NE NOW NEWS

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

চৰকাৰে দিয়া নাই ৩৩,১৬৭ গৰাকী সুলভ মূল্যৰ দোকানীৰ প্ৰাপ্য কমিছন আৰু বকেয়া ধন : DYFI  

চৰকাৰে দিয়া নাই ৩৩,১৬৭ গৰাকী সুলভ মূল্যৰ দোকানীৰ প্ৰাপ্য কমিছন আৰু বকেয়া ধন : DYFI  

ৰাজ্যৰ ৬৬,২৭,৮৮১ টা ৰেচন কাৰ্ডধাৰী হিতাধিকাৰী পৰিয়ালক বিনামূলীয়া চাউল বিতৰণ কৰা ৩৩,১৬৭ গৰাকী সুলভ মূল্যৰ দোকানীৰ প্ৰাপ্য কমিছন আৰু বকেয়া...

উপনিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ লোৱাতো কংগ্ৰেছৰ মুৰ্খামী : অখিল গগৈ

উপনিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ লোৱাতো কংগ্ৰেছৰ মুৰ্খামী : অখিল গগৈ

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে কংগ্ৰেছ দলে আগন্তুক উপ-নিৰ্বাচনত স্বতন্ত্ৰভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্তক তীব্ৰ গৰিহণা দিছে। বঙাইগাঁৱত...

চিকিৎসকৰ পদত্যাগে প্ৰমাণ কৰিছে চৰকাৰী ব্যৱস্থাপনাৰ ব্যৰ্থতা

চিকিৎসকৰ পদত্যাগে প্ৰমাণ কৰিছে চৰকাৰী ব্যৱস্থাপনাৰ ব্যৰ্থতা

"অসমৰ চিকিৎসা মহাবিদ্যালয় সমূহৰ পৰা ৬৪ গৰাকী চিকিৎসকৰ পদত্যাগে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ ব্যৱস্থাপনাহীনতা উদঙাই দিছে। ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত...

নীলা ছবি চাই যি যি শিকিছিলোঁ সেয়াই কৰি চাইছিলোঁ ; তৃতীয় শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰা ৬ষ্ঠ-৭ম শ্ৰেণীৰ ছাত্ৰৰ স্বীকাৰোক্তি

নীলা ছবি চাই যি যি শিকিছিলোঁ সেয়াই কৰি চাইছিলোঁ ; তৃতীয় শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰা ৬ষ্ঠ-৭ম শ্ৰেণীৰ ছাত্ৰৰ স্বীকাৰোক্তি

কিছুদিন পূৰ্বে অন্ধ্ৰ প্ৰদেশত সংঘটিত হৈছিল এক ভয়ানক ঘটনা। এগৰাকী ৮ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল...

অৱশেষত ভাৰতে আনিবলৈ ওলাইছে ওজন কমোৱাৰ ঔষধ টিৰ্জেপেটাইড

অৱশেষত ভাৰতে আনিবলৈ ওলাইছে ওজন কমোৱাৰ ঔষধ টিৰ্জেপেটাইড

চেন্ট্ৰেল ড্ৰাগ ষ্টেণ্ডাৰ্ড কন্ট্ৰোল অৰ্গেনাইজেশ্যনে (CDSCO) ফাৰ্মাচিউটিকেল জায়ান্ট এলি লিলিৰ টিৰ্জেপেটাইড ব্যৱহাৰৰ নিৰ্দেশ দিছে। টিৰ্জেপেটাইড হৈছে এলি লিলি কোম্পানী (ইণ্ডিয়া...

সাংবাদিক গৌৰী লংকেশ হত্যাকাণ্ডৰ মূল সাক্ষীয়ে আদালতত সলনি কৰিলে বক্তব্য

সাংবাদিক গৌৰী লংকেশ হত্যাকাণ্ডৰ মূল সাক্ষীয়ে আদালতত সলনি কৰিলে বক্তব্য

মানৱ অধিকাৰ কৰ্মী তথা সাংবাদিক গৌৰী লংকেশৰ হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰটোত নতুন মোৰ আহিছে। এই গোচৰৰ অন্যতম মূল সাক্ষীয়ে আদালতৰ...

