• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংসদ অজিৎ ভূঞাৰ নতুন বিপদ : সাংসদ পুঁজি আত্মসাৎ কৰাৰ অভিযোগত গোচৰ ৰুজু বিশেষ ভিজিলেন্সৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 26, 2023 1:53 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্থানীয় এলেকাৰ উন্নয়নৰ বাবে নিৰ্ধাৰিত সাংসদ পুঁজিৰ ধন আত্মসাৎৰ অভিযোগত আজি বিশেষ ভিজিলেন্স গোটে সাংসদ অজিৎ ভূঞাকে ধৰি ৪ গৰাকী আমোলা আৰু আন ৯ গৰাকী ঠিকাদাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।

ভিজিলেন্স কোষে ভাৰতীয় দণ্ডবিধিৰ অধীনত অপৰাধমূলক ষড়যন্ত্ৰ, ৰাজহুৱা সেৱকৰ দ্বাৰা অপৰাধমূলক আস্থা ভংগ, অপৰাধৰ প্ৰমাণ নোহোৱা কৰা বা অপৰাধ পৰীক্ষা কৰিবলৈ ভুৱা তথ্য দিয়া, প্ৰতাৰণা আৰু অসৎভাৱে সম্পত্তি লোৱা আৰু জালিয়াতিৰ অভিযোগত অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

Apply Now

লগতে পঢ়কঃ উঃপূঃৰ পৰা গুজৰাটলৈ অধিক হাতী প্ৰেৰণ কৰা হ’ব : উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া কমিটীৰ নিৰ্দেশনা

অবৈধ উপায়েৰে অযথা সুবিধা লোৱা আৰু দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ ৰ বিধি অনুসৰি এই গোচৰ ৰুজু কৰা হৈছে।

মুখ্যমন্ত্ৰীৰ বিশেষ ভিজিলেন্স কোষৰ অধীক্ষক ৰ’জী কলিতাই কয় যে পথ নিৰ্মাণৰ বাবে নিৰ্ধাৰিত সাংসদ পুঁজি আত্মসাৎ কৰাৰ অভিযোগত কোষটোৱে চলোৱা প্ৰাৰম্ভিক তদন্তত অভিযুক্তৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ পোৱা গৈছে।

লগতে পঢ়কঃ হত্যা কৰা হ’ল ২০২১ চনত কাবুলত হোৱা আত্মঘাতী বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড ISIS-K ৰ নেতাক

উল্লেখ্য অভিযুক্ত অজিৎ কুমাৰ ভূঞাৰ বিৰুদ্ধে ভিজিলেন্স কোষে চলিত বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা তদন্ত চলাই আহিছিল।

সাংসদ গৰাকীৰ লগতে গোচৰ ৰুজু কৰা চাৰিজন এচিএছ বিষয়া হৈছে মুনীন্দ্ৰ বৰদলৈ, শৰ্মিষ্ঠা বৰা, সুকন্যা বৰা আৰু হেমন্ত কুমাৰ দত্ত। এই অভিযোগৰ পিছতে যোৱা মাহত তেওঁলোকক নিলম্বন কৰা হৈছিল।

লগতে পঢ়কঃ অত্যন্ত ‘চিৰিয়াছ’ বিষয়; মল্লযুঁজাৰুসকলৰ FIR ল’বলৈ দিল্লী আৰক্ষীক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

স্মৰ্তব্য যে যোৱা ফেব্ৰুৱাৰী মাহত ৰঙিয়াৰ কৃষ্ণ নগৰ মিলনপুৰৰ স্থানীয় ৰাইজে পথ নিৰ্মাণৰ বাবে অহা সাংসদ পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰি ভূঞাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰিছিল যে পথসমূহ বাস্তৱত নিৰ্মাণ কৰা হোৱা নাছিল যদিও সাংসদগৰাকীয়ে কাগজে–পত্ৰই নিৰ্মাণ কৰা বুলি দেখুৱাইছিল।

ইয়াৰ পিছতে ভূঞাই অঞ্চলটো পৰিদৰ্শন কৰি প্ৰয়োজনীয় কামবোৰ কৰিব আৰু তেওঁলোকৰ বাবে এটা পথ নিৰ্মাণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।

লগতে পঢ়কঃ মোডীৰ সৈতেও আছিল ফটো; ছিডনীত ৫ গৰাকী মহিলাৰ ধৰ্ষণত দোষী সাব্যস্ত প্ৰাক্তন বিজেপি নেতা

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd