NE NOW NEWS

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

মিষ্টাৰ এণ্ড মিচেছ : স্বামীৰ পাছত পত্নীয়ে পালে কেৰালাৰ মুখ্য সচিবৰ পদবী

মিষ্টাৰ এণ্ড মিচেছ : স্বামীৰ পাছত পত্নীয়ে পালে কেৰালাৰ মুখ্য সচিবৰ পদবী

কেৰালাৰ ইতিহাসত নোহোৱা-নোপজা ঘটনা। স্বামীৰ পাছত পত্নীয়ে লাভ কৰিলে কেৰালাৰ সৰ্বোচ্চ  বিষয়া পদবী। যোৱা ৩১ আগষ্টত কেৰালাৰ মুখ্য সচিবৰ দায়িত্বৰ...

আদালতে দোষী সাব্যস্ত কৰা ৰাকেশ পালসহ ২৬ কৃষি বিষয়াৰ বিৰুদ্ধে নল’লে কোনো ব্যৱস্থা

আদালতে দোষী সাব্যস্ত কৰা ৰাকেশ পালসহ ২৬ কৃষি বিষয়াৰ বিৰুদ্ধে নল’লে কোনো ব্যৱস্থা

অসম লোকসেৱা আয়োগৰ(এপিএছচি) কৃষি উন্নয়ন বিষয়া (এডিঅ) নিযুক্তিত হোৱা কেলেংকাৰীত অভিযুক্তসকলক দোষী সাব্যস্ত কৰি ন্যায়াধীশ দীপক ঠাকুৰীয়াৰ বিশেষ আদালতে যোৱা...

নেতানিয়াহুৰ পদত্যাগক লৈ অস্থিৰ ইজৰাইল : যুদ্ধবিৰতিৰ দাবীত ৰাজপথত হাজাৰ-হাজাৰ জনতা

নেতানিয়াহুৰ পদত্যাগক লৈ অস্থিৰ ইজৰাইল : যুদ্ধবিৰতিৰ দাবীত ৰাজপথত হাজাৰ-হাজাৰ জনতা

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ পদত্যাগ আৰু যুদ্ধবিৰতিৰ দাবীত হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছে। যোৱা বছৰৰ মাজভাগত পেলেষ্টাইনীসকলৰ সৈতে যুদ্ধ...

ৰাজ্যত বিজেপি চৰকাৰৰ ৮ বছৰত ১৮,২৬২ টা বলাৎকাৰৰ ঘটনা

ৰাজ্যত বিজেপি চৰকাৰৰ ৮ বছৰত ১৮,২৬২ টা বলাৎকাৰৰ ঘটনা

"বিগত কেইবামাহ ধৰি অসমত সঘনে নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। ধিঙত ১৪ বছৰীয়া স্কুলীয়া ছাত্ৰীগৰাকীৰ দলবদ্ধ বলাৎকাৰৰ ঘটনাত জড়িত সকলক...

‘মোৰ ল’ৰাই ভাৰতৰত্ন পোৱা উচিত আছিল,জীৱন ধ্বংস কৰিছে ধোনীয়ে’; যুৱৰাজৰ পিতৃৰ বিস্ফোৰণ

‘মোৰ ল’ৰাই ভাৰতৰত্ন পোৱা উচিত আছিল,জীৱন ধ্বংস কৰিছে ধোনীয়ে’; যুৱৰাজৰ পিতৃৰ বিস্ফোৰণ

যুৱৰাজ সিঙৰ পিতৃ যোগৰাজ সিঙে পুনৰবাৰ মহেন্দ্ৰ সিং ধোনীক তীব্ৰ আক্ৰমণ শাণিছে। তেওঁ কয়, ‘’মই এম এছ ধোনীক কেতিয়াও ক্ষমা...

ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত অন্ধ্ৰ-তেলেংগানাত ২৭ জন লোকৰ মৃত্যু, শতাধিক ৰে’ল বাতিল!

ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত অন্ধ্ৰ-তেলেংগানাত ২৭ জন লোকৰ মৃত্যু, শতাধিক ৰে’ল বাতিল!

যোৱা দুদিনত হোৱা ধাৰাসাৰ বৰষুণৰ বাবে অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাত এতিয়ালৈকে ২৭ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ১০০ৰো অধিক...

৩০ মিনিটতে লুটি সাং শ্বপিং মল; পাকিস্তানৰ কৰাচীবাসীৰ কৃতিত্ব দেখি চকু কপালত উঠিল নেটিজেনৰ

৩০ মিনিটতে লুটি সাং শ্বপিং মল; পাকিস্তানৰ কৰাচীবাসীৰ কৃতিত্ব দেখি চকু কপালত উঠিল নেটিজেনৰ

আধা ঘণ্টা ধৰি লুটপাত, খালী হৈ গ’ল গোটেইটো শ্বপিং মল। মূৰে কপালে হাত দিলে কৰ্তৃপক্ষই। কাৰণ কোনেও একো কিনা নাছিল।...

ৰোনাল্ডোৰ ইউটিউব চেনেলত বিৰাট কোহলী! আৰচিবিৰ পোষ্টক কেন্দ্ৰ কৰি জল্পনা-কল্পনা তুংগত

ৰোনাল্ডোৰ ইউটিউব চেনেলত বিৰাট কোহলী! আৰচিবিৰ পোষ্টক কেন্দ্ৰ কৰি জল্পনা-কল্পনা তুংগত

শেহতীয়াকৈ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে নিজৰ ইউটিউব চেনেল খুলিছে৷ আৰু তাৰ লগে লগে তেওঁ ইটোৰ পিছত সিটো অভিলেখ ভংগ কৰিছে। ৰোনাল্ডোৰ এই...

দৃষ্টিশক্তি বচাবলৈ নাকেৰে বাহিৰ কৰা হ’ল টিউমাৰ! সফল অস্ত্ৰোপচাৰেৰে দৃষ্টান্ত গঢ়িলে দিল্লীৰ হাস্পাতালে

দৃষ্টিশক্তি বচাবলৈ নাকেৰে বাহিৰ কৰা হ’ল টিউমাৰ! সফল অস্ত্ৰোপচাৰেৰে দৃষ্টান্ত গঢ়িলে দিল্লীৰ হাস্পাতালে

চকুৰ দৃষ্টিশক্তি ৰক্ষা কৰিবলৈ নাকেৰে আঁতৰাই দিয়া হ’ল মগজুৰ টিউমাৰ! দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ে এই অস্ত্ৰোপচাৰ কৰি দৃষ্টান্ত গঢ়ি তুলিছে।...

দেশত পুনৰ যুৱতীৰ মৃত্যুৰ ঘটনা! এইবাৰ হোষ্টেলৰ মজিয়াৰ পৰা উদ্ধাৰ NIAৰ বিষয়াৰ কন্যাৰ মৃতদেহ

দেশত পুনৰ যুৱতীৰ মৃত্যুৰ ঘটনা! এইবাৰ হোষ্টেলৰ মজিয়াৰ পৰা উদ্ধাৰ NIAৰ বিষয়াৰ কন্যাৰ মৃতদেহ

লক্ষ্ণৌত বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ পৰা এইবাৰ উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। নিহত যুৱতীগৰাকী নিয়া (NIA) ৰ এজন আইপিএছ বিষয়াৰ কন্যা বুলি...

Page 1386 of 6611 1 1,385 1,386 1,387 6,611

Stay Connected

Recent News