IPL 2024 Final: হায়দৰাবাদৰ পৰাজয়ৰ পিছত কান্দিয়েই পেলালে কাব্যই; ভিডিঅ’ দেখি চকু সেমেকিল নেটিজেনৰ!
ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সুন্দৰী স্বত্তাধিকাৰী কাব্য মাৰাণে শেষত চকুপানী ধৰি ৰাখিব নোৱাৰিলে। শিশুৰ দৰে মুকলিকৈ কান্দিয়েই পেলালে। দ্বিতীয় কোৱালিফায়াৰৰ পিছত ৰাজস্থান...














