NE NOW NEWS

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

‘সুন্দৰ নিতম্ব’ মন্তব্যৰে বিতৰ্কত ড’নাল্ড ট্ৰাম্প; মিশিগানৰ সভাত নিকি মিনাজৰ ওচৰত ক্ষমা বিচাৰিলে ৰাষ্ট্ৰপতিয়ে ড’নাল্ড ট্ৰাম্পে

নৱেম্বৰৰ মধ্যকালীন নিৰ্বাচনৰ প্ৰাক্‌মুহূৰ্তত ৰিপাব্লিকান প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ দেওবাৰে মিশিগানৰ প’ৰ্ট হুৰনত উপস্থিত হয় আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।...

বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

বিপন্ন হ’ব নেকি অনুসন্ধানমূলক সাংবাদিকতা? কেন্দ্ৰৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেশৰ ২১টা শীৰ্ষ সংবাদ গোষ্ঠী 

দেশৰ তথ্য গোপনীয়তা আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে ২১টা শীৰ্ষ সংবাদ প্ৰতিষ্ঠানৰ এটা গোট। মুকেশ আম্বানীৰ নেটৱৰ্ক-১৮, গৌতম আদানীৰ...

৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

৮০ বছৰীয়া বৃদ্ধ আৰু ৭০ৰ লোকশিল্পী মুখ্য চৰিত্ৰত! পুত্ৰৰ বাবে বাট চাই থকা এহাল দম্পতীৰ কাহিনীৰে আহি আছে ‘পায়াৰ’

বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত সমাদৰ লাভ কৰা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক পৰিচালক বিনোদ কাপ্ৰীৰ শেহতীয়া ছবি ‘পায়াৰ’ (Pyre) অহা ৩০ অক্টোবৰত দেশৰ ছবিঘৰসমূহত...

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

পাছিঘাটৰ পাছত এইবাৰ উজনি সোৱণশিৰি: বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে প্ৰতিবাদত জ্বলি উঠিল অৰুণাচল

প্ৰস্তাৱিত ১,৬০৫ মেগাৱাট ক্ষমতাসম্পন্ন উজনি সোৱণশিৰি বহুমুখী জলবিদ্যুৎ প্ৰকল্প (যাক মেংগা নদীবান্ধ বুলিও জনা যায়) বাতিলৰ দাবীত সোমবাৰে অৰুণাচল প্ৰদেশৰ...

পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

পেট্ৰ’লৰ সলনি এতিয়াৰে পৰা ১০০ শতাংশ ইথানলৰেও চলিব গাড়ী! মটৰ বাহন নিয়মাৱলীত কেন্দ্ৰৰ ঐতিহাসিক সংশোধন

এতিয়াৰে পৰা সম্পূৰ্ণৰূপে ইথানলৰ জৰিয়তে চলিব পৰা বাহনসমূহে ভাৰতৰ মটৰ বাহন নিয়মাৱলীত আনুষ্ঠানিকভৱে স্থান লাভ কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু...

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

চিজেপি নেতা সৌৰভ দাসৰ হোৱাটছএপ একাউণ্ট নিষিদ্ধ; মেটাৰ বিৰুদ্ধে সৰৱ হ’ব নেকি ককৰোচ?

পুনৰ বিপদত পৰিছে ককৰোচ জনতা পাৰ্টিৰ নেতা সৌৰভ দাস। এইবাৰ ককৰোচৰ নেতাগৰাকীয়ে তেওঁৰ হোৱাটছএপ একাউণ্টত নিয়ন্ত্ৰণ বা ব্লক কৰা বুলি...

দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

দুৰ্ঘটনাৰ বলি ৰাহুল গান্ধীৰ কনভয়, কেইবাজনো আহত! কেনে আছে লোকসভাৰ বিৰোধী নেতা?

পুৱাই এটা ডাঙৰ খবৰ। উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱেত কংগ্ৰেছ সাংসদ লোকসভাৰ বিৰোধী নেতা ৰাহুল গান্ধীৰ কনভয়ৰ কেইবাখনো বাহনৰ সংঘৰ্ষৰ খবৰ...

‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

‘৩০ মিনিটৰ ভিতৰত ঠাই খালী কৰক’, জামিয়াৰ প্ৰতিবাদকাৰী শিক্ষাৰ্থীক সকীয়নি পঞ্জীয়কৰ, নহ’লে আইনী ব্যৱস্থা

জামিয়া মিলিয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ১৪ দিন ধৰি চলি থকা ছাত্ৰ আন্দোলনৰ সৈতে মোকাবিলা কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সোমবাৰে পুৱা...

‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

‘কলেজিয়াম বৈঠকৰ পূৰ্বে চৰকাৰৰ সৈতে আলোচনা কৰিছিল চন্দ্ৰচুড়ে’, আত্মজীৱনীত বিস্ফোৰক দাবী প্ৰাক্তন ন্যায়াধীশৰ

উচ্চতম ন্যায়ালয়ৰ আন এগৰাকী প্ৰাক্তন ন্যায়াধীশ সঞ্জয় কিষাণ কৌলে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ক লৈ এক বিস্ফোৰক...

ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

ব্ৰাজিলত পুনৰ বাওঁপন্থী চৰকাৰ, অভিলেখ গঢ়ি চতুৰ্থবাৰৰ বাবে ৰাষ্ট্ৰপতি লুলা; বিমুখ বলছ’নাৰো

প্ৰথম ৰাউণ্ডত সিদ্ধান্ত নহ’ল। দ্বিতীয় ৰাউণ্ডত এই অচলাৱস্থা আঁতৰিল। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ জয়লাভ কৰিলে ৱাৰ্কাৰ্ছ পাৰ্টিৰ নেতা লুলা দা...

Page 23 of 6726 1 … 22 23 24 … 6,726

Stay Connected

Recent News