• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিজোৰামৰ পাছত এইবাৰ নাগালেণ্ডত ৰাইজে খালে হাতীৰ মাংসৰে ভোজ

অনিৰ্বান ৰয় by অনিৰ্বান ৰয়
July 19, 2019 8:25 am
Nalagand-Elephant-Feast-1-1140x570
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাতীৰ মাংসৰে ভোজ খোৱাটো উত্তৰ-পূৰ্বাঞ্চলত এটা নতুন ধাৰা হৈ পৰিছে।

মিজোৰামৰ পাছত এইবাৰ নাগালেণ্ডত হাতীৰ মাংসৰে ভোজ খোৱা দেখা পোৱা গৈছে।

Apply Now

নাগালেণ্ডৰ ঝুনেবুটো জিলাত ভক্ষণ কৰাৰ বাবে এটা হাতীৰ ছাল ছেলাই থকা ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

বাতৰি অনুসৰি, মধ্য নাগালেণ্ডৰ ঝুনেবুটো জিলাৰ লিটামি গাঁৱৰ সমীপৰ এখন জংঘলত এটা হাতী গুলীয়াই হত্যা কৰা হৈছিল। বুধবাৰে এই ঘটনাটো সংঘটিত হৈছিল।

লগতে পঢ়ক অসমৰ ৪৭ বছৰীয়া মাইকী হাতীৰ মাংসৰে মিজোৰামত বৰভোজ

বাতৰি অনুসৰি, হাতীটোৰ ছাল ছেলাই পেলোৱা হয় আৰু ইয়াৰ মাংস খাবৰ বাবে গাঁৱবাসীৰ মাজত সমানে বিতৰণ কৰা হয়।

আশ্চৰ্যজনকভাৱে, হাতীটোৰ হত্যা সন্দৰ্ভত নাগালেণ্ডৰ বন বিভাগৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ পোৱা নাছিল।

হাতীটো বনৰীয়া আছিল নে পোহনীয়া আছিল আৰু হাতীটোৰ হত্যাৰ বাবে প্ৰকৃততে কোন জগৰীয়া সেয়া নিশ্চিত হ’ব পৰা নাই।

বাংগালোৰৰ প্ৰসিদ্ধ বন্যপ্ৰাণী অধিকাৰ কৰ্মী সুপৰ্ণা গাংগুলীয়ে দেওবাৰে মিজোৰামত হাতীৰ মাংসৰে ভোজ খোৱা বিষয়টো সন্দৰ্ভত পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ প্ৰজেক্ট এলিফেন্ট ডিভিজনলৈ পত্ৰ লিখিছিল।

লক্ষ্মী নামৰ এটা ৪৭ বছৰীয়া পোহনীয়া হাতীৰ ত্ৰিপুৰাৰ জামপুই পাহাৰৰ সীমান্তৰ পশ্চিম মিজোৰামৰ মামিট জিলাৰ কানমুন ফৰেষ্ট ৰেঞ্জৰ সমীপত কেইদিনমান পূৰ্বে মৃত্যু হৈছিল।

লগতে পঢ়ক বিয়াগোম হাতীৰ মাংসৰ শতাধিক ভাগ

এক অতি আচহুৱা কাণ্ডত, মৃত হাতীটো কাটি ইয়াৰ মাংস ভাগ ভাগ কৰি বিতৰণ কৰে আৰু গাঁৱবাসীয়ে মুকলিভাৱে ইয়াক ভক্ষণ কৰে।

ৱাইল্ড লাইফ ৰেচকিউ এণ্ড ৰিহেবিলিশ্যন চেন্টাৰৰ সহ-প্ৰতিষ্ঠাপক ট্ৰাষ্টী গাংগুলীয়ে প্ৰজেক্ট এলিফেন্ট ডিভিজনৰ মুৰব্বী নয়েল থমাছক ঘটনা সন্দৰ্ভত তাৎক্ষণিক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছিল।

জানিব পৰা মতে দক্ষিণ অসমৰ কাছাৰ জিলাৰ সোনাইৰ হাতীটোৰ গৰাকীয়ে কানমুন ফৰেষ্ট ৰেঞ্জৰ সমীপৰ এগৰাকী কাঠৰ ব্যৱসায়ীক গধূৰ কাঠৰ কুণ্ডা কঢ়িয়াবলৈ হাতীটো ভাড়াত দিছিল।

তাৎপৰ্যপূৰ্ণভাৱে, অসমৰ বন বিভাগৰ জ্যেষ্ঠ বিষয়াই লক্ষ্মী নামৰ হাতীটো মিজোৰামলৈ নিয়াৰ বাবে কোনো অনুমতি প্ৰদান কৰা নাছিল।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি, দুয়োখন ৰাজ্যৰ বন্যপ্ৰাণী বিভাগৰ মুৰব্বীৰ অনুমোদন অবিহনে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ হাতী পৰিবহণ কৰিব নোৱাৰে।

অনিৰ্বান ৰয়

অনিৰ্বান ৰয়

মুখ্য সম্পাদক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd