NE NOW NEWS

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

লোকসভা নিৰ্বাচনতকৈও জন্মু-কাশ্মীৰৰ নিৰ্বাচনত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’ব নৰেন্দ্ৰ মোদী : কংগ্ৰেছ

লোকসভা নিৰ্বাচনতকৈও জন্মু-কাশ্মীৰৰ নিৰ্বাচনত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’ব নৰেন্দ্ৰ মোদী : কংগ্ৰেছ

জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত লোকসভা নিৰ্বাচনতৰ ফলাফলতকৈও ডাঙৰ দুৰ্যোগ হৈ থিয় দিব বিজেপিৰ সন্মুখত। বিজেপিক সমালোচনা কৰি এই মন্তব্য আগবঢ়াইছে...

নলা আৰু চেপ্টিক টেংক চাফাই কৰ্মীৰ ৯২ শতাংশই অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰঃ কেন্দ্ৰীয় চৰকাৰ

নলা আৰু চেপ্টিক টেংক চাফাই কৰ্মীৰ ৯২ শতাংশই অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰঃ কেন্দ্ৰীয় চৰকাৰ

নলা চাফাই কৰ্মীকে ধৰি চেপ্টিক টেংক চাফাই কৰ্মীৰ ৯২ শতাংশই অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণীৰ। এই তথ্য চৰকাৰী পৰিসংখ্যাত চৰ্চালৈ...

ছয়মাইল উৰণ সেতুৰ তলত পুলিচৰ বক্সিং : নিলম্বিত দুই আৰক্ষী কনিষ্টবল

ছয়মাইল উৰণ সেতুৰ তলত পুলিচৰ বক্সিং : নিলম্বিত দুই আৰক্ষী কনিষ্টবল

কৰ্তব্যৰত অৱস্থাত ৰাজপথত মাৰপিটত লিপ্ত হৈ নিলম্বিত হ’ল অসম আৰক্ষীৰ দুই কনিষ্টবল। দেওবাৰে মহানগৰ আৰক্ষীয়ে এক যান-বাহন নিয়ন্ত্ৰণ শাখালৈ এক...

উত্তপ্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনী বতাহ! লাছ ভেগাছত স্থাপন ৪৩ ফুট ওখ উলংগ ড’নাল্ড ট্ৰাম্পৰ মূৰ্তি

উত্তপ্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনী বতাহ! লাছ ভেগাছত স্থাপন ৪৩ ফুট ওখ উলংগ ড’নাল্ড ট্ৰাম্পৰ মূৰ্তি

২৯ ছেপ্টেম্বৰ দেওবাৰে লাছ ভেগাছত উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সমাৱেশৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ এক অদ্ভুত মূৰ্তি দেখা গ’ল। এক...

নেপালত ভয়ানক বান পৰিস্থিতি : প্ৰায় ২০০জনৰ মৃত্যু, ৩০ জনতকৈ অধিক নিৰুদ্দেশ

নেপালত ভয়ানক বান পৰিস্থিতি : প্ৰায় ২০০জনৰ মৃত্যু, ৩০ জনতকৈ অধিক নিৰুদ্দেশ

চুবুৰীয়া দেশ নেপালত সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতিৰ। দেশখনৰ কেইবাঠাইতো হোৱা বানৰ ফলত প্ৰায় ২০০ জন লোকে প্ৰাণ হেৰুৱাইছে। কমেও...

মানকাচাৰ, গোৱালপাৰা, ডিব্ৰুগড়ত আপৰ সম্পৰ্ক যাত্ৰা : ভাৰত-বাংলা সীমান্ত পৰিদৰ্শন মনোজ ধানোৱাৰৰ

মানকাচাৰ, গোৱালপাৰা, ডিব্ৰুগড়ত আপৰ সম্পৰ্ক যাত্ৰা : ভাৰত-বাংলা সীমান্ত পৰিদৰ্শন মনোজ ধানোৱাৰৰ

আম আদমী পাৰ্টিৰ ৰাজ্যিক সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পিচত আজি প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত উপস্থিত হয় মনোজ ধানোৱাৰ। ডিব্ৰুগড় বিমানবন্দৰত সহস্ৰাধিক...

পকাই ধৰিলে প্ৰকাণ্ড অজগৰে : পাকঘৰত দুঘন্টা ধৰি নাগপাশত বন্দী হৈ থাকিল ৬৪ বছৰীয়া মহিলা

পকাই ধৰিলে প্ৰকাণ্ড অজগৰে : পাকঘৰত দুঘন্টা ধৰি নাগপাশত বন্দী হৈ থাকিল ৬৪ বছৰীয়া মহিলা

৬৪ বছৰীয়া এগৰাকী মহিলাই পাকঘৰত নিশাৰ আহাৰ প্ৰস্তুত কৰি আছিল। তেনেতে হঠাৎ ভৰিত এটা চোকা বিষ অনুভৱ কৰিলে বয়োজ্যেষ্ঠ মহিলাগৰাকীয়ে।...

স্তম্ভিত বিশ্ব! মিছ ইউনিভাৰ্ছ কোৰিয়াত অংশগ্ৰহণ ৮০ বছৰীয়া বৃদ্ধাৰ

স্তম্ভিত বিশ্ব! মিছ ইউনিভাৰ্ছ কোৰিয়াত অংশগ্ৰহণ ৮০ বছৰীয়া বৃদ্ধাৰ

দক্ষিণ কোৰিয়াৰ এগৰাকী ৮০ বছৰীয়া মডেলে মিছ ইউনিভাৰ্ছ কোৰিয়া প্ৰতিযোগিতাত আটাইতকৈ বয়সীয়াল প্ৰতিযোগী হিচাপে শিৰোনাম দখল কৰিছে৷ কিন্তু চয়ী ছুন-হোৱাৰ...

মহাৰাষ্ট্ৰত গৰুক ‘ৰাজ্যিক মাতৃ’ হিচাপে ঘোষণা! গো-নিধনটো নিষেধাজ্ঞা আৰোপ সিন্দে চৰকাৰৰ

মহাৰাষ্ট্ৰত গৰুক ‘ৰাজ্যিক মাতৃ’ হিচাপে ঘোষণা! গো-নিধনটো নিষেধাজ্ঞা আৰোপ সিন্দে চৰকাৰৰ

দুমাহৰ পাছত মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন। তাৰ আগতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে গো ৰাজনীতিত এক ডাঙৰ পদক্ষেপ লয়। সোমবাৰে শিৱসেনাৰ চুপ্ৰেম’ই...

ছুপ্ৰীম কোৰ্টত ‘Yeah’ শব্দৰ ব্যৱহাৰ! অধিবক্তাৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিল মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়

ছুপ্ৰীম কোৰ্টত ‘Yeah’ শব্দৰ ব্যৱহাৰ! অধিবক্তাৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিল মুখ্য ন্যায়াধীশ ডিৱাই চন্দ্ৰচূড়

সোমবাৰে উচ্চতম ন্যায়ালয়ক প্ৰশ্ন কৰাৰ সময়ত এজন অধিবক্তাই কেইবাবাৰো ‘য়া’ শব্দটো ব্যৱহাৰ কৰিছিল। এই ঘটনাত অধিবক্তাগৰাকীক ধমক দিয়ে মুখ্য ন্যায়াধীশ...

Page 1340 of 6608 1 1,339 1,340 1,341 6,608

Stay Connected

Recent News