NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

যদি ০.০০১% গাফিলতিও হৈছে তাৰ সৈতে মোকাবিলা কৰিব লাগিব- NEET পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়

যদি ০.০০১% গাফিলতিও হৈছে তাৰ সৈতে মোকাবিলা কৰিব লাগিব- NEET পৰীক্ষা সন্দৰ্ভত উচ্চতম ন্যায়ালয়

সোমবাৰে উচ্চতম ন্যায়ালয়ে জাননী জাৰি কৰি NEET-UG 2024 পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু অসৎ উপায় অৱলম্বনৰ অভিযোগ সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাষ্ট্ৰীয়...

মাংস ভক্ষণকাৰী বেক্টেৰিয়া! সংক্ৰমণৰ ৪৮ ঘণ্টাৰ ভিতৰতে মৃত্যু, জাপানত আতংক

মাংস ভক্ষণকাৰী বেক্টেৰিয়া! সংক্ৰমণৰ ৪৮ ঘণ্টাৰ ভিতৰতে মৃত্যু, জাপানত আতংক

মাংস ভক্ষণকাৰী বেক্টেৰিয়া। এবাৰ ইয়াৰ নিয়ন্ত্ৰণত আহিলে ৪৮ ঘণ্টাৰ ভিতৰতে মৃত্যু! এনে এক ভয়ানক অনুজীৱ (Bacteria) জাপানত পোৱা গৈছে। জনা...

আজি ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ সাক্ষাৎকাৰত বহিব গৌতম গম্ভীৰ; বিশেষ বাচনি সমিটিৰ প্ৰশ্নৰ সন্মুখীন হ’ব গম্ভীৰ

আজি ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ সাক্ষাৎকাৰত বহিব গৌতম গম্ভীৰ; বিশেষ বাচনি সমিটিৰ প্ৰশ্নৰ সন্মুখীন হ’ব গম্ভীৰ

আজি ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ ভূমিকাত সাক্ষাৎকাৰৰ বাবে হাজিৰ হ’ব গৌতম গম্ভীৰ।মুম্বাইত গম্ভীৰৰ সাক্ষাৎকাৰ ল’ব ক্ৰিকেট উপদেষ্টা সমিতিয়ে।...

বিৰল স্নায়ুজনিত ৰোগ, কাণেৰে নুশুনা হৈছে অলকা য়াগনিকে! গায়িকাৰ পোষ্ট দেখি স্তম্ভিত অনুৰাগী

বিৰল স্নায়ুজনিত ৰোগ, কাণেৰে নুশুনা হৈছে অলকা য়াগনিকে! গায়িকাৰ পোষ্ট দেখি স্তম্ভিত অনুৰাগী

বলীউডৰ বিখ্যাত গায়িকা অলকা য়াগনিক এক বিৰল স্নায়ুৰ ৰোগত আক্ৰান্ত হৈছে। ফলত তেওঁৰ শ্ৰৱণ ক্ষমতা হ্ৰাস পাইছে। তেওঁ নিজেই ইনষ্টাগ্ৰামত...

‘ভাৰত’ আৰু ‘ইণ্ডিয়া’ দুয়োটা শব্দই ব্যৱহাৰ কৰিব NCERTয়ে; সঞ্চালক দীনেশ সকলানীয়ে কৰিলে সদৰী

‘ভাৰত’ আৰু ‘ইণ্ডিয়া’ দুয়োটা শব্দই ব্যৱহাৰ কৰিব NCERTয়ে; সঞ্চালক দীনেশ সকলানীয়ে কৰিলে সদৰী

ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (এনচিইআৰটি) অনুমোদন জনোৱা পাঠ্যপুথিসমূহৰ ভিতৰত ইণ্ডিয়া শব্দৰ লগত ভাৰত শব্দও অন্তৰ্ভুক্ত কৰা হৈছে।এই কথা...

