• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাইজেই ৰজা! স্পেইনৰ ৰজা-ৰাণী-প্ৰধানমন্ত্ৰীলৈ বোকা মাৰি পঠিয়ালে ক্ষুব্ধ বন্যাক্ৰান্ত জনতাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2024 2:55 pm
স্পেইনৰ ৰজা, ৰাণী আৰু প্ৰধানমন্ত্ৰীৰ ওপৰত বোকা নিক্ষেপ কৰে ক্ষুব্ধ জনতাই। ফটোঃ সংগ্ৰহীত।

স্পেইনৰ ৰজা, ৰাণী আৰু প্ৰধানমন্ত্ৰীৰ ওপৰত বোকা নিক্ষেপ কৰে ক্ষুব্ধ জনতাই। ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্পেইনৰ ৰজা, ৰাণী আৰু প্ৰধানমন্ত্ৰীৰ ওপৰত বোকা নিক্ষেপ কৰিলে ক্ষুব্ধ জনতাই। দেওবাৰে ভেলেন্সিয়াৰ পূব প্ৰদেশৰ পাইপ’ৰ্টা চহৰৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰাৰ সময়ত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, যোৱা কেইদিনমানৰ বানপানীত সেই অঞ্চলত দুশৰো অধিক লোকৰ মৃত্যু হৈছে। তাৰ পাছত দেওবাৰে দেশৰ ৰজা, ৰাণী আৰু প্ৰধানমন্ত্ৰী তালৈ অহাৰ সময়ত ক্ষুব্ধ ৰাইজৰ ৰোষৰ সন্মুখীন হ’ল। তেওঁলোকৰ ওপৰত নিক্ষেপ কৰা হ’ল বোকা।

বাতৰি মতে, স্থানীয় সময় অনুসৰি দেওবাৰে পাইপ’ৰ্টা চহৰৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে। তেওঁৰ সৈতে ভেলেন্সিয়াৰ আঞ্চলিক মুৰব্বী কাৰ্লোছ মেজনো আছিল।

Apply Now

এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী আৰু আঞ্চলিক মুৰব্বীগৰাকীয়ে ক্ষুব্ধ জনতাৰ ক্ষোভৰ সন্মুখীন হ’বলগীয়া হয়। ক্ষুব্ধ জনতাৰ এটা দলে তেওঁলোকৰ ওপৰত বোকা নিক্ষেপ কৰাত তেওঁলোকৰ গাত পৰে। পিছত নিৰাপত্তাৰক্ষীয়ে ক্ষিপ্ৰতাৰে দুয়োজনকে তাৰ পৰা আঁতৰাই আনে।

লগতে পঢ়কঃ সংখ্যালঘু বিৰোধী কোনো কামতে মোডীক সমৰ্থন নকৰে চন্দ্ৰবাবু নাইডুৱে; জনালে টিডিপি নেতাই

স্পেইনৰ ৰজা ষষ্ঠ ফিলিপ আৰু ৰাণী লেটিজিয়াও একে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়।

খবৰ অনুসৰি ৰাইজে নিক্ষেপ কৰা বোকা ৰজা-ৰাণীৰ মুখ আৰু কাপোৰত গৈ পৰে। ঘটনাৰ পিছতে তেওঁলোকক নিৰাপদ স্থানলৈ আঁতৰাই নিয়া হয়।

উদ্ধাৰ অভিযানৰ লেহেমীয়া হোৱাৰ বাবে ভেলেন্সিয়াৰ জনসাধাৰণ ক্ৰমাৎ ক্ষুব্ধ হৈ পৰিছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। সেয়ে ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীগৰাকীৰ ভ্ৰমণৰ সময়ত তেওঁলোক প্ৰতিবাদকাৰী হৈ পৰে। আনকি বহুতে ৰজা, ৰাণী আৰু প্ৰধানমন্ত্ৰীৰ সন্মুখত তেওঁলোকক ‘হত্যাকাৰী’ বুলি চিঞৰি প্ৰতিবাদ সাব্যস্ত কৰে।

পিছত স্পেইনৰ চৰকাৰী টেলিভিছনত প্ৰকাশ পাইছে যে ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীৰ ভেলেন্সিয়া ভ্ৰমণ পিছুৱাই দিয়া হৈছে।

লগতে পঢ়কঃ প্ৰস্তুতি অবিহনেই নিউজিলেণ্ডৰ বিৰুদ্ধে ছিৰিজত নামিছিল ভাৰত? বিধ্বস্ত হোৱাৰ পিছতে প্ৰশ্ন শচীনৰ

উল্লেখ্য যে যোৱা মঙলবাৰে স্পেইনত ধাৰাসাৰ বৰষুণ হৈছিল। ইয়াৰ ফলত পূব প্ৰদেশ ভেলেন্সিয়া আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত অপ্ৰত্যাশিত বানপানীৰ সৃষ্টি হয়। বিভিন্ন দলং, ৰাস্তা আৰু অট্টালিকা বানত জাহ যায়। বহু লোকে পানীৰ কবলৰ পৰা ৰক্ষা পাবলৈ ছাদত উঠি বা গছ আঁকোৱালি ধৰি থকা দেখা যায়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd