NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমত বানৰ কালৰূপ! আনফালে ৰাজনীতিৰ নিৰ্লজ্জ অংকত মগ্ন পীযুষ হাজৰিকা-অশোক ‎সিংঘাল

উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত এতিয়া বানৰ ভয়াৱহ ধ্বংসলীলা। প্ৰকৃতিৰ কালৰূপত সৰ্বস্বান্ত হৈছে হেজাৰ হেজাৰ পৰিয়াল। বানাক্ৰান্ত...

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

জলমগ্ন ৰাজ্যৰ ১১ জিলা! ২৪ ঘণ্টাত ১০ জনৰ প্ৰাণহানি, মুঠ মৃতকৰ সংখ্যা ৪১লৈ বৃদ্ধি

অধিক সংকটজনক হৈ পৰিছে অসমৰ বান পৰিস্থিতি। চৰকাৰী তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত বানপানীৰ ফলত আন ১০ জন লোকৰ...

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

বিদেশত পঢ়া-শুনাক লৈ ট্ৰোলিং! সামাজিক মাধ্যমৰ পৰা পলাই পত্ৰং দিলে ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যাই

শিক্ষাব্যৱস্থাত হোৱা নানা অনিয়ম আৰু নিট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগক লৈ সমগ্ৰ দেশতে তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে এই বিতৰ্কৰ...

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

১৯৫৬ চনৰ আইন সংশোধনৰ দিশে কেন্দ্ৰ: আজি লোকসভাত উত্থাপন হ’ব উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ বিধেয়ক

বৃহস্পতিবাৰে সংসদৰ গ্ৰীষ্মকালীন অধিৱেশনত লোকসভাত এখন গুৰুত্বপূৰ্ণ বিধেয়কক লৈ বিতৰ্ক অনুষ্ঠিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম...

আৰক্ষী জোৱানৰ নেমপ্লেট নাছিল কিয়? ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিজেপি বিধায়ক আনন্দ মিশ্ৰই!

আৰক্ষী জোৱানৰ নেমপ্লেট নাছিল কিয়? ব্যৱস্থা গ্ৰহণৰ দাবী জনালে বিজেপি বিধায়ক আনন্দ মিশ্ৰই!

সামাজিক মাধ্যমত বহুলভাৱে চৰ্চিত বিষয় আৰক্ষী, সেনা তথা RAF (Rapid Action Force)-ৰ নেমপ্লেটক লৈ এইবাৰ সৰব হৈ পৰিছে বিজেপিৰ বিহাৰৰ...

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

দিল্লীৰ যন্তৰ মন্তৰত চলি থকা ককৰোচ জনতা পাৰ্টিৰ আন্দোলনক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে পুৱাৰে পৰা ৰাজধানীত নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা...

যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

শেহতীয়া প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত 'ককৰোচ জনতা পাৰ্টি'য়ে অব্যাহত ৰখা আন্দোলনৰ...

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে (আইচিএমআৰ) শেহতীয়াকৈ প্ৰকাশ কৰা এক সমীক্ষাত দেশবাসীৰ স্বাস্থ্য সন্দৰ্ভত এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। সমগ্ৰ দেশৰ...

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

নতুন দিল্লীৰ যন্তৰ-মন্তৰত চলি থকা প্ৰতিবাদৰ মাজতে বুধবাৰে পুনৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। দিল্লী আৰক্ষীৰ অভিযোগ অনুসৰি, একাংশ প্ৰতিবাদকাৰীয়ে আৰক্ষীক...

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

‘নীট’ কেলেংকাৰী: কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি ৰাজীৱ ভৱনৰ পৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদী সমদল

সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা 'নীট' পৰীক্ষাৰ কেলেংকাৰীৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ তাৎক্ষণিক পদত্যাগৰ দাবীত আজি...

Page 138 of 6701 1 … 137 138 139 … 6,701

Stay Connected

Recent News