NE NOW NEWS

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

বিশ্বৰ ভিতৰতে বিলাসী; ছুইটত এৰাতি কটোৱাৰ খৰচ ৮৪ লাখ টকা! কি আছে হোটেলৰ ভিতৰত?

বিশ্বৰ ভিতৰতে বিলাসী; ছুইটত এৰাতি কটোৱাৰ খৰচ ৮৪ লাখ টকা! কি আছে হোটেলৰ ভিতৰত?

ভ্ৰমণৰ সময়ত সাধাৰণ মানুহে খাদ্য, পানীয়, জিৰণি আৰু সুৰক্ষা প্ৰদান কৰা হোটেল বিচাৰে। কিন্তু এই খিনিতে সকলোৱে সন্তুষ্ট নহয়। কিছুমানে...

আন এক যুদ্ধৰ ইংগিত! এইবাৰ ইৰাণ সংশ্লিষ্ট ছিৰিয়াৰ সশস্ত্ৰ শিৱিৰত আক্ৰমণ আমেৰিকাৰ

আন এক যুদ্ধৰ ইংগিত! এইবাৰ ইৰাণ সংশ্লিষ্ট ছিৰিয়াৰ সশস্ত্ৰ শিৱিৰত আক্ৰমণ আমেৰিকাৰ

ছিৰিয়াত ইৰাণৰ সৈতে সংশ্লিষ্ট দুটা সশস্ত্ৰ শিৱিৰত আক্ৰমণ চলোৱাৰ দাবী কৰিছে আমেৰিকাই। আমেৰিকাৰ প্ৰতিৰক্ষা মুখ্য কাৰ্যালয় পেন্টাগনে বৃহস্পতিবাৰে এই দাবী...

২০২৪-ৰ লোকসভা নিৰ্বাচনত বিজেপিক উৎখাতৰ লক্ষ্য; ঐক্যবদ্ধভাৱে কাম কৰাৰ সংকল্প ৰাজ্যৰ সন্মিলিত বিৰোধীৰ

২০২৪-ৰ লোকসভা নিৰ্বাচনত বিজেপিক উৎখাতৰ লক্ষ্য; ঐক্যবদ্ধভাৱে কাম কৰাৰ সংকল্প ৰাজ্যৰ সন্মিলিত বিৰোধীৰ

আগন্তুক ২০২৪-ৰ লোকসভা নিৰ্বাচনত কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰক উৎখাত কৰাৰ লক্ষ্যৰে বৃহস্পতিবাৰে অসমৰ সংযুক্ত বিৰোধী...

গাড়ীত দেখা দিছে ত্ৰুটী! ৭.৫১ লাখ SUV ঘুৰাই নিয়াৰ সিদ্ধান্ত Toyotaৰ

গাড়ীত দেখা দিছে ত্ৰুটী! ৭.৫১ লাখ SUV ঘুৰাই নিয়াৰ সিদ্ধান্ত Toyotaৰ

একে সময়তে ৭ লাখ ৫১ হাজাৰ গাড়ী ঘূৰাই নিছে টয়োটাই। এই ঘটনা সংঘটিত হৈছে আমেৰিকাত। বাতৰি অনুসৰি, গাড়ীৰ সন্মুখৰ বাম্পাৰ...

হোৰাহোৰে বাঢ়িছে পিঁয়াজৰ দাম; অসহায় ৰান্ধনি, মধ্যবিত্তৰ মূৰত হাত!

হোৰাহোৰে বাঢ়িছে পিঁয়াজৰ দাম; অসহায় ৰান্ধনি, মধ্যবিত্তৰ মূৰত হাত!

সমগ্ৰ ভাৰততে পিঁয়াজৰ দাম হোৰাহৰে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। বৃহস্পতিবাৰে বজাৰত পিঁয়াজৰ দাম শুনি সাধাৰণ মানুহে মূৰত হাত দিব লগীয়া...

আৰ্থিক সংকটত টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষক গ্ৰেগ চেপেল! ধন সংগ্ৰহ কৰিছে বন্ধুবৰ্গই

আৰ্থিক সংকটত টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষক গ্ৰেগ চেপেল! ধন সংগ্ৰহ কৰিছে বন্ধুবৰ্গই

আৰ্থিক সংকটৰ সন্মুখীন হৈছে গ্ৰেগ চেপেল। এসময়ৰ অষ্ট্ৰেলিয়াৰ আগশাৰীৰ বেটছমেন তথা টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষক গ্ৰেগ চেপেলে বৰ্তমান অতি বেয়া...

আদৰ্শ আচৰণ বিধি উলংঘা; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

আদৰ্শ আচৰণ বিধি উলংঘা; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

ৰাজ্যৰ নির্বাচনৰ পূর্বে ছত্তীশগড়ত প্রচাৰৰ সময়ত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আদৰ্শ আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয়...

Qatar death sentence for ex-Indian Navy officers

কাটাৰত ভাৰতীয় নৌসেনাৰ আঠ প্ৰাক্তন বিষয়াক মৃত্যুদণ্ডক লৈ চাঞ্চল্য: বৈদেশিক নীতিক লৈ উত্থাপন হৈছে প্ৰশ্ন

কাটাৰৰ আদালতে ভাৰতীয় নৌসেনাৰ আঠজন প্ৰাক্তন বিষয়াক মৃত্যুদণ্ড বিহাৰ পিছতে দেশজুৰি সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। বিগত বৰ্ষৰ ৩০ আগষ্টত কাটাৰৰ...

Mahua Moitra

ধনৰ বিনিময়ত প্ৰশ্ন গোচৰ: মহুৱা মৈত্ৰক তলব সংসদৰ নৈতিকতা সমিতিৰ

ধনৰ বিনিময়ত প্ৰশ্ন কৰা বুলি উত্থাপিত গুৰুতৰ অভিযোগ সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক তলব কৰিছে লোকসভাৰ নৈতিকতা সমিতিয়ে। অহা...

লোকসভাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে, ৰাইজৰ দলৰ সৰ্বোচ্চ ত্যাগ!

লোকসভাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে, ৰাইজৰ দলৰ সৰ্বোচ্চ ত্যাগ!

বৃহস্পতিবাৰ ২৫ অক্টোবৰ ২০২৩ তাৰিখে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সভাপতি অখিল গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা দলৰ কৰ্ণধাৰ সমিতিৰ এক বৈঠক...

Page 1868 of 6627 1 1,867 1,868 1,869 6,627

Stay Connected

Recent News