PAN Card

PAN কাৰ্ড হেৰাইছে? মাত্ৰ ৫০ টকাত ঘৰৰ দুৱাৰ মুখত এনেদৰে লাভ কৰক PAN কাৰ্ডৰ নতুন কপি

প্ৰয়োজনীয় পৰিচয় পত্ৰ সমূহৰ কথা আহিলে পাৰমানেণ্ট একাউণ্ট নম্বৰ চমুকৈ PAN কাৰ্ডৰ কথা প্ৰথমে মনলৈ আহে। ৱালেটত লৈ ফুৰাবলগীয়া সামগ্ৰী ...

Bangladeshi-soldiers-nabbed-in-India-750x375

সীমান্ত অতিক্ৰমি ভাৰতীয় নাগৰিকক আটক কৰিব আহি ভাৰতত আটক হ’ল তিনিগৰাকী বাংলাদেশী সেনা জোৱান

ভাৰতৰ ভূমিত প্ৰবেশ কৰি আটক হ’বলগীয়া হয় তিনিগৰাকী বাংলাদেশী সেনা আৰু দুগৰাকী নাগৰিককে ধৰি মুঠ পাঁচ গৰাকী বাংলাদেশী নাগৰিক। বৃহস্পতিবাৰে ...

12 cops escape mob attack in Assam's Hailakandi

গৰুৰ বজাৰত উন্মত্ত জনতা ভেদি উদ্ধাৰ ৪ ব্যক্তিক, হাইলাকান্দি আৰক্ষীৰ ১২জন ঘায়েল, অ’চিৰ অৱস্থা গুৰুতৰ

হাইলাকান্দি আৰক্ষীৰ এটা দলে শুকুৰবাৰে ৰাতি এখন গৰু বজাৰত উন্মত্ত দলবদ্ধ জনতাৰ আক্ৰমণ ভেদি চাৰিজন লোকৰ প্ৰাণ ৰক্ষা কৰিছে। আৰক্ষী ...

NIPKO authority

দুৰ্ঘটনাৰ পাছত উমৰাংচুস্থিত প্ৰকল্পত নীপক’ৰ কৰ্তৃপক্ষৰ পূজা অৰ্চনা; এতিয়াও সন্ধানহীন চাৰিগৰাকী কৰ্মচাৰী

কপিলী জলবিদ্যুৎ প্ৰকল্পৰ শেহতীয়া ঘটনাকলৈ বিপাঙত পৰা নীপক’ কৰ্তৃপক্ষই শুকুৰবাৰে উমৰাংচুস্থিত বান্ধৰ ওচৰত পূজা অৰ্চনা কৰে। শুকুৰবাৰে পূজা অৰ্চনা কাৰ্য্যসূচীত ...

Mahatma Gandhi statue

হাউলীৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমুৰ্তি উন্মোচন

জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী উপলক্ষ্যে শনিবাৰে বৰপেটাৰ হাউলীৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত মহাত্মা গান্ধীৰ এটা প্ৰতিমুৰ্তি উন্মোচন ...

Sarbananda Sonowal Kaziranga Story

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত আজিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

আজিৰে পৰা পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে মুকলি হ'ল বিশ্ব প্ৰসিদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ আজি ৰাতিপুৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি আৰু কহঁৰা বনাঞ্চল ...

100680-mahindraxuv300

গাড়ী কিনাৰ প্ৰয়োজন নাই! মাত্ৰ ১৯,৭২০ টকাতে লাভ কৰক এখন মহিন্দ্ৰাৰ বাহন; চাওক কেনেকৈ

বৃহৎ কোম্পানী মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাই ইয়াৰ নিজৰ বাহনসমূহৰ গ্ৰাহকৰ বাবে Revv ৰ সৈতে পাৰ্টনাৰশ্বিপত এক ছাৱস্ক্ৰিপশ্যন ভিত্তিক ব্যৱস্থা মুকলি কৰিছে। ...

গুৱাহাটী ৰেইলৱে ষ্টেশ্যনত জব্দ বৃহৎ পৰিমাণৰ কোৰিয়ান চিগাৰেট; দুজনক আটক

গুৱাহাটী ৰেইলৱে ষ্টেশ্যনত জব্দ বৃহৎ পৰিমাণৰ কোৰিয়ান চিগাৰেট; দুজনক আটক

গুৱাহাটী ৰেইলৱে ষ্টেশ্যনত জব্দ বৃহৎ পৰিমাণৰ কোৰিয়ান চিগাৰেট। আজি পুৱা প্ৰায় ৮ বজাত ৰেইলৱে আৰক্ষীয়ে অভিযান চলাই ৩৩০ পেকেট কোৰিয়ান ...

Archbishop-Dominic-Jala-killed-in-road-accident-1140x570

পথ দুর্ঘটনাত মৃত্যু শ্বিলঙৰ আর্কবিশ্বপ ডমিনিক জালাৰ

শ্বিলঙৰ জিলা গীৰ্জাঘৰৰ আৰ্কবিশ্বপ ডমিনিক জালাৰ যোৱা বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰত এক পৰ্থ দুৰ্ঘটনাত মৃত্যু হয়। ‘’অতি দুখেৰে সৈতে আমি আপোনালোকক ...

Page 4542 of 6669 1 4,541 4,542 4,543 6,669

Recent News