টী-২০ বিশ্বকাপত নিজৰ সৰ্বোচ্চ ৰান কৰিলে ৱেষ্ট ইণ্ডিজে; পুৰানৰ তাণ্ডৱত দিশহাৰা আফগানিস্তান

টী-২০ বিশ্বকাপত নিজৰ সৰ্বোচ্চ ৰান কৰিলে ৱেষ্ট ইণ্ডিজে; পুৰানৰ তাণ্ডৱত দিশহাৰা আফগানিস্তান

চলিত ২০২৪ ৰ আই চি চি পুৰুষৰ টী-২০ বিশ্বকাপৰ চল্লিশতম মেচখন ৱেষ্ট ইণ্ডিজ বনাম আফগানিস্তানৰ মাজত অনুষ্ঠিত হৈছিল। চেণ্ট লুচিয়াৰ...

মন্থৰ হৈছে পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্ৰৰ আৱৰ্তনৰ গতি; দিন-ৰাতিৰ সময়ত ডাঙৰ পৰিৱৰ্তন?

মন্থৰ হৈছে পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্ৰৰ আৱৰ্তনৰ গতি; দিন-ৰাতিৰ সময়ত ডাঙৰ পৰিৱৰ্তন?

চৈধ্য বছৰ আগতে আৰম্ভণি হৈছিল। অৱশ্যে ইয়াৰ প্ৰভাৱ শেহতীয়াকৈ দেখা পোৱা গৈছে। পৃথিৱীৰ আভ্যন্তৰীণ কেন্দ্ৰৰ আৱৰ্তনৰ গতি ক্ৰমান্বয়ে কমি আহিছে।...

টী-২০ বিশ্বকাপত চাৰি অভাৰত কোনো ৰান নিদি ল’লে ৩ উইকেট; ইতিহাস ৰচিলে ফাৰ্গুচনে

টী-২০ বিশ্বকাপত চাৰি অভাৰত কোনো ৰান নিদি ল’লে ৩ উইকেট; ইতিহাস ৰচিলে ফাৰ্গুচনে

চলিত টী-২০ বিশ্বকাপত সৃষ্টি হ’ল এক অনন্য বিশ্ব অভিলেখ। নিউজিলেণ্ডৰ পেচ বলাৰ লকি ফাৰ্গুচনে অবিশ্বাস্য বলিঙৰ জৰিয়তে ইতিহাস ৰচিলে। নিউজিলেণ্ড...

কামৰূপ, শৰাইঘাট এক্সপ্ৰেছকে ধৰি ১৯খন ৰে’ল বাতিল; চাওক তালিকাখন

কামৰূপ, শৰাইঘাট এক্সপ্ৰেছকে ধৰি ১৯খন ৰে’ল বাতিল; চাওক তালিকাখন

কাঞ্চনজংঘা এক্সপ্ৰেছত মালগাড়ীৰ খুন্দা মৰাৰ ফলত সংঘটিত দুৰ্ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। যুদ্ধকালীন অভিযানেৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ কাম অব্যাহত আছে। অৱশ্যে...

Euro 2024: নাক ভাঙিল এমবাপেৰ! অষ্ট্ৰিয়াৰ বিৰুদ্ধে ১-০ গ’লত ফ্ৰান্স জয়ী হ’লেও হতাশ অনুৰাগী

Euro 2024: নাক ভাঙিল এমবাপেৰ! অষ্ট্ৰিয়াৰ বিৰুদ্ধে ১-০ গ’লত ফ্ৰান্স জয়ী হ’লেও হতাশ অনুৰাগী

ফ্ৰান্সে ইউৰো ২০২৪ৰ অভিযান আৰম্ভ কৰিছে। অৱশ্যে জয়ৰে অভিযান আৰম্ভ কৰাৰ পিছতো ফ্ৰান্সৰ বাবে আৰম্ভণি ভাল নাছিল। অষ্ট্ৰিয়াৰ বিৰুদ্ধে ফ্ৰান্সৰ...

Page 1511 of 6618 1 1,510 1,511 1,512 6,618

Stay Connected

Recent News