NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

তীব্ৰ চাঞ্চল্যৰ সৃষ্টি: নিশাই দুবৃত্তই ফচল কাটি তহিলং কৰিলে ৰবি শস্যৰ ক্ষেত্ৰ

তীব্ৰ চাঞ্চল্যৰ সৃষ্টি: নিশাই দুবৃত্তই ফচল কাটি তহিলং কৰিলে ৰবি শস্যৰ ক্ষেত্ৰ

সমগ্ৰ নামনি অসমৰ লগতে বঙাইগাঁও জিলাতো নিশা দুৰ্বৃত্তই ৰবি শস্যৰ ফচল কাটি তহিলং কৰাৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে। অৰ্থাৎ...

প্ৰদূষণঃ দেশৰ ভিতৰতে শীৰ্ষত গুৱাহাটী, চিকিৎসালয়ত ভৰ্তি ৩৬ শিশু-কিশোৰ

প্ৰদূষণঃ দেশৰ ভিতৰতে শীৰ্ষত গুৱাহাটী, চিকিৎসালয়ত ভৰ্তি ৩৬ শিশু-কিশোৰ

আশংকা কৰাৰ দৰেই প্ৰদূষণে গ্ৰাস কৰিছে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীক। এসময়ত প্ৰদূষণমুক্ত গুৱাহাটী লাহে লাহে দেশৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত চহৰলৈ...

হোলীৰ পাছত বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব নেকি! কি ক’লে উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে?

হোলীৰ পাছত বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব নেকি! কি ক’লে উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে?

বাৰিষাৰ বতৰৰ দৰেই সলনি হোৱা বিহাৰৰ ৰাজনৈতিক চিত্ৰপটত এটা বিষয়ে তুমুল চৰ্চা লাভ কৰিছে। আৰজেডিৰ এজন বিধায়কে ঘটোৱা এক বিস্ফোৰণ...

পুনৰ আঘাত! নিৰ্বাচন আয়োগৰ পাছত উচ্চতম ন্যায়ালয়তো মুখথেকেচা উদ্ধৱ থাকৰেৰ

পুনৰ আঘাত! নিৰ্বাচন আয়োগৰ পাছত উচ্চতম ন্যায়ালয়তো মুখথেকেচা উদ্ধৱ থাকৰেৰ

নিৰ্বাচন আয়োগৰ পাছত এইবাৰ উচ্চতম ন্যায়ালয়তো মুখথেকেচা খাইছে উদ্ধৱ থাকৰেই। শিৱসেনাৰ নাম আৰু নিৰ্বাচনী প্ৰতীক সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগৰ...

‘১০০ মোদী-শ্বাহেও ৰখাব নোৱাৰে, ২০২৪ত কংগ্ৰেছৰ নেতৃত্বত হ’ব চৰকাৰ,’ কোনে ক’লে?

‘১০০ মোদী-শ্বাহেও ৰখাব নোৱাৰে, ২০২৪ত কংগ্ৰেছৰ নেতৃত্বত হ’ব চৰকাৰ,’ কোনে ক’লে?

২০২৪ চনত কেন্দ্ৰত কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ গঠন হ’বই। এই দাবী খোদ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ। নাগালেণ্ডত নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছৰ...

ভাতৃৰ মহাবিস্ফোৰণ: ধন দি পৰিচাৰিকাৰ মুখ বন্ধ কৰিলে নৱাজুদ্দিন ছিদ্দিকিয়ে!

ভাতৃৰ মহাবিস্ফোৰণ: ধন দি পৰিচাৰিকাৰ মুখ বন্ধ কৰিলে নৱাজুদ্দিন ছিদ্দিকিয়ে!

বলিউদৰ অভিনেতা নৱাজুদ্দিন ছিদ্দিকিৰ পৰিচাৰিকা স্বপ্নাই হঠাতে অভিনেতাগৰাকীৰ বিৰুদ্ধে অনা অভিযোগ প্ৰত্যাহাৰ কৰিছে। অভিনেতা নৱাজুদ্দিন ছিদ্দিকিৰ প্ৰতি সুৰ সলনি কৰি...

মুখ থেকেচা বিজেপিৰ! শেষ হাঁহি আপৰ, দিল্লীয়ে পালে প্ৰথম মহিলা মেয়ৰ

মুখ থেকেচা বিজেপিৰ! শেষ হাঁহি আপৰ, দিল্লীয়ে পালে প্ৰথম মহিলা মেয়ৰ

বিজেপিৰ সকলো ষড়যন্ত্ৰ ওফৰাই অৱশেষত দিল্লী পৌৰ নিগমৰ মেয়ৰ নিৰ্বাচনত আম আদমি পাৰ্টিয়ে শেষ হাঁহি মাৰিলে। বুধবাৰে আপৰ প্ৰাৰ্থী শ্বেলী...

সুদিন ওভতি অহা নাই আদানীৰ! এদিনতে ঘাটি ৫১ হাজাৰ কোটি!

সুদিন ওভতি অহা নাই আদানীৰ! এদিনতে ঘাটি ৫১ হাজাৰ কোটি!

ভাৰতীয় উদ্যোগপতি তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰম মিত্ৰ গৌতম আদানীৰ ব্যৱসায়িক সাম্ৰাজ্যৰ পতন অব্যাহত আছে। বুধবাৰেও গৌতম আদানীৰ প্ৰতিষ্ঠানসমূহৰ শ্বেয়াৰৰ...

তেলৰ টেংকীত ফুটা! ৩০০ যাত্ৰীৰ সৈতে চুইডেনত জৰুৰী অৱতৰণ এয়াৰ ইণ্ডিয়াৰ বিমান

তেলৰ টেংকীত ফুটা! ৩০০ যাত্ৰীৰ সৈতে চুইডেনত জৰুৰী অৱতৰণ এয়াৰ ইণ্ডিয়াৰ বিমান

বিমানখনৰ তেলৰ টেংকীত এটা ফুটা হৈছিল। ফলত ৩০০ জন যাত্ৰী কঢ়িয়াই অনা এয়াৰ ইণ্ডিয়াৰ এখন বিমানে চুইডিছ বিমানবন্দৰত জৰুৰী অৱতৰণ...

আৰু ক’ত যে কি কৰিছে! এইবাৰ আদানিৰ বিৰুদ্ধে তথ্য জালিয়াতিৰ অভিযোগ ৱিকিপিডিয়াৰ

আৰু ক’ত যে কি কৰিছে! এইবাৰ আদানিৰ বিৰুদ্ধে তথ্য জালিয়াতিৰ অভিযোগ ৱিকিপিডিয়াৰ

হিণ্ডেনবাৰ্গ প্ৰতিবেদনৰ গ্ৰাসৰ পৰা উদ্ধাৰৰ যুঁজ চলি থকাৰ মাজতে এইবাৰ আদানি গ্ৰুপৰ বিৰুদ্ধে এটা নতুন অভিযোগ আনিছে ৱিকিপিডিয়াই। বাতৰি অনুসৰি,...

Page 2271 of 6647 1 2,270 2,271 2,272 6,647

Stay Connected

Recent News