• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বোকাখাতৰ ৰঙাগড়া চাহ বাগিচাত অঘটন! পুখুৰীত গা ধুবলৈ গৈ প্ৰাণ গ’ল ২২ বছৰীয়া যুৱকৰ।

উত্তম কুমাৰ শৰ্মা by উত্তম কুমাৰ শৰ্মা
July 3, 2023 5:11 pm
বোকাখাতৰ ৰঙাগড়া চাহ বাগিচাত অঘটন! পুখুৰীত গা ধুবলৈ গৈ প্ৰাণ গ’ল ২২ বছৰীয়া যুৱকৰ।
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতত সংঘটিত হৈছে এক কৰুণ ঘটনা। দুৰ্ভাগ্যক্ৰমে, বোকাখাতৰ ৰঙাগড়া চাহ বাগিছাৰ  বৃটিছ যুগৰে এটা পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি এজন যুৱকৰ।

জানিব পৰা মতে, বোকাখাতৰ ৰঙাগড়া চাহ বাগিছাৰ নিবাসী বগাই কৰ্মকাৰ আৰু আৰ্তি কৰ্মকাৰৰ দ্বিতীয় পুত্ৰ চিনু কৰ্মকাৰে (২২) দেওবাৰে বিয়লি গা ধুবলৈ পুখুৰীত নামোতেই সংঘটিত হয় শোকাৱহ ঘটনাটো।

পৰবৰ্ত্তী সময়ত স্থানীয়লোকৰ সহযোগত কমাৰগাঁও আৰক্ষী আৰু এচ ডি আৰ এফ বাহিনীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও এগৰাকী যুৱকৰ লগতে এগৰাকী কম বয়সীয়াকিশোৰীয়েও উক্ত পুখুৰীটোত  সলিল সমাধি ঘটাৰ ঘটনা সংঘটিত হৈছিল বুলি জানিবলৈ দিয়াৰ লগতে পুখুৰীটো উন্মোক্ত হৈ থকাৰ বাবে এনে শোকাবহ ঘটনা বাৰে বাৰে সংঘটিত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। লগতে শীঘ্ৰেই উক্ত পুখুৰীটোত বেৰা দিবলৈ বাগিছা কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে।

লগতে পঢ়কঃ মহান সুদক্ষিণা শৰ্মা! চিকিৎসা বিজ্ঞানৰ গৱেষণা আৰু অধ্যয়নৰ বাবে দি গ’ল নিজৰ শৰীৰ

লগতে পঢ়কঃ যুদ্ধৰ বিভীষিকা! ৰাছিয়াৰ ক্ষেপণাস্ত্ৰৰ আঘাতত মৃত্যু ইউক্ৰেইনৰ জনপ্ৰিয় যুৱ লেখিকাৰ

লগতে পঢ়কঃ শচীন-সৌৰভৰ সৈতেও খেলিছিল; ভাৰতৰ UPSC উত্তীৰ্ণ একমাত্ৰ ক্ৰিকেটাৰগৰাকীক চিনি পায়নে?

উত্তম কুমাৰ শৰ্মা

উত্তম কুমাৰ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

August 24, 2025 11:05 am
চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

August 24, 2025 10:33 am
‘ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, আইন সৰ্বোপৰি’- মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, আইন সৰ্বোপৰি’- মুখ্য ন্যায়াধীশ বি আৰ গাভাই

August 24, 2025 9:18 am
দলিত অভিযন্তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উদ্ভণ্ডালি বিজেপি নেতাৰ! জোতাৰে প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল

দলিত অভিযন্তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উদ্ভণ্ডালি বিজেপি নেতাৰ! জোতাৰে প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল

August 24, 2025 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

August 24, 2025 11:05 am
চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

August 24, 2025 10:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd