• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী বণ্ডৰ জৰিয়তে দলসমূহৰ পুঁজিলৈ আহিল ১৬ হাজাৰ কোটি; কিমান পালে বিজেপিয়ে?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 16, 2024 8:25 am
প্ৰতিনিধিত্বমূলক ফটো। সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটো। সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি নিৰ্বাচনী বণ্ড ইছ্যুক লৈ সৃষ্টি হৈছে তীব্ৰ চৰ্চা। ইফালে দেখা গৈছে যে এতিয়ালৈকে প্ৰায় ১৬ হাজাৰ কোটি টকা নিৰ্বাচনী বণ্ডৰ ধন ৰাজনৈতিক দলসমূহৰ পুঁজিলৈ গৈছে। ইয়াৰ বেছিভাগেই বিজেপিৰ পুঁজিলৈ গৈছে।

দেখা গৈছে যে যোৱা বিত্তীয় বৰ্ষলৈকে সকলো ৰাজনৈতিক দললৈ ১২ হাজাৰ কোটি টকাৰ ওপৰত গৈছিল। এই নিৰ্বাচনী বণ্ডৰ বিষয়টো আৰম্ভ হৈছিল ২০১৮ চনৰ পৰা। আৰু পৰিসংখ্যাই দেখুৱাইছে যে শাসকীয় বিজেপিয়ে ইয়াৰ প্ৰায় ৫৫ শতাংশ লাভ কৰিছিল। ইয়াৰ পৰিমাণ প্ৰায় ৬৫৬৫ কোটি টকা।

নিৰ্বাচন আয়োগ আৰু এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছৰ পৰা পোৱা তথ্য আৰু টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি এই সৱিশেষ পোহৰলৈ আহিছে।

Apply Now

লগতে পঢ়কঃ অনুশোচনাত দগ্ধ জাদেজাঃ ছৰফৰাজক প্ৰশংসাৰে কৰিলে ভুল স্বীকাৰ

ইফালে, ২০১৮ চনৰ মাৰ্চৰ পৰা ২০২৪ চনৰ জানুৱাৰীলৈকে লাভ কৰা পৰিসংখ্যা অনুসৰি নিৰ্বাচনী বণ্ড বিক্ৰীৰ জৰিয়তে মুঠ ১৬,৫১৮.১১ কোটি টকা আহিছে। এডিআৰৰ তথ্য অনুসৰি এই কথা জানিব পৰা গৈছে।

ইফালে আটাইতকৈ ডাঙৰ কথাটো হ’ল এটা ৰাজনৈতিক দলৰ পুঁজিত থকা বৃহৎ পৰিমাণৰ ধনৰ ৫০ শতাংশতকৈও অধিক এই নির্বাচনী বণ্ডৰ পৰাই আহে৷

সেইদৰে, পৰিসংখ্যা অনুসৰি বিগত কেইবছৰমানৰ পৰা বেছিভাগ ক্ষেত্ৰতে বিজেপিৰ আয় ভয়ংকৰভাৱে বৃদ্ধি পোৱা বুলি জনা গৈছে। কিন্তু কংগ্ৰেছৰ আয় বহু ক্ষেত্ৰত হ্ৰাস পাইছে।

২০১৮-১৯ চনত বিজেপিৰ আয় প্ৰায় দুগুণ বৃদ্ধি পাই ২৪১০ কোটি হয়। আনহাতে, সেই সময়ছোৱাত কংগ্ৰেছৰ আয়ো সামান্য বৃদ্ধি পালে। কংগ্ৰেছৰ আয় বৃদ্ধি পায় ৯১৮ কোটিলৈ। পূৰ্বে তেওঁলোকৰ আয় আছিল ১৯৯ কোটি।

লগতে পঢ়কঃ শীঘ্ৰেই উপলব্ধ হ’ব কেঞ্চাৰৰ ভেকচিনঃ ঘোষণা ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ

ইপিনে, যোৱা বিত্তীয় বৰ্ষত অৰ্থাৎ ২০২২-২৩ বিত্তীয় বৰ্ষত বিজেপিৰ মুঠ আয় ২৩৬০ কোটি টকা। তাৰ ভিতৰত ১৩০০ কোটি আহিছিল নিৰ্বাচনী বণ্ডৰ পৰা।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই বণ্ডসমূহ ক্ৰয় বা দানৰ কোনো সীমা নাই। ৰাজনৈতিক দলৰ পুঁজিত ১০০০, ১০,০০০, ১ লাখ, ১০ লাখ, ১ কোটি পৰ্যন্ত ধন জমা হৈছে। এই ধনৰাশি ভাৰতীয় ষ্টেট বেংকত জমা কৰা হয়। কিন্তু যদি ১৫ দিনৰ ভিতৰত তেওঁলোকৰ একাউণ্টলৈ নিয়া নহয় তেন্তে সেই ধন প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ যায়।

ইপিনে, নিৰ্বাচনী বণ্ডৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতে বিৰোধীয়ে মুখ খুলিছে। তেওঁলোকৰ দাবী এয়া নৰেন্দ্ৰ মোডীৰ দুৰ্নীতিগ্ৰস্ত নীতিৰ আন এক প্ৰমাণ। বিজেপিয়ে নিৰ্বাচনী বণ্ডক উৎকোচ আৰু কমিচন লোৱাৰ মাধ্যম কৰি তুলিলে। আজি এই বিষয়টো অনুমোদন হৈছে। ৰাহুল গান্ধীয়ে তেওঁৰ এক্স হেণ্ডেলত এইদৰে লিখিছে।

লগতে পঢ়কঃহিতেশ দেৱশৰ্মাৰ বিৰুদ্ধে এশ কোটি টকাৰ মানহানি গোচৰ সমুজ্জল ভট্টাচাৰ্যৰ

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনাইছে, যিয়ে মোডী চৰকাৰৰ ক’লা ধন ৰূপান্তৰ আঁচনিখন বাতিল কৰে।

তেওঁ কয় যে আমি আশা কৰোঁ মোডী চৰকাৰে ভৱিষ্যতে এনে বেয়া চিন্তাধাৰা বন্ধ কৰি উচ্চতম ন্যায়ালয়ৰ কথা শুনিব, যাতে গণতন্ত্ৰ, স্বচ্ছতা আৰু সমতাপূৰ্ণ প্ৰতিদ্বন্দ্বিতা অক্ষুণ্ণ থাকে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd