NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

সামাজিক মাধ্যমৰ পোষ্টৰ বাবে বিপদত অভিনেতা পৰমব্ৰত চেটাৰ্জী, কলকাতা উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন সকাহ

সামাজিক মাধ্যমৰ পোষ্টৰ বাবে বিপদত অভিনেতা পৰমব্ৰত চেটাৰ্জী, কলকাতা উচ্চ ন্যায়ালয়ৰ অন্তৱৰ্তীকালীন সকাহ

কথা বা সামাজিক মাধ্যমৰ পোষ্টৰ যে এক গভীৰ প্ৰভাৱ থাকে, সেই কথা এতিয়া ভালদৰেই মৰ্মে মৰ্মে উপলব্ধি কৰিছে টলিউডৰ জনপ্ৰিয়...

দিল্লীত হঠাতে ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা; বহু হতাহতৰ আশংকা

দিল্লীত হঠাতে ভাঙি পৰিল পাঁচ মহলীয়া অট্টালিকা; বহু হতাহতৰ আশংকা

দক্ষিণ দিল্লীত সংঘটিত হৈছে বৃহৎ দুৰ্ঘটনা। হঠাৎ ভাঙি পৰিল এটা পাঁচ মহলীয়া অট্টালিকা। ধ্বংসাৱশেষৰ তলত কেইবাজনো লোক আবদ্ধ হৈ পৰাৰ...

প্ৰেমত ফুলিছে শতদল… বনৰীয়া হাতীৰ জাকৰ লগত পলাল দুজনী প্ৰশিক্ষিত মাখুন্দী, ৰাষ্ট্ৰীয় উদ্যানত হাহাকাৰ

প্ৰেমত ফুলিছে শতদল… বনৰীয়া হাতীৰ জাকৰ লগত পলাল দুজনী প্ৰশিক্ষিত মাখুন্দী, ৰাষ্ট্ৰীয় উদ্যানত হাহাকাৰ

উত্তৰাখণ্ডৰ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। বনৰীয়া হাতীৰ জাকৰ সৈতে দুজনীকৈ প্ৰশিক্ষিত মাইকী হাতী পলাই যোৱাৰ...

জেকলিনৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ নিৰ্দেশ দিল্লী আদালতৰ; সুকেশ-গোচৰত গ্ৰেপ্তাৰ হ’ব পাৰে অভিনেত্ৰী

জেকলিনৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ নিৰ্দেশ দিল্লী আদালতৰ; সুকেশ-গোচৰত গ্ৰেপ্তাৰ হ’ব পাৰে অভিনেত্ৰী

২০০ কোটি টকাৰ বিত্তীয় প্ৰৱঞ্চনাৰ গোচৰত এক নতুন মোৰ। দীৰ্ঘদিনীয়া এই গোচৰত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ বিৰুদ্ধে অভিযোগ গঠনৰ (চাৰ্জ...

গ্ৰীষ্মকালত কণী খোৱাটো সঁচাকৈয়ে বেয়া নেকি? চিকিৎসকে ক’লে আচল কথা

গ্ৰীষ্মকালত কণী খোৱাটো সঁচাকৈয়ে বেয়া নেকি? চিকিৎসকে ক’লে আচল কথা

কণী হৈছে পুষ্টিৰ ভঁৰাল। প্ৰটিন, ভিটামিন আৰু খনিজ পদাৰ্থৰে ভৰপূৰ কণী আমাৰ দৈনন্দিন খাদ্যৰ এক গুৰুত্বপূৰ্ণ অংশ। কিন্তু গৰম দিন...

উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱেশতন্ত্ৰৰ ওপৰত আক্ৰমণ : দুটা জলবিদ্যুৎ প্ৰকল্পৰ বাবে কটা হ’ব ৮০ হাজাৰতকৈ অধিক গছ, ধ্বংস হ’ব বৃহৎ বনাঞ্চল

উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱেশতন্ত্ৰৰ ওপৰত আক্ৰমণ : দুটা জলবিদ্যুৎ প্ৰকল্পৰ বাবে কটা হ’ব ৮০ হাজাৰতকৈ অধিক গছ, ধ্বংস হ’ব বৃহৎ বনাঞ্চল

অৰুণাচল প্ৰদেশত নিৰ্মাণ কৰিবলগীয়া দুটা ডাঙৰ জলবিদ্যুৎ প্ৰকল্পৰ বাবে ৮০ হাজাৰতকৈও অধিক গছ কটা হ’ব আৰু প্ৰায় ১,১৩১ হেক্টৰ বনাঞ্চলৰ...

কাপোৰ ফালি, শিল-কণী নিক্ষেপ, হেলমেট পিন্ধি জীৱন ৰক্ষা: অভিষেক বেনাৰ্জীক আক্ৰমণ

কাপোৰ ফালি, শিল-কণী নিক্ষেপ, হেলমেট পিন্ধি জীৱন ৰক্ষা: অভিষেক বেনাৰ্জীক আক্ৰমণ

পশ্চিম বংগৰ সোনাৰপুৰ ভ্ৰমণৰ সময়ত তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ অভিষেক বেনাৰ্জীৰ ওপৰত একাংশ স্থানীয় লোকে চলোৱা আক্ৰমণক...

দেশত ইণ্টাৰনেট ব্যৱহাৰকাৰী মহিলাৰ সংখ্যা ব্যাপক বৃদ্ধি, নতুন ৰাষ্ট্ৰীয় জৰীপে প্ৰকাশ কৰিলে গুৰুত্বপূৰ্ণ তথ্য

দেশত ইণ্টাৰনেট ব্যৱহাৰকাৰী মহিলাৰ সংখ্যা ব্যাপক বৃদ্ধি, নতুন ৰাষ্ট্ৰীয় জৰীপে প্ৰকাশ কৰিলে গুৰুত্বপূৰ্ণ তথ্য

ভাৰতত ইণ্টাৰনেট ব্যৱহাৰ কৰা মহিলাৰ সংখ্যা আগতকৈ বহুত বৃদ্ধি পাইছে। শেহতীয়াকৈ প্ৰকাশ পোৱা ষষ্ঠ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ প্ৰতিবেদন অনুসৰি,...

ভাৰতীয় ক্ৰিকেট দলত নতুন চমক: সূৰ্য-শুভমনৰ পৰিৱৰ্তে এছিয়ান গেমছৰ দলত যুৱ তাৰকা বৈভৱ সূৰ্যবংশী

ভাৰতীয় ক্ৰিকেট দলত নতুন চমক: সূৰ্য-শুভমনৰ পৰিৱৰ্তে এছিয়ান গেমছৰ দলত যুৱ তাৰকা বৈভৱ সূৰ্যবংশী

অহা ১৯ ছেপ্টেম্বৰৰ পৰা ৪ অক্টোবৰলৈ জাপানত অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে শনিবাৰে ভাৰতীয় অলিম্পিক সন্থাৰ...

হেকাৰৰ কবলত চিবিএছইৰ পৰ্টেল! মাচুলৰ পৰিমাণ ১ টকাৰ পৰা ৬৮ হাজাৰলৈ বৃদ্ধি, বিপাঙত অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী

হেকাৰৰ কবলত চিবিএছইৰ পৰ্টেল! মাচুলৰ পৰিমাণ ১ টকাৰ পৰা ৬৮ হাজাৰলৈ বৃদ্ধি, বিপাঙত অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী

শনিবাৰে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডৰ (চিবিএছই) পুনৰ মূল্যায়ন পৰ্টেলত এক অনাকাংক্ষিত চাইবাৰ আক্ৰমণ সংঘটিত হয়। এই আক্ৰমণৰ ফলত পৰ্টেলটোৰ মাচুল...

Page 140 of 6583 1 139 140 141 6,583

Stay Connected

Recent News