NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

বাংলাদেশ সীমান্তত উদ্ধাৰ তিস্তাৰ পানীত উটি যোৱা ছিকিমৰ প্ৰাক্তন শিক্ষামন্ত্ৰীৰ মৃতদেহ!

বাংলাদেশ সীমান্তত উদ্ধাৰ তিস্তাৰ পানীত উটি যোৱা ছিকিমৰ প্ৰাক্তন শিক্ষামন্ত্ৰীৰ মৃতদেহ!

প্ৰায় সাত দিন ধৰি নিৰুদ্দেশ হৈ আছিল। অৱশেষত বাংলাদেশ সীমান্তত উদ্ধাৰ ছিকিমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী আৰ চি পৌডেলৰ মৃতদেহ। স্থানীয় থানাৰ...

প্ৰতিনিধিত্বমূলক ফটো

ভূমিকেন্দ্ৰিক বিবাদৰ বিষম পৰিণতি! থানাতে পুত্ৰই মাতৃক কৰিলে অগ্নিসংযোগ, মৃত্যু মহিলাৰ

ভূমিকেন্দ্ৰিক বিবাদে ল’লে এক চূড়ান্ত ৰূপ! মাতৃ-পুত্ৰই থানালৈ আহিছিল পাৰিবাৰিক বিবাদ নিষ্পত্তি কৰিবলৈ। অভিযোগ অনুসৰি তাতেই তেওঁৰ পুত্ৰই মাতৃক অগ্নিসংযোগ...

বেংককৰ হোটেলৰ কোঠাত উদ্ধাৰ ছয়গৰাকী বিদেশী নাগৰিকৰ মৃতদেহ

বেংককৰ হোটেলৰ কোঠাত উদ্ধাৰ ছয়গৰাকী বিদেশী নাগৰিকৰ মৃতদেহ

থাইলেণ্ডৰ ৰাজধানী বেংককত হোটেলৰ কোঠাৰ পৰা উদ্ধাৰ হৈছে ৬জন লোকৰ মৃতদেহ। নিহত হোৱা আটাইকেইজনেই আছিল ভিয়েটনাম আৰু আমেৰিকাৰ নাগৰিক। থাইলেণ্ড...

হাৰ্দিক-নটাশাৰ বিচ্ছেদৰ চৰ্চা! ইনষ্টাগ্ৰামযোগে পাণ্ডিয়া পত্নীয়ে দিলে দেশ এৰাৰ ইংগিত

হাৰ্দিক-নটাশাৰ বিচ্ছেদৰ চৰ্চা! ইনষ্টাগ্ৰামযোগে পাণ্ডিয়া পত্নীয়ে দিলে দেশ এৰাৰ ইংগিত

টি-২০ বিশ্বকাপৰ পূৰ্বৰে পৰা হাৰ্দিক পাণ্ডিয়া আৰু নটাশা ষ্টেনকভিকৰ মাজত বিচ্ছেদৰ খবৰে চৰ্চা লাভ কৰি আহিছে৷ ভাৰতে বিশ্বকাপ জয় কৰাৰ...

কাছাৰৰ ভূবন পাহাৰত আৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত তিনিজন উগ্ৰপন্থী

কাছাৰৰ ভূবন পাহাৰত আৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত তিনিজন উগ্ৰপন্থী

মঙলবাৰে নিশা কাছাৰৰ ভূবন পাহাৰত অসম আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত  তিনিজন উগ্ৰপন্থী নিহত হয়। খবৰ অনুসৰি, মঙলবাৰে নিশা ভূবন পাহাৰত...

অভিযন্তাই ট্ৰাংকৰ পৰা চুৰি কৰিছিল প্ৰশ্নকাকত! নিটৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগত গ্ৰেপ্তাৰ চিবিআইৰ

অভিযন্তাই ট্ৰাংকৰ পৰা চুৰি কৰিছিল প্ৰশ্নকাকত! নিটৰ প্ৰশ্নকাকত ফাদিলৰ অভিযোগত গ্ৰেপ্তাৰ চিবিআইৰ

ইতিমধ্যে নিটৰ প্ৰশ্নকাকত ফাদিল গোচৰৰ তদন্তৰ অন্তত চিবিআইয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰিছে। এতিয়া চিবিআইয়ে এজন অভিযন্তাক বিষয়টোৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে।...

টি-২০ ক্ৰিকেটত কোন হ’ব ভাৰতীয় দলৰ অধিনায়ক? বিচিচিআইত নতুন চৰ্চা!

টি-২০ ক্ৰিকেটত কোন হ’ব ভাৰতীয় দলৰ অধিনায়ক? বিচিচিআইত নতুন চৰ্চা!

বিশ্বকাপ জয় কৰি আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৰোহিত শৰ্মাই। সেই তালিকাত বিৰাট কোহলী আৰু ৰবীন্দ্ৰ জাদেজায়ো নাম...

বিপদে লগ এৰা নাই ড’নাল্ড ট্ৰাম্পক; ট্ৰাম্পৰ সভাৰ সমীপত গ্ৰেপ্তাৰ মাস্ক পৰিহিত বন্দুকধাৰী যুৱক

বিপদে লগ এৰা নাই ড’নাল্ড ট্ৰাম্পক; ট্ৰাম্পৰ সভাৰ সমীপত গ্ৰেপ্তাৰ মাস্ক পৰিহিত বন্দুকধাৰী যুৱক

চিবিএছ নিউজে প্ৰকাশ কৰা অনুসৰি, আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক হত্যাৰ চেষ্টা চলোৱাৰ কিছুদিন পাছত মিলৱাকিত ৰিপাব্লিকান নেশ্যনেল কনভেনচন অনুষ্ঠিত...

ওমানৰ উপকূলত ডুবিল তেলৰ টেংকাৰ! নিৰুদ্দিষ্ট ১৩ জন ভাৰতীয়

ওমানৰ উপকূলত ডুবিল তেলৰ টেংকাৰ! নিৰুদ্দিষ্ট ১৩ জন ভাৰতীয়

মঙলবাৰে ওমানৰ সামুদ্ৰিক নিৰাপত্তা কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি ১৩ জন ভাৰতীয়কে ধৰি ১৬ জন ক্ৰু মেম্বাৰ কঢ়িয়াই অনা এখন তেল...

চন্দ্ৰৰ মাটিত ৰহস্যময় গুহাৰ সন্ধান! বিজ্ঞানী মহলত আলোড়নৰ সৃষ্টি কৰিছে এই আৱিষ্কাৰে

চন্দ্ৰৰ মাটিত ৰহস্যময় গুহাৰ সন্ধান! বিজ্ঞানী মহলত আলোড়নৰ সৃষ্টি কৰিছে এই আৱিষ্কাৰে

পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰ আজিও বিজ্ঞানীসকলৰ বাবে কৌতুহলৰ উৎস। গৱেষকসকলে নিয়মীয়া পৰ্যবেক্ষণ আৰু অভিযানৰ জৰিয়তে আমাৰ ‘চুবুৰীয়া’ নীলা গ্ৰহটোক অধিক...

Page 1464 of 6616 1 1,463 1,464 1,465 6,616

Stay Connected

Recent News