NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Russian opposition leader Alexei Navalny

কাৰাৰুদ্ধ অৱস্থাত মৃত্যু ৰাছিয়াৰ বিৰোধী নেতা আলেক্সি নাভালনীৰঃ আন্তৰ্জাতিক পৰ্যায়ত বিতৰ্কৰ সূত্ৰপাত

কাৰাবন্দী অৱস্থাত মৃত্যু হৈছে ৰাছিয়াৰ বিৰোধী নেতা আলেক্সি নাভালনীৰ। ৰাছিয়াৰ ফেডাৰেল কাৰাগাৰ সেৱাই সদৰী কৰিছে বিৰোধী নেতাগৰাকীৰ মৃত্যুৰ কথা। কাৰাগাৰ...

Sarfaraz Khan Naushad Khan Anand Mahindra

প্ৰেৰণাদায়ক অভিভাৱকঃ ছৰফৰাজৰ পিতৃলৈ ‘থাৰ’ উপহাৰ আনন্দ মহিন্দ্ৰাৰ

ইংলেণ্ডৰ বিপক্ষে চলিত ৰাজকোট টেষ্টত কালি ভাৰতীয় দলৰ হৈ অভিষেক ঘটিল যুৱ তাৰকা ছৰফৰাজ খানৰ। শেহতীয়া দুই-তিনিটা ছিজনত দুৰন্ত প্ৰদৰ্শনেৰে...

Farmer Dies during Dilli Chalo Protest

কৃষক আন্দোলনত অংশ লোৱাৰ সময়তে হৃদৰোগত প্ৰাণ হেৰুৱালে বয়োবৃদ্ধ কৃষকে

‘দিল্লী চলৌ’ কাৰ্যসূচীৰে দেশৰ ৰাজধানী দিল্লী অভিমুখে ৰাওনা হৈছে হাজাৰ হাজাৰ প্ৰতিবাদী কৃষক। প্ৰশসানৰ বাধা নেওচি প্ৰতিবাদী কৃষকসকলে অব্যাহত ৰাখিছে...

Giordano Bruno

জ্যৰ্ডানো ব্ৰুনোৰ স্মৃতিত বোকাখাতত ‘যুক্তি দিৱস’ আয়োজনৰ প্ৰস্তুতি

আমাৰ শৰীৰৰ কোনো অংগত ক্ষন্তেকৰ বাবে জুই লাগিলে কেনেকুৱা অনুভৱ হয় বাৰু? সঁচাই, জুয়ে পোৰা যন্ত্রণা অবৰ্ণনীয়। গাত জুই লগাৰ...

India vs England Ravichandran Ashwin

‘৫০০ ক্লাৱ’ত অশ্বিনঃ বিশ্বৰ নৱম, দেশৰ দ্বিতীয় বলাৰ হিচাপে স্পৰ্শ ঈৰ্ষণীয় মাইলষ্ট’ন

ভাৰতৰ তাৰকা অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে টেষ্ট কেৰিয়াৰত স্পৰ্শ কৰিছে ৫০০ উইকেটৰ ঈৰ্ষণীয় মাইলষ্ট’ন। ৰাজকোটত ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তৃতীয়খন...

বিজ্ঞাপনৰ ‘ললিতাজী’, ‘উড়ান’ খ্যাত অভিনেত্ৰী কবিতা চৌধুৰীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

বিজ্ঞাপনৰ ‘ললিতাজী’, ‘উড়ান’ খ্যাত অভিনেত্ৰী কবিতা চৌধুৰীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

আকৌ মনোৰঞ্জন জগতত শোকৰ ছাঁ। এইবাৰ `ললিতাজী’ৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটিছে প্ৰসিদ্ধ অভিনেত্ৰী কবিতা চৌধুৰীৰ। টেলিভিছনৰ অনুষ্ঠান উড়ান...

Congress frozen accounts

পৰৱৰ্তী শুনানি পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰিব ‘বন্ধ’ একাউণ্টঃ কংগ্ৰেছক সকাহ কৰ ন্যায়াধিকৰণৰ

নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত আয়কৰ বিভাগৰ ৰোষত পৰিছে কংগ্ৰেছ। আজি পুৱাৰ ভাগত যুৱ কংগ্ৰেছকে ধৰি দলটোৰ মূল...

আৰু কি লাগে? মূত্ৰৰ পৰাই জ্বলিব লাইট, ঘূৰিব ফেন! আই আই টিৰ বিজ্ঞানীৰ চমক

আৰু কি লাগে? মূত্ৰৰ পৰাই জ্বলিব লাইট, ঘূৰিব ফেন! আই আই টিৰ বিজ্ঞানীৰ চমক

শক্তিৰ চাহিদা বৃদ্ধি আৰু বহনক্ষম উন্নয়নৰ বাবে বিকল্প শক্তিৰ সন্ধান কৰা হৈছে। শেহতীয়াকৈ মোডী চৰকাৰে ঘৰতে সৌৰ শক্তি কেন্দ্ৰ স্থাপনৰ...

প্ৰাক্তন পত্নীৰ অত্যাচাৰত অতিষ্ঠ! থানাত এজাহাৰ দাখিল মহাভাৰতৰ ‘কৃষ্ণ’ নীতিশ ভৰদ্বাজৰ

প্ৰাক্তন পত্নীৰ অত্যাচাৰত অতিষ্ঠ! থানাত এজাহাৰ দাখিল মহাভাৰতৰ ‘কৃষ্ণ’ নীতিশ ভৰদ্বাজৰ

দুবছৰমান আগতে দুয়োৰে বিবাহ বিচ্ছেদ ঘটিছিল। কিন্তু বিচ্ছেদৰ আঘাতে কোনোমতে লগ এৰা দিয়া নাই মহাভাৰতৰ ‘কৃষ্ণ’ক! নীতিশ ভৰদ্বাজ তেওঁৰ প্ৰাক্তন...

যোৱা বৰ্ষত নিহত হোৱা ৯৯ জন সাংবাদিকৰ ভিতৰত ৭২ জনেই নিহত গাজা যুদ্ধত: চিপিজে

যোৱা বৰ্ষত নিহত হোৱা ৯৯ জন সাংবাদিকৰ ভিতৰত ৭২ জনেই নিহত গাজা যুদ্ধত: চিপিজে

বিশ্বত ২০২৩ বৰ্ষত নিহত হোৱা মুঠ ৯৯ জন সাংবাদিকৰ ভিতৰত ৭২ জনেই ইজৰাইল-হামাছ যুদ্ধত নিহত হোৱা বুলি কমিটী টু প্ৰটেক্ট...

Page 1701 of 6625 1 1,700 1,701 1,702 6,625

Stay Connected

Recent News