NE NOW NEWS

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

গৃহহীন মহিলা! শৌচগাৰত বাস কৰিছে এগৰাকী অশীতিপৰ বৃদ্ধাই

গৃহহীন মহিলা! শৌচগাৰত বাস কৰিছে এগৰাকী অশীতিপৰ বৃদ্ধাই

এগৰাকী মহিলাৰ প্ৰত্যাহ্বান জৰ্জৰিত জীৱন সংগ্ৰামে আকৰ্ষণ কৰিছে নেটিজেনৰ দৃষ্টি৷ ঘটনা অনুসৰি এটা গৃহৰ অভাৱত এগৰাকী বৃদ্ধাই শৌচগাৰত দিন কটাবলগীয়া...

বীমা কোম্পানীয়ে পলিচীৰ চৰ্ত আৰু নিয়মৰ সকলো তথ্য গ্ৰাহকক দিবলৈ বাধ্য : উচ্চতম ন্যায়ালয়

বীমা কোম্পানীয়ে পলিচীৰ চৰ্ত আৰু নিয়মৰ সকলো তথ্য গ্ৰাহকক দিবলৈ বাধ্য : উচ্চতম ন্যায়ালয়

প্ৰেক্ষাপটত দেশৰ মহামান্য সৰ্বোচ্চ ন্যায়ালয়৷উচ্চতম ন্যায়ালয়ে নিজৰ এটা সিদ্ধান্তত কৈছে যে যেনেকৈ সকলো প্ৰাসংগিক তথ্য প্ৰকাশ কৰাটো বীমাকৃত ব্যক্তিৰ কৰ্তব্য,...

‘আম্বেদকাৰ ঘূৰি আহিলেও ভাৰতীয় সংবিধান ধ্বংস কৰিব নোৱাৰে’- গণতন্ত্ৰ ৰক্ষাৰ অতন্দ্ৰ প্ৰহৰী হিচাপে আত্মপ্ৰকাশ মোদীৰ

‘আম্বেদকাৰ ঘূৰি আহিলেও ভাৰতীয় সংবিধান ধ্বংস কৰিব নোৱাৰে’- গণতন্ত্ৰ ৰক্ষাৰ অতন্দ্ৰ প্ৰহৰী হিচাপে আত্মপ্ৰকাশ মোদীৰ

এইবাৰ গণতন্ত্ৰ ৰক্ষাৰ দায়িত্ব কান্ধ পাতি ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে৷মণিপুৰৰ প্ৰসংগত মৌন,কৃষক আন্দোলনত নিমাত প্ৰধানমন্ত্ৰী মোদী এইবাৰ গণতন্ত্ৰ ৰক্ষাৰ যুঁজখনত প্ৰথম...

ব্যক্তিগত কাৰণত অলিম্পিকৰ বাবে ভাৰতৰ চেফ-ডি-মিছন পদৰ পৰা পদত্যাগ মেৰীকমৰ

ব্যক্তিগত কাৰণত অলিম্পিকৰ বাবে ভাৰতৰ চেফ-ডি-মিছন পদৰ পৰা পদত্যাগ মেৰীকমৰ

পিটিআইৰ এক প্ৰতিবেদন অনুসৰি পেৰিছত অনুষ্ঠিত হ’বলগীয়া অলিম্পিক ২০২৪ৰ বাবে ভাৰতৰ চেফ-ডি-মিছনৰ পদৰ পৰা বক্সিং কিংবদন্তি মেৰী কমে ব্যক্তিগত কাৰণত...

৫৫% ভাৰতীয়ৰ মতে বিগত পাঁচ বছৰত বৃদ্ধি পাইছে দুৰ্নীতি; CSDS-লোকনীতিৰ প্ৰতিবেদনত উজাগৰ ভয়ংকৰ তথ্য

৫৫% ভাৰতীয়ৰ মতে বিগত পাঁচ বছৰত বৃদ্ধি পাইছে দুৰ্নীতি; CSDS-লোকনীতিৰ প্ৰতিবেদনত উজাগৰ ভয়ংকৰ তথ্য

সন্নিকট ২০২৪ৰ লোকসভা নিৰ্বাচন৷ কি হ’ব আগন্তুক লোকসভা নিৰ্বাচনৰ মূল ইচ্ছ্যু?শেহতীয়াকৈ চিএছডিএছ-লোকনীতিয়ে কৰা এক সমীক্ষাত উত্তৰদাতাসকলে নিবনুৱা সমস্যা, মুদ্ৰাস্ফীতি আৰু...

