NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

দেওবাৰে গুৱাহাটীৰ পানীখাইটি অঞ্চলৰ ভাড়াঘৰত এগৰাকী মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ উদ্ধাৰ হয়। পানীখাইটি থানাত নিয়োজিত হৈ থকা দীপামনি হীৰা (২৬)...

হাইটিৰ বিৰুদ্ধে মেচত জয়লাভৰ পিছতে ব্ৰাজিলত এলিয়েনৰ আক্ৰমণ? মাজনিশা এলাৰ্ট, তীব্ৰ আতংক

হাইটিৰ বিৰুদ্ধে মেচত জয়লাভৰ পিছতে ব্ৰাজিলত এলিয়েনৰ আক্ৰমণ? মাজনিশা এলাৰ্ট, তীব্ৰ আতংক

বিশ্বকাপ চলি আছে। প্ৰথমখন মেচত মৰক্কোৰ সৈতে ড্ৰ কৰাৰ পিছত শুকুৰবাৰে নিশা হাইটিৰ বিৰুদ্ধে জয়ৰ ধাৰালৈ ঘূৰি আহিছে ফেভাৰিট দলটো।...

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

চলিত ফিফা বিশ্বকাপৰ অভিষেক মেচতে ছুইডেনৰ বিৰুদ্ধে যোৰা গ'ল দি নেদাৰলেণ্ডছক গুৰুত্বপূৰ্ণ জয় উপহাৰ দিয়া ব্ৰায়ান ব্ৰবিৰ জীৱন সংগ্ৰাম অতি...

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

অসমৰ ক্ৰিকেট জগতৰ বাবে এক গৌৰৱোজ্জ্বল অধ্যায়ৰ সূচনা কৰি চলিত বৰ্ষৰ আগষ্ট মাহত অনুষ্ঠিত হ'ব বহু প্ৰত্যাশিত অসম প্ৰিমিয়াৰ লীগৰ...

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ পাণবজাৰৰ জে. চি. দাস ৰোডৰ নিবাসী, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা সুপৰিচিত কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ ২১ জুন তাৰিখে পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ...

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

যুদ্ধবিৰতিক লৈ চলি থকা তৰ্ক-বিতৰ্কৰ মাজতেই গাজা ভূখণ্ডত পুনৰ ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলী বাহিনীয়ে। শনিবাৰে গাজাৰ চাৰিটা পৃথক স্থানত চলোৱা...

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে অহা জুলাই মাহত ইংলেণ্ডৰ বিৰুদ্ধে হবলগীয়া এদিনীয়া শৃংখলাৰ বাবে পোন্ধৰজনীয়া ভাৰতীয় দল ঘোষণা কৰিছে। এই দলটোৰ...

মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ! গোপন কেমেৰাত আৱদ্ধ নগাঁৱৰ জ্যেষ্ঠ চিকিৎসক মনোজ কুমাৰ সিনহা

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰদান কৰাৰ নামত মৃতকৰ পৰিয়ালৰ পৰা উৎকোচ গ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগত শনিবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ...

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

গোৰেশ্বৰত ৰে’লৱে দলং পাৰ হওঁতে ৰে’লৰ খুন্দাত প্ৰাণ গ’ল নৱম শ্ৰেণীৰ ছাত্ৰীৰ! ১৫ বছৰে আধৰুৱা দলঙক লৈ উত্তপ্ত পৰিস্থিতি

দেওবাৰে তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ অন্তৰ্গত দলংঘাটত ৰে'লৱে দলং পাৰ হৈ থকা অৱস্থাত এখন দ্ৰুতবেগী ৰে'লৰ খুন্দাত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ...

তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

তামিলনাডুত ভয়ংকৰ গেছ দুৰ্ঘটনা: এম’নিয়া নিৰ্গত হৈ দুজনৰ মৃত্যু, ৬৫ জনতকৈ অধিক সংকটজনক, মুখ্যমন্ত্ৰী বিজয়ৰ তদন্তৰ নিৰ্দেশ

তামিলনাডুৰ তিৰুভাল্লুৰ জিলাৰ এখন সামুদ্ৰিক খাদ্য প্ৰক্ৰিয়াকৰণ আৰু ৰপ্তানি কাৰখানাত এম'নিয়া গেছ নিৰ্গত হোৱাৰ ফলত কমেও দুজন প্ৰব্ৰজনকাৰী শ্ৰমিকৰ মৃত্যু...

Page 139 of 6637 1 138 139 140 6,637

Stay Connected

Recent News