ব্ৰিটেইনত ভাৰত বিদ্বেষ! গুৰুদ্বাৰত প্ৰৱেশ কৰাত বাধা ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম দোৰাইস্বামীক
সমগ্ৰ বিশ্বতে খলিস্তানীপন্থী বিচ্ছিন্নতাবাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে। ভিন্দ্ৰেনৱালৰ অনুগামীসকলে ভাৰত বিভাজনৰ সপোন দেখিছে। এইবাৰ ভাৰতৰ ৰাষ্ট্ৰদূতক ব্ৰিটেইনৰ এটা গুৰুদ্বাৰত প্ৰৱেশ...