চাহ শ্রমিকক আটাইতকৈ বেছি প্ৰতাৰণা কৰিছে বিজেপিয়ে: সাংসদ অজিত কুমাৰ ভূঞা

চাহ শ্রমিকক আটাইতকৈ বেছি প্ৰতাৰণা কৰিছে বিজেপিয়ে: সাংসদ অজিত কুমাৰ ভূঞা

বিজেপিয়ে যোৱা ১০ বছৰত সাধাৰণ খাটি খোৱা মানুহক যিমানবোৰ প্রতাৰণা কৰিলে তাৰ ভিতৰত এই প্রতাৰণাৰ তালিকাত অসমৰ প্ৰেক্ষাপটত শীৰ্ষত আছে...

দুৰ্ভাগ্যজনক ঘটনা! হোষ্টেলৰ কোঠাত উদ্ধাৰ আই আই টি গুৱাহাটীৰ ছাত্ৰৰ মৃতদেহ

দুৰ্ভাগ্যজনক ঘটনা! হোষ্টেলৰ কোঠাত উদ্ধাৰ আই আই টি গুৱাহাটীৰ ছাত্ৰৰ মৃতদেহ

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি (আই আই টি) গুৱাহাটীৰ হোষ্টেলৰ কোঠাত উদ্ধাৰ হৈছে এগৰাকী ছাত্ৰৰ মৃতদেহ। ছাত্ৰজনে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ...

কৃষক বিদ্ৰোহৰ পৰিণতি, কেৱল পিঁয়াজৰ বাবে দেশৰ ক্ষমতা হেৰুৱালে ৰাষ্ট্ৰপতিয়ে!

কৃষক বিদ্ৰোহৰ পৰিণতি, কেৱল পিঁয়াজৰ বাবে দেশৰ ক্ষমতা হেৰুৱালে ৰাষ্ট্ৰপতিয়ে!

অবিশ্বাস্য যদিও চিন্তনীয় এক ঘটনা। পিঁয়াজৰ দামৰ বাবেই হেনো ক্ষমতা হেৰুৱালে দেশৰ ৰাষ্ট্ৰপতিয়ে। দক্ষিণ কোৰিয়াত সংঘটিত হৈছে এই ঘটনা। দেশখনত...

ৰাহুল গান্ধীৰ ডাঙৰ প্ৰতিশ্ৰুতি, দুখীয়া মহিলাৰ একাউণ্টত সোমাব বছৰি ১ লাখ টকা!

ৰাহুল গান্ধীৰ ডাঙৰ প্ৰতিশ্ৰুতি, দুখীয়া মহিলাৰ একাউণ্টত সোমাব বছৰি ১ লাখ টকা!

সন্মুখত লোকসভা নিৰ্বাচন। বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকৰ কামকাজৰ খতিয়ান দাঙি ধৰাৰ লগে লগে ইস্তাহাৰো প্ৰকাশ কৰিছে। কাৰণ,  মানুহে কামটো দেখাৰ...

প্ৰথমবাৰৰ বাবে অসমত আৱিষ্কাৰ বিৰল প্ৰজাতিৰ বিষাক্ত সাপ

প্ৰথমবাৰৰ বাবে অসমত আৱিষ্কাৰ বিৰল প্ৰজাতিৰ বিষাক্ত সাপ

গৱেষকসকলে অসমত প্ৰথমবাৰৰ বাবে ব্ৰাউন-স্পটেড পিটভাইপাৰ (Protobothrops mucrosquamatus) নামৰ এটা বিৰল বিষাক্ত সাপ দেখা পাইছে। এই সাপটো পূৰ্বে ম্যানমাৰ, লাওছ,...

Page 1620 of 6623 1 1,619 1,620 1,621 6,623

Stay Connected

Recent News