NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

আৰু ক’ত যে কি কৰিছে! এইবাৰ আদানিৰ বিৰুদ্ধে তথ্য জালিয়াতিৰ অভিযোগ ৱিকিপিডিয়াৰ

আৰু ক’ত যে কি কৰিছে! এইবাৰ আদানিৰ বিৰুদ্ধে তথ্য জালিয়াতিৰ অভিযোগ ৱিকিপিডিয়াৰ

হিণ্ডেনবাৰ্গ প্ৰতিবেদনৰ গ্ৰাসৰ পৰা উদ্ধাৰৰ যুঁজ চলি থকাৰ মাজতে এইবাৰ আদানি গ্ৰুপৰ বিৰুদ্ধে এটা নতুন অভিযোগ আনিছে ৱিকিপিডিয়াই। বাতৰি অনুসৰি,...

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দিতা কৰাৰ ঘোষণা ভাৰতীয় বংশোদ্ভূত বিবেক ৰামস্বামীৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এইবাৰ প্ৰতিদ্বন্দিতা কৰাৰ ঘোষণা ভাৰতীয় বংশোদ্ভূত বিবেক ৰামস্বামীৰ

ইয়াৰ পূৰ্বে ভাৰতীয় বংশোদ্ভূত নিকি হেলীয়ে ঘোষণা কৰিছিল যে তেওঁ ২০২৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিব। এইবাৰ...

পৃথক কমতাপুৰৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰ ভাবুকি! গোসাইগাঁৱত গ্ৰেপ্তাৰ ৬ জন সন্দেহযুক্ত জিচিএলঅ’ কেডাৰ

পৃথক কমতাপুৰৰ দাবীত সশস্ত্ৰ সংগ্ৰামৰ ভাবুকি! গোসাইগাঁৱত গ্ৰেপ্তাৰ ৬ জন সন্দেহযুক্ত জিচিএলঅ’ কেডাৰ

নৱগঠিত বৃহত্তৰ কমতাপুৰ লিবাৰেচন অৰ্গেনাইজেচন (জিচিএলঅ')ৰ কমেও ৬জন সদস্যক আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে কোকৰাকঝাৰৰ গোসাইগাঁৱত নিশাৰ ভাগত চলোৱা এক অভিযানত...

ভয়াবহ প্ৰদূষণৰ কবলত গুৱাহাটী! বায়ুৰ মানদণ্ড সূচক ৩০৮; শিশুৰ মাজত ৰোগৰ প্ৰাদুৰ্ভাৱ

ভয়াবহ প্ৰদূষণৰ কবলত গুৱাহাটী! বায়ুৰ মানদণ্ড সূচক ৩০৮; শিশুৰ মাজত ৰোগৰ প্ৰাদুৰ্ভাৱ

Air Quality Index registering an alarming condition in Guwahati গুৱাহাটীৰ বাসিন্দাসকলে বায়ু প্ৰদূষণৰ এক তীব্ৰ সংকটৰ সন্মুখীন হৈছে। বায়ু মানদণ্ড...

এইবাৰ টীয়কত হাতত কটা মূৰ লৈ খোজকাঢ়ি আৰক্ষী থানাত উপস্থিত হ’ল ঘাতক!

এইবাৰ টীয়কত হাতত কটা মূৰ লৈ খোজকাঢ়ি আৰক্ষী থানাত উপস্থিত হ’ল ঘাতক!

Man walks into police station with severed head গুৱাহাটীত সংঘটিত চাঞ্চল্যকৰ ডবল মাৰ্ডাৰৰ বাতৰিৰ মাজতে এইবাৰ যোৰহাটৰ টীয়কৰ আন এটা...

বিলম্ব ন্যায়! ১৫০ টকা উৎকোচ লোৱাৰ অভিযোগ; ৪৪ বছৰ পিছত কেৰাণীক দোষমুক্ত কৰিলে আদালতে

বিলম্ব ন্যায়! ১৫০ টকা উৎকোচ লোৱাৰ অভিযোগ; ৪৪ বছৰ পিছত কেৰাণীক দোষমুক্ত কৰিলে আদালতে

চৰকাৰী কাৰ্যালয়ৰ এজন কেৰাণীয়ে সেৱা প্ৰদানৰ বাবে ১৫০ টকা উৎকোচ লোৱাৰ অভিযোগ আছিল। গোচৰটো ৪৪ বছৰ ধৰি আদালতত চলি আছিল।...

ওদালগুৰিত স্বামীক হত্যা কৰাৰ অভিযোগত মহিলা আৰু তেওঁৰ ‘প্ৰেমিক’ক গ্ৰেপ্তাৰ

ওদালগুৰিত স্বামীক হত্যা কৰাৰ অভিযোগত মহিলা আৰু তেওঁৰ ‘প্ৰেমিক’ক গ্ৰেপ্তাৰ

গুৱাহাটীৰ ডবল মাৰ্ডাৰ ঘটনাৰ তদন্ত অব্যাহত থকাৰ সময়তে ওদালগুৰিত সংঘটিত আন এটা হত্যাকাণ্ডৰ গোচৰত এগৰাকী মহিলা আৰু তেওঁৰ "প্ৰেমিক"ক গ্ৰেপ্তাৰ...

ৰাজ্য চৰকাৰৰ বাল্য বিবাহ বিৰোধী আৰু উচ্ছেদ অভিযানে আগন্তুক নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় : ভৱেশ কলিতা।

ৰাজ্য চৰকাৰৰ বাল্য বিবাহ বিৰোধী আৰু উচ্ছেদ অভিযানে আগন্তুক নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায় : ভৱেশ কলিতা।

বৰপেটাত আজি অনুষ্ঠিত হয় বিজেপি দলৰ লোকসভা প্ৰৱাস যোজনাৰ সভা। বৰপেটাৰ লোকসভা আসন দখলৰ বিশেষ কুজ কাৱাজ চলাইছে ভাৰতীয় জনতা...

বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব তেজস্বী যাদৱ! কি হ’ব নীতিশ কুমাৰৰ ভৱিষ্যৎ?

বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব তেজস্বী যাদৱ! কি হ’ব নীতিশ কুমাৰৰ ভৱিষ্যৎ?

‘বিহাৰৰ মুখ্যমন্ত্ৰী হ’ব তেজস্বী যাদৱ’ এই দাবী কৰিছে ৰাষ্ট্ৰীয় জনতা দলৰ এগৰাকী বিধায়কে। আৰজেডিৰ বিধায়কগৰাকীৰ দাবী যে হোলীৰ পাছতেই আৰজেডিৰ...

Haryana Muslim Men's Killing

দুই মুছলমান যুৱকক জীৱন্তে জ্বলাই হত্যা! আৰক্ষীৰে ঘণিষ্ঠ সম্পৰ্ক হত্যাকাণ্ডৰ অভিযুক্তৰ!

হাৰিয়ানাৰ ভীৱানী জিলাত বাহনসহ দুই মুছলমানক যুৱকক জীৱন্তে জ্বলাই কৰা হত্যাকাণ্ডৰ কেতবোৰ বিস্ফোৰক আৰু ন ন তথ্য পোহৰলৈ আহিছে। এইবাৰ...

Page 2272 of 6647 1 2,271 2,272 2,273 6,647

Stay Connected

Recent News