ব্যক্তিগত খণ্ডৰ চাকৰিত স্থানীয় লোকৰ বাবে ১০০% পৰ্যন্ত সংৰক্ষণৰ বিধেয়ক গৃহীত কৰিলে কৰ্ণাটক মন্ত্ৰীসভাই

ব্যক্তিগত খণ্ডৰ চাকৰিত স্থানীয় লোকৰ বাবে ১০০% পৰ্যন্ত সংৰক্ষণৰ বিধেয়ক গৃহীত কৰিলে কৰ্ণাটক মন্ত্ৰীসভাই

কৰ্ণাটকৰ ছিদ্দাৰমাইয়া চৰকাৰে ব্যক্তিগত খণ্ডৰ নিম্ন পদত (গ্ৰুপ চি আৰু ডি) স্থানীয় লোকৰ বাবে ১০০ শতাংশ সংৰক্ষণ বাধ্যতামূলক কৰা বিধেয়কত...

ৰাজ্যই ৰাজ্যই বিদ্ৰোহ, প্ৰশ্নৰ মুখত মোডী-শ্বাহৰ নেতৃত্ব! অসমত কি ঘটিছে?

ৰাজ্যই ৰাজ্যই বিদ্ৰোহ, প্ৰশ্নৰ মুখত মোডী-শ্বাহৰ নেতৃত্ব! অসমত কি ঘটিছে?

জনসাধাৰণৰ সমৰ্থন ক্ৰমান্বয়ে কমি আহিছে। তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মীৰ মাজতো ক্ষোভ-প্ৰতিবাদ বাঢ়িছে। এই সকলোবোৰ বিৰোধীৰ মিছা অপপ্ৰচাৰ বুলি ভাবিলে বিৰাট ক্ষতিৰ...

মুম্বাই বিমানবন্দৰত অপ্ৰীতিকৰ পৰিস্থিতি; ১৮০০টা খালী পদৰ বাবে ১৫ হাজাৰ লোক উপস্থিত

মুম্বাই বিমানবন্দৰত অপ্ৰীতিকৰ পৰিস্থিতি; ১৮০০টা খালী পদৰ বাবে ১৫ হাজাৰ লোক উপস্থিত

এয়াৰ ইণ্ডিয়া এয়াৰপ’ৰ্ট চাৰ্ভিচেছ লিমিটেডে চলোৱা ৱাক-ইন ইন্টাৰভিউত হাজাৰ হাজাৰ চাকৰি প্ৰাৰ্থী উপস্থিত হোৱাৰ ফলত মঙলবাৰে মুম্বাইৰ কলিনাত বিশৃংখল পৰিস্থিতিৰ...

অজিত পাৱাৰৰ NCPৰ পৰা পদত্যাগ ৪ জ্যেষ্ঠ নেতাৰ; শাৰদ পাৱাৰ গোটত যোগদানৰ সম্ভাৱনা,চৰ্চাত ছগন ভূজবলৰো নাম

অজিত পাৱাৰৰ NCPৰ পৰা পদত্যাগ ৪ জ্যেষ্ঠ নেতাৰ; শাৰদ পাৱাৰ গোটত যোগদানৰ সম্ভাৱনা,চৰ্চাত ছগন ভূজবলৰো নাম

অজিত পাৱাৰ নেতৃত্বাধীন এন চি পিত বৃহৎ বিপৰ্যয়৷ দলটোৰ পিম্পৰী-চিঞ্চৱাদ ইউনিটৰ চাৰিজন নেতাই পদত্যাগ কৰিছে আৰু শীঘ্ৰে শাৰদ পাৱাৰ ফৈদত...

Page 1463 of 6616 1 1,462 1,463 1,464 6,616

Stay Connected

Recent News