NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

গুৱাহাটী আৰু চেকেন্দ্ৰাবাদৰ মাজত চলিব গ্ৰীষ্মকালীন বিশেষ ৰে’ল

গুৱাহাটী আৰু চেকেন্দ্ৰাবাদৰ মাজত চলিব গ্ৰীষ্মকালীন বিশেষ ৰে’ল

যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে গুৱাহাটী আৰু চেকেন্দ্ৰাবাদৰ মাজত উভয় দিশত এটা ট্ৰিপৰ বাবে এখন গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলাবলৈ...

গৰ্ভাৱস্থাত আটাইকেইটা দাঁত সৰিল এগৰাকী মহিলাৰ; সকলোৰে ক্ষেত্ৰত কিন্তু হ’ব পাৰে এনেকুৱা

গৰ্ভাৱস্থাত আটাইকেইটা দাঁত সৰিল এগৰাকী মহিলাৰ; সকলোৰে ক্ষেত্ৰত কিন্তু হ’ব পাৰে এনেকুৱা

গৰ্ভাৱস্থাত ‘মৰ্নিং ছিকনেছ’ অৰ্থাৎ বমিৰ ভাৱ বা বমি হোৱাটো স্বাভাৱিক। কিন্তু, সেইবুলি দাঁতবোৰ সৰি পৰা? ব্ৰিটেইনৰ বাৰ্কশ্বাৰৰ বাসিন্দা লুইছ কুপাৰৰ...

মৰ্মান্তিক! বাছত অগ্নিকাণ্ড, মহাৰাষ্ট্ৰৰ বুলঢানাত ভয়ংকৰ দুৰ্ঘটনা; ২৬ জন লোকৰ মৃত্যু

মৰ্মান্তিক! বাছত অগ্নিকাণ্ড, মহাৰাষ্ট্ৰৰ বুলঢানাত ভয়ংকৰ দুৰ্ঘটনা; ২৬ জন লোকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ বুলঢানাৰ সিন্ধখেড়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে এখন ব্যক্তিগত বাছত অগ্নিকাণ্ডৰ ঘটনা ঘটে। বাছখনত বহু লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।...

চাণক্য নীতি অনুসৰি শত্ৰুক উচিত শিক্ষা দিয়াৰ উপায়; বিশ্বাসঘাতকসকলো হৈ পৰিব অস্থিৰ

চাণক্য নীতি অনুসৰি শত্ৰুক উচিত শিক্ষা দিয়াৰ উপায়; বিশ্বাসঘাতকসকলো হৈ পৰিব অস্থিৰ

আচাৰ্য চাণক্যই শত্ৰু জয়ৰ বাবে এটা নিশ্চিত নীতি উল্লেখ কৰিছে। যিটো গ্ৰহণ কৰি শত্ৰুক উচিত শিক্ষা দিয়া সম্ভৱ। চাণক্য নীতি:...

France protest

সংঘৰ্ষজৰ্জৰ ফ্ৰান্সৰ সংঘৰ্ষৰ মূলত ভিডিঅ’ গেম! অভিভাৱকৰ সহায় ভিক্ষা ৰাষ্ট্ৰপতি মেক্ৰনৰ

কিশোৰ হত্যাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিবাদে কঁপাই তুলিছে ফ্ৰান্সক। ক্ৰমাৎ হিংসাত্মক ৰূপ ধাৰণ কৰা এই প্ৰতিবাদে এতিয়া উদ্বিগ্ন কৰি...

Rahul Gandhi Manipur Visit

দ্বন্দ্ব পৰিত্যাগ! মণিপুৰ ভ্ৰমণ প্ৰসঙ্গত ৰাহুল গান্ধীলৈ সমৰ্থন আপৰ

হিংসাজৰ্জৰ মণিপুৰত দুদিনীয়া ভ্ৰমণসূচীৰে কালি মণিপুৰত উপস্থিত হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। মণিপুৰত উপস্থিত হৈ গান্ধীয়ে কালি চুৰাচাণ্ডপুৰলৈ সাহায্য শিবিৰ...

Condom stuck on BJP flag

বিজেপিৰ পতাকাত ওলমিল জন্মনিৰোধক! তৃণমূললৈ সন্দেহৰ আঙুলি

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে কুচকাৱাজ আৰম্ভ হৈছে পশ্চিম বংগত। এই নিৰ্বাচনৰ পূৰ্বে এতিয়া ৰাজ্যখনৰ ৰাজনীতিত তোলপাৰ লগাইছে ‘কণ্ডম’-বিতৰ্কই। এই বিতৰ্কৰ...

Manipur

সিদ্ধান্ত সলনি: পদত্যাগ নকৰে বীৰেণ সিঙে

মণিপুৰৰ ৰাজনীতিত টুইষ্টৰ পিছত টুইষ্ট! ৰাজ্যখনত চলি থকা অৰাজকতা তথা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি দুপৰীয়াৰ ভাগত মুখ্যমন্ত্ৰী বীৰেণ সিঙে পদত্যাগ...

protest in France

আৰক্ষীৰ দ্বাৰা কিশোৰ হত্যাক লৈ জ্বলিছে ফ্ৰান্স: প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ

এক কিশোৰৰ হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে ফ্ৰান্স। আৰক্ষীৰ দ্বাৰা এই কিশোৰীগৰাকীৰ মৃত্যুৰ প্ৰতিবাদত অশান্ত হৈ পৰিছে ফৰাচী জনসাধাৰণৰ।...

ৰাজ্যপাল অনুসূয়া উইকেক সাক্ষাৎ কৰাৰ পিছত মণিপুৰত শান্তিৰ আহ্বান জনালে ৰাহুল গান্ধীয়ে

ৰাজ্যপাল অনুসূয়া উইকেক সাক্ষাৎ কৰাৰ পিছত মণিপুৰত শান্তিৰ আহ্বান জনালে ৰাহুল গান্ধীয়ে

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে শুকুৰবাৰে (৩০ জুন) দুপৰীয়াৰ ভাগত মণিপুৰৰ ৰাজ্যপাল অনুসূয়া উইকেক সাক্ষাৎ কৰে। ইম্ফলৰ ৰাজভৱনত ৰাহুল গান্ধীয়ে...

Page 2062 of 6639 1 2,061 2,062 2,063 6,639

Stay Connected

Recent News