীয়ে মূৰত আঘাত পাইছে। তেওঁক এইমছৰ ট্ৰমা চেণ্টাৰত ভৰ্তি কৰোৱা হৈছে। অৱশ্যে তেওঁৰ আঘাত ইমান গুৰুতৰ নহয় বুলি কোৱা হৈছে। স্বাভাৱিকতে এনে ঘটনাই অঞ্চলটোত  চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জামিয়া নগৰ আৰু নিউ ফ্ৰেণ্ডছ কলনি আৰক্ষী থানাৰ আৰক্ষীয়ে ঘটনাৰ এক তদন্ত আৰম্ভ কৰিছে। তদন্তকাৰী বিষয়াসকলে নৌমানৰ বিবৃতি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছে বুলি জানিব পৰা গৈছে। এইসংঘৰ্ষৰ কাৰণ কি সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

লগতে পঢ়ক: Encounter Breaks Out in J&K: পুনৰ উপত্যকাত উত্তেজনা; তুমুল সংঘৰ্ষত কঁপি উঠিল শ্বোপিয়ান

উল্লেখ্য যে পিএফআইক শেহতীয়াকৈ নিষিদ্ধ কৰা হৈছে। ইয়াৰ পূৰ্বে নিয়া-ই সমগ্ৰ দেশতে দ্বিতীয় পৰ্যায়ৰ অভিযান আৰম্ভ কৰে। এই পৰিস্থিতিত জামিয়া মিলিয়া বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই শিক্ষাৰ্থী আৰু শিক্ষকসকলক এখন জাননী জাৰি কৰে। বিশ্ববিদ্যালয় চৌহদত যিকোনো ধৰণৰ সমাৱেশ বৰ্তমানৰ বাবে নিষিদ্ধ কৰা হৈছে। তাৰমাজতে এইবাৰ শিক্ষাৰ্থীৰ সংঘৰ্ষক লৈ উত্তপ্ত হৈ পৰিছে বিশ্ববিদ্যালয় চৌহদ।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd