• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন এক যুদ্ধৰ ইংগিত! এইবাৰ ইৰাণ সংশ্লিষ্ট ছিৰিয়াৰ সশস্ত্ৰ শিৱিৰত আক্ৰমণ আমেৰিকাৰ

এন ই নিউজ, গুৱাহাটী by এন ই নিউজ, গুৱাহাটী
October 27, 2023 1:43 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছিৰিয়াত ইৰাণৰ সৈতে সংশ্লিষ্ট দুটা সশস্ত্ৰ শিৱিৰত আক্ৰমণ চলোৱাৰ দাবী কৰিছে আমেৰিকাই। আমেৰিকাৰ প্ৰতিৰক্ষা মুখ্য কাৰ্যালয় পেন্টাগনে বৃহস্পতিবাৰে এই দাবী উত্থাপন কৰে। ইৰাক আৰু ছিৰিয়াত আমেৰিকাৰ বাহিনীক আক্ৰমণ কৰাৰ পিছত ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ আৰু ইৰাণ সমৰ্থিত গোটে এই শিৱিৰসমূহ ব্যৱহাৰ কৰিছিল।

বৃহস্পতিবাৰে আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে এক বিবৃতিত কয় যে ১৭ অক্টোবৰত ইৰাক আৰু ছিৰিয়াত ইৰাণ সমৰ্থিত সশস্ত্ৰ সংগঠনে আমেৰিকাৰ সৈন্যৰ ওপৰত ধাৰাবাহিকভাৱে আক্ৰমণ কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে এই আক্ৰমণ চলোৱা হৈছে।

হোৱাইট হাউছৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰই পূৰ্বে সকীয়াই দিছিল যে ৱাশ্বিংটনে আমেৰিকাৰ বাহিনীৰ ওপৰত আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব।

Apply Now

লগতে পঢ়কঃ ২০২৪-ৰ লোকসভা নিৰ্বাচনত বিজেপিক উৎখাতৰ লক্ষ্য; ঐক্যবদ্ধভাৱে কাম কৰাৰ সংকল্প ৰাজ্যৰ সন্মিলিত বিৰোধীৰ

বৃহস্পতিবাৰে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগে প্ৰকাশ কৰা অনুসৰি চলিত মাহত ইৰাক আৰু ছিৰিয়াত আমেৰিকা আৰু মিত্ৰশক্তিৰ ওপৰত কমেও ১৬ বাৰ আক্ৰমণ কৰা হৈছে।

৭ অক্টোবৰত ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত পুনৰ আৰম্ভ হোৱা সংঘাতৰ পিছত মধ্যপ্ৰাচ্যত আমেৰিকাৰ বাহিনীৰ ওপৰত আক্ৰমণ বৃদ্ধি পাইছে। ৭ অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছে ইজৰাইলৰ ওপৰত অভূতপূৰ্ব আক্ৰমণ চলাইছিল। ইজৰাইলৰ সেনাই দাবী কৰিছে যে ইজৰাইলত হামাছৰ আক্ৰমণত ১৪০০ৰো অধিক লোক নিহত হৈছে।

পেলেষ্টাইন কৰ্তৃপক্ষই জনোৱা মতে, গাজাত ইজৰাইলৰ বিমান আক্ৰমণত ৭ হাজাৰৰো অধিক লোক নিহত হৈছে।

লগতে পঢ়কঃআদৰ্শ আচৰণ বিধি উলংঘা; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাৰণ দৰ্শোৱাৰ জাননী নিৰ্বাচন আয়োগৰ

বুধবাৰে বাইডেনে কয় যে তেওঁ ইৰাণৰ শীৰ্ষ নেতা আয়াতুল্লাহ আলী খামেনেইক মধ্যপ্ৰাচ্যত আমেৰিকাৰ বাহিনীৰ ওপৰত আক্ৰমণৰ সন্দৰ্ভত পোনপটীয়াকৈ সকীয়াই দিছে। বাইডেনে সাংবাদিকৰ আগত কয়, ‘মই আয়াতুল্লাহক সকীয়াই দিছো যে যদি তেওঁলোকে এই সৈন্যক আক্ৰমণ কৰি থাকে তেন্তে তেওঁলোকৰ বিৰুদ্ধে প্ৰতিশোধ লোৱা হ’ব। ইয়াৰ বাবে তেওঁ সাজু হোৱা উচিত।‘

ৱাশ্বিংটন আৰু তেহৰাণৰ আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক নাই। কিন্তু ইৰাণলৈ এই বাৰ্তা কেনেকৈ পঠোৱা হৈছে সেই কথা বাইডেনে কোৱা নাই।

লগতে পঢ়কঃহোৰাহোৰে বাঢ়িছে পিঁয়াজৰ দাম; অসহায় ৰান্ধনি, মধ্যবিত্তৰ মূৰত হাত!

ইৰাণৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিৰ সহকাৰী মহম্মদ জামছিদীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰি দাবী কৰে যে আমেৰিকাৰ এই বাৰ্তা ইছলামিক বিপ্লৱৰ নেতা বা ইৰাণৰ কোনো লোকৰ ওচৰলৈ যোৱা নাছিল।

এন ই নিউজ, গুৱাহাটী

এন ই নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd